ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকক গুলীয়াই হত্যা; চৰকাৰক সমালোচনা বিৰোধীৰ

শুকুৰবাৰে অমৃতসৰত পঞ্জাৱ আৰক্ষীৰ এজন বিষয়াক গুলীয়াই হত্যা কৰা হয়। নিহত আৰক্ষী বিষয়াজনক সহকাৰী উপ-পৰিদৰ্শক সৰুপ সিং বুলি চিনাক্ত কৰা হৈছে। নৱাদা পিণ্ড থানাত কৰ্তব্যৰত আছিল সৰুপ সিং। এতিয়ালৈকে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে

AI আৰু ‘DEEP FAKE’ ঘটনাক লৈ উদ্বিগ্ন প্রধানমন্ত্রী মোডী । সতৰ্ক কৰি দিলে চাট জিপিটিক ।

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI ৰ সহায়ত, কাৰোবাৰ শৰীৰৰ সলনি কৰাৰ লগতে আন কাৰোবাৰ মুখ সলনি কৰিছে । এগৰাকী ব্যক্তিৰ শৰীৰত আন এগৰাকী ব্যক্তিৰ মুখ ব্যৱহাৰৰ জৰিয়তে সংঘটিত কৰিছে Deep Fake ঘটনা । AI প্ৰযুক্তি ব্যৱহাৰ কৰিছে ভুৱা ভিডিঅ' ।

পেলেষ্টাইন সন্দৰ্ভত সন্ত্রাসবাদী ওছামা বিন লাদেনৰ পত্ৰ ভাইৰেল । কি লিখা আছে পত্রখনত ? ISHAN…

বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল কায়দাৰ মুৰব্বী ওছামা বিন লাদেনৰ এখন পুৰণি পত্র ভাইৰেল হৈছে সামাজিক মাধ্যমত । এটা দশক পুৰণি পত্রখনে তোলপাৰ লগাইছে সামাজিক মাধ্যমত । যিসময়ত ইজৰাইল আৰু সন্ত্রাসবাদী সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই ৬ সপ্তাহ

গাজাৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ পুনৰ আক্ৰমণ; ১৮জন লোকৰ মৃত্যু

গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণত ১৮ জন লোক নিহত হৈছে। পেলেষ্টাইনী ৱাফা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৱাসিক অট্টালিকাক লক্ষ্য কৰি কৰা আক্ৰমণত কমেও ১৮ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে।

নিৰাপত্তাৰক্ষীৰ সফল অভিযান; পাঁচজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে বৃহস্পতিবাৰৰ পৰা চলি থকা সংঘৰ্ষত ৫জন সন্ত্ৰাসবাদী নিহত হৈছে। এই অভিযান অন্তিম পৰ্যায়ত আছে বুলি জানিবলৈ দি নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰিচয় জানিব জানিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।

যশস্বী চিত্র পৰিচালক হেমেন দাসৰ দেহাৱসান ।

অসমীয়া চলচ্চিত্রৰ জগতৰ জ্যেষ্ঠ পৰিচালক হেমেন দাসৰ দেহাৱসান । ৭৭ বছৰ বয়সত জীৱন নাট সামৰে পৰিচালক, চিত্রনাট্যকাৰ,অভিনেতা , লেখক তথা অসম সচিবালয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হেমেন দাসে । ১৯৯০ চনত হেমেন দাসে প্রথমবাৰৰ বাবে একক ভাবে পৰিচালনা কৰা যুঁজ