Browsing Category
NEWS
মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ ১৮৪ গৰাকী সেনাক নিজ দেশলৈ প্ৰেৰণ
ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সন্মিলিত জোঁট ব্ৰাডাৰহুড এলায়েন্সৰ সৈতে যুদ্ধত তিষ্ঠিব নোৱাৰি সীমান্ত পাৰ হৈ মিজোৰামলৈ পলাই অহা জুণ্টা চৰকাৰৰ ১৮৪ গৰাকী সৈন্যক পুনৰ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে।
মঙলবাৰে এজন অসম ৰাইফলছৰ বিষয়াই এই কথা জানিব দিয়ে।!-->!-->!-->…
তীব্ৰ বেগী ট্ৰাকৰ সংহাৰ! স্বামী-স্ত্ৰীসহ পাঁচগৰাকী লোকে হেৰুৱালে প্ৰাণ
মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত তিনিটা পৃথক পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে। কামগৰ নগৰত প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হয়।
দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় বিহিৰগাঁৱত, য’ত দুজন লোকৰ মৃত্যু হয়। আনহাতে,!-->!-->!-->…
মুম্বাইত বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল ৬ কোটি টকাৰ কোকেইন
মুম্বাইত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ দলে গ্ৰেপ্তাৰ কৰা এজন বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল কোকেইনভৰ্তি ৫৭টা কেপচুল। চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ কৰি উলিওৱা এই বৃহৎ পৰিমানৰ কোকেইনখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা!-->…
নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুগৰাকী মহিলাসহ ৩ জন মাওবাদীৰ মৃত্যু
ছত্তীশগড়ৰ মাও অধ্যুষিত বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীৰ এক অভিযানত ২ গৰাকী মহিলাসহ ৩ জন মাওবাদী নিহত হয়। এই এনকাউণ্টাৰৰ পিছতে নিৰাপত্তা বাহিনীয়ে সেই স্থানত তালাচী চলোৱাত তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
!-->!-->!-->…
কেন্দ্ৰৰ কঠোৰ সতৰ্কবাণী; ‘ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত জড়িত ভুল তথ্য প্ৰচাৰ নকৰিব’
দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰীত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ইয়াক লৈ অযোধ্যাত চলি আছে ব্যাপক প্ৰস্তুতি।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত যাতে নিৰাপত্তাত কোনো!-->!-->!-->…
ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ; নিমিষতে বিধ্বস্ত এখন বিশ্ববিদ্যালয়। ISHAN NEWS…
গাজাত অব্যাহত থকা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ মাজতে পোহৰলৈ আহিছে এটা ভয়ংকৰ ভিডিঅ’, যিটোক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বেঞ্জামিন নেতান্যাহু নেতৃত্বাধীন চৰকাৰ।
এই ভিডিঅ’টো পেলষ্টাইনৰ এখন বিশ্ববিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ, যিটো!-->!-->!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচালে হলিউডৰ গায়িকা মেৰী মিলবেনে
'ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্ৰেষ্ঠ নেতা’। এই মন্তব্য কৰিছে আফ্ৰিকান-আমেৰিকান হলিউডৰ অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে।
তেওঁ কয় যে আমেৰিকাৰ বহু লোকে বিচাৰে যে প্ৰধানমন্ত্ৰী মোদী পুনৰ নিৰ্বাচনত জয়ী হওক,!-->!-->!-->…
জম্মুত লেণ্ডমাইন বিস্ফোৰণত এজন জোৱানৰ মৃত্যু, দুজন আহত
জম্মু সংমণ্ডলৰ ৰাজৌৰি জিলাৰ নৌশ্বেৰাত ভাৰত-পাকিস্তান নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ফৰৱাৰ্ড এলেকাত সংঘটিত এটা লেণ্ডমাইন বিস্ফোৰণত এজন জোৱানৰ মৃত্যু হোৱাৰ লগতে দুজন জোৱান আহত হয়।
ফৰৱাৰ্ড এলেকাত টহল দি থকা অৱস্থাত এই বিস্ফোৰণ সংঘটিত হয়।
তথ্য!-->!-->!-->!-->!-->…
নিবনুৱাৰ বাবে ভাল খবৰ! চৰকাৰী চাকৰি আবেদনৰ বয়স ৫ বছৰলৈ বৃদ্ধি
ছত্তীশগড়ত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। দৰাচলতে বুধবাৰে ছত্তীশগড় চৰকাৰে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা ৰাজ্যবাসীৰ সৰ্বোচ্চ বয়সৰ সীমাত পাঁচ বছৰৰ শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে এই!-->!-->!-->…
মণিপুৰত বন্দুকধাৰীৰ আক্ৰমণত BSF-ৰ তিনিজন জোৱান আহত, সান্ধ্য আইন জাৰি
অশান্তজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত বি এছ এফৰ কমেও তিনিজন জোৱান আহত হয়।
এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দি কয় যে, বুধবাৰে নিশা একাংশ লোকে থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ড!-->!-->!-->…