ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

 গুৰুপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ নিখিল গুপ্তা । ISHAN NEWS…

নিষিদ্ধ খালিস্তানী সংগঠন শিখছ ফৰ জাষ্টিছ (এছ এফ জে)ৰ নেতা গুৰুপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰত নিখিল গুপ্তা নামৰ এজন ভাৰতীয় জড়িত থকা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰে ।২০২৩ বৰ্ষৰ জুন মাহত চেক গণৰাজ্যৰ প্ৰশাসনে নিখিলক গ্ৰেপ্তাৰ

চীনৰ ৰহস্যময়ী নিউমনীয়া ৰোগ সন্দৰ্ভত কেইবাখনো ৰাজ্যলৈ কেন্দ্ৰৰ সতৰ্কবাণী

চীনৰ ৰহস্যময়ী নিউমনীয়া ৰোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান, কৰ্ণাটক, গুজৰাট, উত্তৰাখণ্ড, হাৰিয়ানা আৰু তামিলনাডুলৈ সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগকশ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ

পুনৰবাৰ ৰাহুল দ্ৰাবিড় টিম ইণ্ডিয়াৰ প্ৰশিক্ষক

পুনৰবাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ চুক্তি শেষ হৈছিল যদিও বিচিচিআইয়ে ৰাহুল দ্ৰাবিড়ক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে পুনৰ চুক্তি বদ্ধ

বন্দুকৰ গুলীৰ ভয়ত হাঁহিবলৈ আৰু হাত জোকাৰিবলৈ বাধ্য হৈছে হামাছে মুকলি কৰি দিয়া বন্দীয়ে।

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ সময়ছোৱাত সোমবাৰে নিশা হামাছে গাজাৰ পৰা ১১ জন ইজৰাইলীক মুকলি কৰি দিয়ে। ইফালে ইজৰাইলত বন্দী হৈ থকা ৫৩ জন পেলেষ্টাইনীক মঙলবাৰে পুৱাই মুকলি কৰি দিয়ে ইজৰাইলে । বন্দী সকলক মুক্তিৰ পাছতে সামাজিক মাধ্যমত

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আজি আনন্দৰাম বৰুৱা বঁটা

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আজি শংকৰদেৱ কলাক্ষেত্রৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব।মেট্ৰিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে আজি আনন্দৰাম বৰুৱা বঁটা হিচাপে

ঈশ্বৰে আমাক শক্তি দিছিল

১৭ দিন সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকাৰ পাছত মঙলবাৰে উত্তৰকাশীৰ ভগ্ন সুৰংগৰ পৰা ওলাই আহিল ৪১জনকৈ লোক। আন্ধাৰ সুৰংগৰ ভিতৰত শ্ৰমিক সকলে কেনেকৈ সময় কটালে সেই কথা ক’লে এজন শ্ৰমিকে । ঝাৰখণ্ডৰ খোটি জিলাৰ পৰা উত্তৰকাশীৰ সুৰংগত কাম কৰিবলৈ

কাইলৈ গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মৰণপণ যুঁজ ।

কাইলৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’ব টি ২০ শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ খেল । বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া টি ২০ খেলখনৰ বাবে গুৱাহাটীত আহি উপস্থিত হৈছেহি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল । বৰঝাৰ বিমান বন্দৰৰ পৰা দুখন বাছত দল