ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৮জন শ্ৰমিকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এটা ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত শনিবাৰে সন্ধিয়ালৈকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হৈ থকা তিনিজন লোকৰ সন্ধান অব্যাহত আছে। এন ডি আৰ এফৰ বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা

ধৰ্মীয় স্থানত মজুত থকা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়ৰ; কিন্তু কিয়?

দিপাৱলীৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। আদালতে কৰ্তৃপক্ষক অভিযান চলাই সকলো ধৰ্মীয় স্থানত মজুত কৰি ৰখা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আদালতে কয়, ‘মই কোচি আৰু অন্যান্য জিলাৰ আৰক্ষী আয়ুক্তৰ সহযোগত ডেপুটি কালেক্টৰক

‘আমাক সুকীয়া ৰাজ্য লাগে…’, কুকি বিধায়কৰ বিদ্ৰোহত বীৰেণ সিং চিন্তিত

গোষ্ঠীগত সংঘৰ্ষৰ জুইত জ্বলি থকা মণিপুৰত বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ সন্মুখত দেখা দিছে আন এক বৃহৎ প্ৰত্যাহ্বান। কুকি জনগোষ্ঠীৰ ১০ জন মন্ত্ৰী-বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সুকীয়া ৰাজ্য গঠনৰ দাবী কৰিছে। বিদ্ৰোহী বিধায়কসকলে বীৰেণ

অসমতো হ’ব নেকি বৰ ভূঁইকঁপ । বিজ্ঞানীয়ে কি কয় ?

শুকুৰবাৰে নিশা নেপালক ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ লগতে এই ভূমিকম্পৰ মৃদু জোকাৰণি অনুভুত হয় দিল্লী, উত্তৰ প্ৰদেশ আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অংশত । হিমালয় অঞ্চলত সঘনাই ভূমিকম্প অনুভুত হোৱাৰ কাৰণ কি ? বিজ্ঞানী সকলৰ মতে,

মাজনিশা নেপালত ভয়ংকৰ ভূমিকম্প; এই পৰ্যন্ত ১২৮ গৰাকী লোকৰ মৃত্যু, সন্ধানহীন বহু লোক

শুকুৰবাৰে গভীৰ নিশা ভূমিকম্পত কঁপি উঠিল ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপাল। এই ভূমিকম্পত অতি কমেও ১২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ইমানেই বেছি আছিল যে দিল্লীৰ মাটিও কঁপিছিল। কেইবা মুহূৰ্তলৈ জোকাৰণি অনুভৱ

বিশ্বকাপত এই দলটোৰ নামত পঞ্জীয়ন হ’ল লজ্জাজনক অভিলেখ

ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপৰ এখন মেচ আজি লক্ষ্ণৌত নেদাৰলেণ্ড আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈ আছে। আজিৰ এই মেচখনতে এটা দলৰ নামত পঞ্জীয়ন হ’ল এটা লজ্জাজনক অভিলেখ। লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ

ৰাঘৱ চাড্ডাই ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত ক্ষমা খোজক… বিষয়টোৰ অন্ত পেলাওক : উচ্চতম ন্যায়ালয়।…

আম আদমি পাৰ্টি চমুকৈ আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ নিলম্বন গোচৰটোত হস্তক্ষেপ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক সাক্ষাৎ কৰি নিঃচৰ্ত ক্ষমা খুজিবলৈ কয়। আদালতে কয় যে অধ্যক্ষই

গাজাক আগুৰি ধৰিছে ইজৰাইলী সেনাই । হামাছৰ হুংকাৰ ‘আমি মোনাত ভৰাই ওভোতাই পঠাম’ । ISHAN NEWS…

গাজাক চাৰিওফালৰ পৰা আগুৰি ধৰিছে ইজৰাইলী সেনাই । ইজৰাইলী সেনাৰ মুখপাত্র ডেনিয়েল হাগাৰীয়ে শেহতীয়াকৈ গাজা চহৰৰ চৌদিশ আগুৰি ধৰিছে ইজৰাইলী সেনাই । ইজৰাইলে আকৌ এবাৰ গাজাৰ নাগৰিকসকলক দক্ষিণলৈ যাবলৈ কৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন

কেমিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড; ৪জন শ্ৰমিক নিহত, বহু আৱদ্ধ । ISHAN NEWS…

শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহাড এম আই ডি চিত অৱস্থিত ব্লু জেট হেল্থকেয়াৰ লিমিটেড কোম্পানীত এক বৃহৎ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ৪ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩ জন শ্ৰমিক আহত হয়।

ভূটানৰ ৰজা আহিছে অসমলৈ । ৰজাৰ কথা , বিয়া ইত্যাদি । ISHAN NEWS…

তিনিদিনীয়া ভ্ৰমণসূচিৰে সপৰিয়ালে অসমলৈ আহিছে ভুটানৰ নৃপতি জিগমে খেছাৰ ন্যামগেল ৱাংচুক । ভূটানৰ ৰজাক বিমান বন্দৰত উস্ম আদৰণি জনায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বিমান বন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ভূটানৰ ৰজাই