ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু চৰকাৰ

জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু হৈছে চৰকাৰ। কিছু দিনৰ পিছৰ পৰা টোল প্লাজাত ৰৈ আৰু টোল দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত টোল প্লাজাত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থকাৰ পৰা সকাহ পাব।

২ মুছলমান বিধায়কৰ কৰ্মই আচৰিত কৰিলে সকলোকে….

ৰাজস্থানৰ ২ মুছলমান বিধায়কৰ কৰ্ম-কাণ্ডই আচৰিত কৰিছে সকলোকে। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত যোৱা বুধবাৰে আয়োজন কৰা প্ৰথমখন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত প্ৰটেম স্পীকাৰে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰায়। শপত গ্ৰহণ

এৰেঞ্জ মেৰেজ প্ৰত্যাখ্যান কৰাৰ বাবে নিজ কন্যাক হত্যা, আজীৱন কাৰাদণ্ড পিতৃ-মাতৃক

সম্পৰ্কীয় ভাতৃৰ সৈতে বিবাহপাশত আৱদ্ধ নোহোৱাৰ বাবে নিজ কন্যাক হত্যা কৰাৰ অভিযোগত পাকিস্তানী দম্পতীক ইটালীৰ আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে। ১৮ বছৰীয়া চামান আব্বাছ নামৰ যুৱতীগৰাকীয়ে বিয়াৰ বাবে পাকিস্তান যাবলৈ অস্বীকাৰ কৰাত

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ইৰাণত বিস্ফোৰণ! হামাছক অস্ত্ৰ যোগান ধৰা ইৰাণত কোনে চলালে আক্ৰমণ?

ইজৰাইল-হামাছৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ইৰাণৰ সবাটোতকৈ সুৰক্ষিত স্থান বুলি গণ্য কৰা ৰাজধানী তেহৰাণত ভয়ংকৰ বিস্ফোৰণ। দেশখনৰ বিমান আৰু মহাকাশ বাহিনীৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ পিছতে দপদপাই জ্বলি উঠিল মুখ্য কাৰ্যালয়টো।

বিৰোধীৰ প্ৰতিবাদৰ মাজতেই ৰে’লত অগ্নিসংযোগ দুৰ্বৃত্তৰ; শিশু-মহিলাসহ চাৰিজনৰ মৃ্ত্যু

অহা মাহৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক পদত্যাগ কৰাৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ বিৰোধীয়ে আহ্বান জনোৱা দেশজুৰি ধৰ্মঘটৰ সময়তে মঙলবাৰে বাংলাদেশত সংঘটিত হয় ভয়ংকৰ ঘটনা। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী  

নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাত ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে । এই অনুষ্ঠানৰ বাবে দেশৰ বহু বিখ্যাত আৰু ডাঙৰ ডাঙৰ নেতালৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।কিন্তু এই

মুছলিম পক্ষৰ মুখ থেকেচা!  জ্ঞানবাপী মছজিদক লৈ হিন্দু পক্ষক সকাহ দিলে আদালতে!

জ্ঞানবাপী মছজিদ বিতৰ্কক লৈ এলাহাবাদ উচ্চ ন্যালায়ৰ গুৰুত্বপূৰ্ণ ৰায়। জ্ঞানবাপী মছজিদ হিন্দুসকলে পূজা কৰিবলৈ কৰা আৱেদনক প্ৰত্যাহ্বান জনোৱা মুছলমান পক্ষৰ সকলো আৱেদন খাৰিজ কৰিলে আদালতে। বাৰাণসীৰ জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰৰ মাজত

বিৰোধী বিহীন সদন!আজি ৰাজ্যসভাৰো ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন

আজি অৰ্থাত সোমবাৰে লোকসভাৰ উপৰিও ৰাজ্যসভাৰ ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন কৰা হয়। এই ৪৫ গৰাকী সাংসদৰ ভিতৰত ৩৪ জন সাংসদক শীতকালীন অধিৱেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন কৰা হয় আৰু ১১ জন সাংসদক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন অহালৈকে নিলম্বন কৰা

নিলম্বিত ৩৩ সাংসদৰ তালিকা

লোকসভাত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে আজি নিলম্বিত কৰা ৩৩ সাংসদৰ তালিকা কল্যাণ বেনাৰ্জী TMC এ, ৰাজা – DMK দয়ানিধি মৰান – DMK অপৰূপা পোদ্দাৰ – TMC প্ৰসুণ বেনাৰ্জী – TMC ই, টি মহম্মদ বসীৰ E T– IUML গনেশণ ছেলভাম

আদালতত জ্ঞানবাপী মছজিদৰ ASI  জৰীপৰ প্ৰতিবেদন।হিন্দু নে মুছলমান কাৰ পক্ষত প্ৰতিবেদন !

জ্ঞানবাপী মছজিদ চৌহদত কৰা জৰীপৰ প্ৰতিবেদন আজি বাৰাণসীৰ জিলা আদালতত দাখিল কৰে ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে। ছীল কৰা খামত প্ৰত্নতাত্ত্বিক বিভাগে দাখিল কৰে এই প্ৰতিবেদন। এ এছ আইয়ে আদালতত ১৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে বাৰাণসীৰ জিলা