ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ভয়ংকৰ দুৰ্ঘটনা; দুটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক । ISHAN NEWS…

দেওবাৰে সন্ধিয়া তেলংগানাৰ নাৰায়ণপেট জিলাৰ মখতাল মণ্ডলৰ জাকলেৰ গাঁৱৰ সমীপত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিহতসকলৰ ভিতৰত আছে

মদ কিনিবলৈ ধন নিদিয়াৰ বাবেই মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড পাষণ্ড পুত্ৰৰ

মহাৰাষ্ট্ৰৰ লাটুৰ জিলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। সুৰা কিনিবলৈ ধন নিদিয়াৰ বাবেই মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ২৩ বছৰীয়া যুৱকক। দেওবাৰে এজন বিষয়াই এই তথ্য প্ৰদান কৰে। আহমেদপুৰ তেহচিলৰ সতলা গাঁৱত শুকুৰবাৰে নিশা

মৃত কুকুৰাৰে ভৰিছে হাজো থানাৰ চৌহদ? পিছে কৰ পৰা আহিল এই সমূহ কুকুৰা?

জীৱ শ্ৰেষ্ঠ মানৱৰ নৃশংসতা। বিহ দি হত্যা কৰিলে অৰ্ধশতাধিক পোহনীয়া কুকুৰা । বেগত ভৰাই মৃত কুকুৰা লৈ হাজো আৰক্ষী থানাত এজাহাৰ দাখিল । হাজোৰ হাবলাখাত কীটনাশক দ্ৰব্য খুওৱাই প্ৰায় অৰ্ধশতাধিক কুকুৰাৰ হত্যা । হাবলাখা গাঁওৰ পূব চুবুৰীৰ  ৰচিদ

৩০০ৰো অধিক ভাৰতীয় যাত্ৰীভৰ্তি বিমান আৱদ্ধ কৰিলে ফ্ৰান্সে। ভয়ংকৰ বিপদৰ পৰা প্ৰাণৰক্ষা শতাধিক…

ভয়ংকৰ বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল শ শ ভাৰতীয়ৰ। শুক্ৰবাৰে ফ্ৰান্স আৰক্ষীয়ে আৱদ্ধ কৰিলে ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা এখন বিমান। এই বিমানখনত ৩০০ তকৈও অধিক ভাৰতীয় যাত্ৰী আছিল। বিমানখনৰ জৰিয়তে ভাৰতীয়সকলক সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ

নতুন বছৰক আদৰণি জনাবলৈ যাওতে সাৱধান হওক ।

২০২৩ ক বিদায় দি ২০২৪ ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন । পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰণি জনাবলৈ যাওতে আপুনি সাৱধান হওক। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নতুন বছৰক আদৰণি জনায় আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাসকল অধিক সাৱধান হব লাগিব,

জম্মু-কাশ্মীৰত পুলৱামাৰ দৰে আক্ৰমণ!সেনাৰ ট্ৰাকক লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাৰ ট্ৰাকক লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা । জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, বৃহস্পতিবাৰে অৰ্থাত আজি বিয়লি জম্মুৰ পুঞ্চত ভাৰতীয় সেনা কঢ়িয়াই নিয়া এখন ট্ৰাকত নিৰ্বিচাৰে গুলীচালনা কৰে উগ্ৰপন্থীয়ে। এই

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত ।সংসদৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন CISF ক

নতুন সংসদ ভৱনত শেহতীয়াকৈ সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।দিল্লী আৰক্ষীৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF) । সংসদ ভৱন

ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি। ৩জনৰ মৃত্যু আক্ৰান্তৰ সংখ্যা২৬৬৯লৈ বৃদ্ধি

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২০ ডিচেম্বৰত কেৰালাত ৩০০ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে তিনিজনৰ মৃত্যু হৈছে । শেহতীয়াকৈ দেশত মুঠ