Browsing Category
NEWS
বিশ্বৰ ভিতৰতে ভাৰতত আছে সৰ্বাধিক যক্ষ্মা ৰোগী : WHO
বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে প্রকাশ কৰা শেহতীয়া প্রতিবেদনত যক্ষ্মা অৰ্থাৎ টি বি ৰোগীৰ ক্ষেত্রত ভাৰতে সৰ্বোচ্চ স্থান লাভ কৰিছে । ২০২২ চনত বিশ্বৰ ১৯২ খন দেশত চলোৱা সমীক্ষাৰ প্রতিবেদনত প্রকাশিত তথ্যমতে বিশ্বত মুঠ ৭৫ লাখ যক্ষ্মা ৰোগত!-->…
মৰ্মান্তিক দুৰ্ঘটনা; ট্ৰাক আৰু বাছৰ সংঘৰ্ষত ৬জনৰ মৃত্যু, ২৭জন আহত
উত্তৰ প্ৰদেশৰ জগদীশপুৰ অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ সংঘৰ্ষত ৬ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৭ জন লোক আহত হয়।
এই ভয়ানক দুৰ্ঘটনাটো গোৰখপুৰ-কুশনগৰ ঘাইপথত সংঘটিত হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকলে!-->!-->!-->…
৩৪ গৰাকী APSC বিষয়াৰ বিৰুদ্ধে লোৱা হব কঠোৰ ব্যৱস্থা। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ…
https://fb.watch/odA9AxHK7p/
ভাৰতীয় মূলৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস; বিশ্বকাপত ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ । ISHAN…
বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা চলিত বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচখনত ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ বেটাৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস।
এই মেচখনত ৰবিন্দ্ৰই ৪২ ৰানৰ ইনিংছ খেলিছিল আৰু এই ইনিংছটোতে তেওঁ এনে এক অভিলেখ গঢ়িলে!-->!-->!-->…
ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাক জামিন । আদালতে বিশেষ চৰ্ত সাপেক্ষে জামিন দিলে বন্দনা কলিতাক।
https://fb.watch/odvHxDGwW7/
ভয়ংকৰ দুৰ্ঘটনা; দুখন চাৰিচকীয়া বাহনৰ খুন্দাত ৮ জন লোকৰ মৃত্যু
বুধবাৰে আমেৰিকাৰ টেক্সাছত দুখন বাহনৰ ভয়াবহ সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত পতিত হোৱা বগা ৰঙৰ হোণ্ডা গাড়ীখনত থকা লোকসকল আছিল অবৈধ নাগৰিক, যিয়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটোত বগা!-->!-->!-->…
যুদ্ধ বিৰতি উলংঘন; এজন BSF জোৱান ছহিদ, প্ৰত্যুত্তৰত মৃত্যু ২জন পাকিস্তানী ৰেঞ্জাৰ্ছৰ
জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ ৰামগঢ় ছেক্টৰৰ ভাৰত-পাক সীমান্তৰ সমীপত পাকিস্তানী সেনাই অতৰ্কিতে চলোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এজন হেড কনিষ্টবলৰ মৃত্যু হয়।
আনহাতে যুদ্ধ বিৰতি উলংঘনৰ প্ৰত্যুত্তৰত ভাৰতৰ সুৰক্ষা!-->!-->!-->…
দেশজুৰি মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বৰাকত কেইবাজনকো আটক । NIA ৰ জালত ৰোহিংগীয়া মুছলমান।
দেশজুৰি চলিছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বুধবাৰে পুৱাৰে পৰা অসম, ত্রিপুৰা, পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু পুডুচেৰীৰ ৪০ টা স্থানত চলিছে এই অভিযান ।এন আই এ য়ে পুৱাৰেপৰা চলোৱা এই!-->…
আপুনি কিমান তললৈ নামিব? নিতীশ কুমাৰৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ
বিহাৰ বিধানসভাত জন্ম নিয়ন্ত্ৰণ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বক্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।তেওঁ কয় যে যিসকল মানুহে নাৰীৰ বিষয়ে!-->…
মহিলাক লৈ কৰা বিদ্বেষমূলক মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে। ISHAN…
অৱশেষত ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে । নিজ ৰাজ্যত জন্মহাৰ নিয়ন্ত্ৰণৰ কাৰণ ব্যাখ্যা কৰাৰ সময়ত বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগ উণ্থাপন হৈছিল নীতিশ কুমাৰৰ বিৰুদ্ধে । এই মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল!-->!-->!-->…