Browsing Category
NEWS
নিৰাপত্তাৰক্ষীৰ সৈতে গুলীচালনাত নিহত দুই দুৰ্ধৰ্ষ মাওবাদী নেতা
মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন মাওবাদীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বিয়লি ছত্তীশগড়ৰ সীমান্তৰ সমীপত নক্সালবাদী আৰু চি-৬০ কমাণ্ডোৰ মাজত সংঘৰ্ষ হৈছিল।
জিলা আৰক্ষী অধীক্ষক নীলোৎপলে কয় যে এতিয়ালৈকে দুজন মাওবাদীৰ!-->!-->!-->…
মহম্মদ জামালুদ্দিনে নিৰ্মাণ কৰা প্ৰতিমাৰে জিলিকিব ৰাম মন্দিৰ!
বহু অপেক্ষা আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত সমাগত ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। যিমানেই দিন পাৰ হৈ গৈছে সিমানেই বাঢ়িছে ব্যস্ততা। ১৪ জানুৱাৰীৰ পৰা আয়োজন কৰা হব বিশেষ ধৰ্মীয় কাৰ্যসূচী। ৰাম মন্দিৰৰ প্ৰাণ!-->…
এজনৰ পিছত আনজন…. ১৫ গৰাকী সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন
দেশৰ নতুন সংসদ ভৱনত চলি আছে শীতকালীন অধিৱেশন। এই সময়ছোৱাত সংসদৰ নিয়ম উলংঘনৰ বাবে মুঠ ১৫ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। এই সাংসদসকলৰ ভিতৰত ১৪ জন লোকসভাৰ আৰু ১ জন সাংসদ ৰাজ্যসভাৰ।
নিলম্বিত সাংসদসকলে শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাত!-->!-->!-->…
শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ
শ্ৰীকৃষ্ণ জন্মভূমি গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত।এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি শ্বাহী ইদগাহ মছজিদৰ ASI জৰীপত অনুমোদন জনায়।শ্ৰীকৃষ্ণ জন্মভূমি আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদৰ গোচৰ সন্দৰ্ভত হিন্দু পক্ষই এলাহাবাদ!-->…
লাডাখ আমাৰ অংশ, ইয়াক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাটো ভুল : চীনৰ মন্তব্য
কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে লোৱা সিদ্ধান্ত সন্দৰ্ভত চীনৰ আন এক প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। ভাৰত চৰকাৰ তথা উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত চীনে মানি নলয় বুলি কৈছে।
চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতৰ!-->!-->!-->…
হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৫০ গৰাকী ৰোগীক উদ্ধাৰ, বহু ৰোগী আৱদ্ধ
বৃহস্পতিবাৰে বিশাখাপট্টনমৰ ইণ্ডুছ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত হাস্পতালৰ ভিতৰত ৰোগীৰ লগতে আন বহু লোক আৱদ্ধ হৈ থকা বুলিও প্ৰাৰম্ভিক খবৰ আহিছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন বাহন!-->!-->!-->…
হিমন্ত চৰকাৰে বন্ধ কৰি দিলে ১,২৮১ খন মাদ্ৰাছা! সলনি কৰা হৈছে ১,২৮১ খন মধ্য ইংৰাজী মাদ্ৰাছাৰ নাম
https://fb.watch/oWl8AgPOOC/
ফুটবল খেলৰ মাজতে বজ্ৰপাত। ২১ বছৰীয়া খেলুৱৈৰ কৰুণ মৃত্যু
এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফুটবল খেলৰ মাজতে ভয়ংকৰ ঘটনা। খেলুৱৈসকলে ফুটবল খেলি থকাৰ মাজতে হঠাৎ আকাশৰ পৰা নামিল বিজুলী ধেৰেকনি। বজ্ৰপাত পৰি মৃত্যুমুখত পৰে এগৰাকী ২১ বছৰীয়া ফুটবল খেলুৱৈৰ। গুৰুতৰভাবে আহত হয় ৬ গৰাকীকৈ খেলুৱৈ।
ব্ৰাজিলৰ!-->!-->!-->…
দশম, দ্বাদশ শ্ৰেণী উত্তীণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব আৱেদন
দশম, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিৱনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৩ হাজাৰ খাদী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল!-->…
প্ৰতিবাদ কৰিলেই ভৰিব লাগিব ২০ হাজাৰ টকাৰ জৰিমনা!
ধৰ্ণা-প্ৰতিবাদত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী! ছাত্ৰী-ছাত্ৰীয়ে ধৰ্ণা বা প্ৰতিবাদত অংশ ললেই বিহা হ’ব ২০ হাজাৰ টকাৰ জৰিমণা। নতুন দিল্লীৰ আগস্থানৰ শিক্ষা প্ৰতিষ্ঠান জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ প্ৰতিবাদৰ বিৰুদ্ধে জাৰি!-->…