Browsing Category
NEWS
মৰিগাঁৱত কাৰ্বিং আংলঙৰ ২৫ বছৰীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড
অসমত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা। কাৰ্বি আংলং জিলাৰ এজন ২৫ বছৰীয়া যুৱকক গৰু সৰবৰাহৰ সন্দেহত একাংশ উত্তেজিত লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীয়ে জানিব দিয়া মতে, বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড।
মৰিগাঁৱৰ!-->!-->!-->!-->!-->…
পুনৰ অশান্ত মণিপুৰ! বিদ্ৰোহীৰ আক্ৰমণত IRB জোৱানৰ মৃ্ত্যু; সহায় বিচাৰি কেন্দ্ৰলৈ পত্ৰ
পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। নিৰাপত্তাত নিয়োজিত এজন আই আৰ বি জোৱানক উগ্ৰপন্থীয়ে হত্যা কৰাক লৈ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যখনত।
জানিব পৰা মতে, টেংনৌপাল জিলাৰ ম’ৰে চহৰত নিৰাপত্তাত নিয়োজিত এটা দলৰ ওপৰত!-->!-->!-->…
বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি যাত্ৰী! তাৰ পাছত….
এইবাৰ বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি এগৰাকী যাত্ৰী!বিমানত যে আৰু কি কি নহয়! SpiceJetৰ SpiceJet ৰ SG-268 নম্বৰ বিমানত সংঘটিত হল এক আজৱ ঘটনা। বিমানখনৰ এজন যাত্ৰীয়ে শৌচাগাৰৰ চিটত বহিয়েই পালেহি গন্তব্য স্থান বেংগালোৰ।!-->…
ৰামক ভক্তি কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। ৰামমন্দিৰলৈ পদযাত্ৰা ওছমান আলী আৰু প্ৰিন্স শৰ্মাৰ।
‘ভগৱান শ্ৰী ৰাম সকলোৰে, মই এজন মুছলমান হিচাপে গৌৰৱান্বিত। শ্ৰী ৰামক উপাসনা কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। ব্যক্তিজনৰ হৃদয় পৰিষ্কাৰ হোৱাটোৱে গুৰুত্বপূৰ্ণ। ৰামজী কেৱল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ।‘ এই মন্তব্য ওছমান আলী নামৰ এজন ৰামভক্তৰ।!-->!-->!-->…
পেৰেডলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু আৰক্ষী বিষয়াৰ
বুধবাৰে পুৱা জলপাইগুৰিত সংঘটিত এক পথ দুৰ্ঘটনাত আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, আৰক্ষী বিষয়াজনে বাইকেৰে গৈ থকা অৱস্থাত তেওঁৰ সন্মুখত অহা এটা কুকুৰক বচাবলৈ চেষ্টা কৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
!-->!-->!-->…
২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
গুৱাহাটীৰ পাণবজাৰত চলি থকা ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ বাবে অহা ২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও উন্নয়নমূলক আঁচনিৰ!-->!-->!-->…
দিল্লীলৈ যাবলগীয়া বিমান গৈ পালে মুম্বাই। যাত্ৰীৰ মাজত হাহাকাৰ
দিল্লী অভিমুখী এখন যাত্ৰীবাহী বিমান গৈ পালে মুম্বাই। ঘন কুঁৱলীৰ বাবে মাজ আকাশত অথন্তৰ। দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। কুঁৱলীৰ ডাঁঠ আচ্ছাদনৰ বাবে বিমান উৰণত দেখা দিছে সমস্যাই। এইবাৰ ঘন কুঁৱলীৰ বাবে সমস্যাৰ সন্মুখীন হল গোৱাৰ!-->…
১২টা কণীৰ দাম ৪০০ টকা (PKR), এক কেজি মাংসৰ দাম ৬১৫ টকা (PKR)! পাকিস্তানত এমুঠি খাদ্যৰ বাবে হাহাকাৰ ।
সমুখত নিৰ্বাচন, অথচ এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পাকিস্তানৰ নাগৰিকে। মাছ-মাংসতো দূৰেই কথা, চাউল দাউল, শাকপাচলিৰ দৰে নিত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈও এতিয়া মূৰে কপালে হাতদিবলগীয়া অৱস্থা দেশখনৰ নাগৰিকৰ। ভয়ংকৰ অৰ্থনৈতিক সংকটত!-->…
ৰাজধানীত চাঞ্চল্যকৰ ঘটনা; দুটি শিশুসহ চাৰিজন লোকৰ মৃত্যু । ISHAN NEWS
ৰাজধানী দিল্লীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা ঘৰত উদ্ধাৰ হৈছে চাৰিজন লোকৰ মৃতদেহ। প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ ভিতৰত জ্বলাইছিল জুই। কিন্তু ওৰে নিশা জুই জ্বলি থকাত কোঠাটো ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে পৰিয়ালটোৰ চাৰিজন সদস্যৰ!-->…
আজি মণিপুৰৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’
আজি ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ ৰাজধানী ইম্ফলৰ সমীপৰ থোবালৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত সমাপ্ত হ’ব।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই!-->!-->!-->…