Browsing Category
NEWS
মিজোৰামত ১১ বজালৈ ভোটদানৰ হাৰ ৩১.০৩ শতাংশ আৰু ছত্তিশগড়ত ২২ .৯৭ শতাংশ।
আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । মিজোৰামৰ ৪০ খন আসনৰ বাবে প্রতিদ্বন্দ্বিতা কৰা ১৭৪ গৰাকী প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮, ৫১,৮৯৫ গৰাকী ভোটাৰে । পুৱা ৭ বজাৰ পৰা মিজোৰামৰ ১২৭৫ টা গ্ৰহণ কেন্দ্ৰত!-->…
তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা ।
২০২৩ বৰ্ষৰ ২৯ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে তৰুণ লেখক নয়নজ্যোতি শৰ্মালৈ । 'জাল কটা জুই' শীর্ষক চুটিগল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে প্রতিশ্ৰুতি সম্পন্ন যুৱ লেখক নয়ন জ্যোতি শৰ্মাই । ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন!-->…
অধিক সন্তান জন্ম দি বিপদত একাংশ মিঞা মুছলমান পৰিয়াল । অধিক সন্তান জন্ম দি আমি বিপদত পৰিছো বুলি…
https://fb.watch/o8go-tTwkR/
চৰকাৰী কৰ্মচাৰীলৈ হাজাৰ হাজাৰ টকাৰ উপহাৰ । দেৱালীৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰীক বৃহৎ বোনাচ দিব…
https://fb.watch/o8fMYvY9Tj/
ৰাজ্যত আজি পুনৰ চলিব উচ্ছেদ ।গোৱালপাৰা জিলাৰ লক্ষীপুৰত এইবাৰ প্ৰশাসনৰ হাতোঁৰা । নলবাৰী সংৰক্ষিত…
https://fb.watch/o8ejJetpP5/
ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে কৰ্মচাৰীক দিলে ৰয়েল এনফিল্ড
তামিলনাডুৰ এজন ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে ১৫ জন কৰ্মচাৰীক ৰয়েল এনফিল্ড বুলেট প্ৰদান কৰিছে। ব্যৱসায়ী শিৱকুমাৰে কোনো ভেদভাব নাৰাখি ড্ৰাইভাৰৰ পৰা মেনেজাৰলৈকে সকলোকে বোনাছ হিচাপে দিছে দুচকীয়া বাহন।
২০ বছৰতকৈও অধিক সময় ধৰি!-->!-->!-->…
অতি কৰুণ! পুখুৰীত ডুবি তিনিটা শিশুৰ মৃত্যু
বিহাৰৰ সীতামঢ়ী জিলাৰ বাজপট্টি থানা এলেকাৰ অন্তৰ্গত বাৰী ফুলৱাৰিয়া গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দেওবাৰে গাঁওখন থকা এটা পুখুৰীৰ পানীত ডুব যোৱাৰ ফলত তিনিটা শিশুৰ মৃত্যু হয়।
মৃত শিশু কেইটাৰ ভিতৰত আছে দুগৰাকী ছোৱালী আৰু এটি ল’ৰা।!-->!-->!-->…
‘মহাদেৱৰ নামত জুৱাৰ এপ কিয়?’, বাঘেল চৰকাৰৰ ওপৰত ক্ষুন্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ছত্তীশগড়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আন আন ৰাজনৈতিক নেতাৰ লগতে জোৰদাৰ প্ৰচাৰ অভিযানত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই মহাদেৱ এপ কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ!-->…
পথত ৰৈ থকা ট্ৰাকত খুন্দা বৰযাত্ৰীৰ বাহনৰ; দৰাসহ ৪জন লোকৰ মৃত্যু
পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়।
পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ!-->!-->!-->…
দিল্লী বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ; শীৰ্ষ দহত আছে ভাৰতৰ আৰু দুখন চহৰ
গেছ চেম্বাৰত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লী। বায়ুৰ গুণাগুণ বা AQI ৪০০ অতিক্ৰম কৰাত ভয়াৱহ প্ৰদূষণৰ পৰিস্থিতিয়ে আৰু অধিক উদ্বেগৰ সৃষ্টি কৰিছে।
কেৱল দিল্লীয়ে নহয় বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকাত আছে ভাৰতৰ আৰু দুখন চহৰ। চহৰ দুখন হৈছে!-->!-->!-->…