ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ৰাম মন্দিৰৰ বিশেষ বৈশিষ্ট্যঃ৩৯২টা খুঁটা, ৪৪খন দুৱাৰ আৰু ১৬১ ফুট উচ্চতা

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ৰাজকীয় প্ৰস্তুতি তুংগত উঠিছে। ৰামলালাৰ তিনিটা মূৰ্তিৰ মাজৰ পৰা এটা মূৰ্তি প্ৰতিষ্ঠাৰ বাবে বাছনি কৰা হৈছে। ৰাম জনমভূমি ট্ৰাষ্টৰ মতে, "পৰম্পৰাগত নাগাৰা শৈলীত অযোধ্যাৰ

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা !

আজি ED য়ে গ্ৰেপ্তাৰ কৰাৰৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ।যিহেতু দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ গোচৰ  সন্দৰ্ভত EDৰ  চমনক তৃতীয়বাৰৰ বাবে  আওকাণ কৰিছে কেজৰিৱালে । আপৰ কেইবাজনো নেতাৰ দাবী ইডিৰ দলে মুখ্যমন্ত্ৰী

শান্তিৰ নোবেল বঁটা বিজয়ীক কাৰাদণ্ডৰ শাস্তি প্ৰদান আদালতৰ

সোমবাৰে (১ জানুৱাৰি) ঢাকাৰ এখন শ্ৰম আদালতে শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছত আদালতে তেওঁক ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ২৬০ ডলাৰৰ জৰিমনাও বিহে।

১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে গাড়ী চলালে জেললৈ যাব লাগিব পিতৃ-মাতৃ!

১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে চলাব নোৱাৰিব কোনো বাহন। কিশোৰ-কিশোৰীয়ে বাহন চলালে জেললৈ যাব লাগিব অভিভাৱক তথা পিতৃ-মাতৃ। নিজৰ ১৮ বছৰৰ তলৰ সন্তানৰ হাতত বাইক বা স্কুটীৰ চাবি তুলি দিয়াৰ পূৰ্বে ১০ বাৰ ভাবক অভিভাৱকসকলে। নৱবৰ্ষৰ আৰম্ভণিতে ১৮ বছৰৰ

মহুৱা মৈত্ৰৰ আবেদনঃ উচ্চতম ন্যায়ালয়ত শুনানি   

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত লোকসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ দাবী জনায় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।বুধবাৰে উচচতম ন্যায়ালয়ে উৎকোচৰ গোচৰত মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা গোচৰ সন্দৰ্ভত

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! নাগৰিকত্ব লাভৰ বাবে মোৱাইলতে কৰিব পাৰিব আৱেদন!

অথলে গল প্ৰতিবাদ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! আইন প্ৰণয়ণৰ ৪ বছৰৰ অন্তত CAA কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে। বাতৰি অনুসৰি, নাম প্ৰকাশত

আদানিক সকাহ উচ্চতম ন্যায়ালয়ৰ! হিণ্ডেনবাৰ্গ গোচৰৰ বাবে গঠন কৰা নহয় SIT

আদানি-হিণ্ডেনবাৰ্গ গোচৰত আদানি গ্ৰুপে লাভ কৰিছে কিছু সকাহ। বুধবাৰে এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰটো ছেবিৰ পৰা এছ আই টিলৈ হস্তান্তৰ কৰাৰ কোনো ভিত্তি নাই। অৱশ্যে এই গোচৰৰ সৈতে জড়িত বাকী গোচৰসমূহ তিনি মাহৰ ভিতৰত

দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ PM মোদীৰ দুখপ্ৰকাশ।মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আহতলৈ ৫০হাজাৰ টকা ঘোষণা

দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। সামাজিক মাধ্যম Xৰ এটি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে

পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে

৫ আৰু ৬ জানুৱাৰীত অসমত চকা বন্ধ

ট্ৰাক চালক সন্থাই দেশজুৰি হিট এণ্ড ৰাণ আইনৰ বিৰোধিতা কৰি সোমবাৰৰ পৰা আৰম্ভ কৰা তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে ।অসমৰো বিভিন্ন স্থানত মটৰ শ্ৰমিক সংস্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । অহা ৫ আৰু ৬