ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্বত শুভমন গিল

আগন্তুক আই,পি,এলৰ বাবে গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰিলে শুভমন গিলক। ছ’চিয়েল মিডিয়াত সোমবাৰে এই কথা ঘোষণা কৰিলে গুজৰাট টাইটানছে । অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই গুজৰাট টাইটানছ এৰি যোৱাৰ বাবে শুভমন গিলক দিলে অধিনায়কৰ দায়িত্ব

পল লিঞ্চলৈ ‘বুকাৰ বঁটা’

আইৰিছ লেখক পল লিঞ্চলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ বুকাৰ বঁটা । “প্ৰফেট ছং” নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে পল লিঞ্চলৈ । প্ৰায় চাৰি বছৰৰ ভিতৰত লেখি উলিওৱা উপন্যাস খনত ভৱিষ্যতৰ এখন কাল্পনিক জগতৰ সৰ্বগ্ৰাসী ৰূপৰ ভয়ংকৰ ছবি দাঙি ধৰিছে

৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ পৰিকল্পনা

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ছিল্কয়াৰাৰ সুৰংগৰ মাজত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে এইবাৰ অভিযানৰ পৰিকল্পনা চলাইছে ভাৰতীয় সেনাই । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা জানিবলৈ দিয়ামতে , অগাৰ মেচিনৰ ভঙা অংশ আঁতৰোৱাৰ পাছত উত্তৰকাশীৰ

প্ৰধানমন্ত্ৰী মোদী ৰ নিৰাপত্তাত গাফিলতি ।এছ পিকে ধৰি ৭জন আৰক্ষীক নিলম্বন ।   

২০২২ চনৰ ৫ জানুৱাৰীত পাঞ্জাৱ ভ্ৰমণলৈ গৈ উভতি আহিব লগীয়া হৈছিল প্ৰধানমন্ত্ৰী মোডী । কৃষকে বন্ধ কৰি দিছিল প্ৰধানমন্ত্ৰী মোডীৰ পথ ।ভাতিন্দাৰ পৰা হুছেইনীৱালালৈ গৈ থাকোতে কৃষকে বাটত ট্ৰেক্টৰ পাৰ্কিং বন্ধ কৰি দিছিল পথ । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত

যুদ্ধবিৰতিৰ সময়ছোৱাত হামাছে মুকলি কৰি দিয়ে পেলেষ্টাইনীক

হামাছ আৰু ইজৰাইলৰ যুদ্ধবিৰতিৰ সময়ছোৱাত শনিবাৰে নিশা হামাছে ইজৰাইলী পণবন্দীৰ দ্বিতীয়টো গোটক মুকলি কৰি দিয়ে।ইয়াৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিয়ে ৩৯ জন পেলেষ্টাইনীক।যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ১৩ জন ইজৰাইলী আৰু চাৰিজন