ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

অটো ৰিক্সাত প্ৰচণ্ড খুন্দা তীব্ৰবেগী জীপৰ; তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু

বুধবাৰে নিশা কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ পংকুন্নাম-পালা পথত সংঘটিত দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।জানিব পৰা মতে, তীব্ৰ বেগী এখন জীপে নিয়ন্ত্ৰণ হেৰুৱাই এখন অটো ৰিক্সাত প্ৰচণ্ড খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতেই

‘অশিক্ষিত শিশু’, ৰাজনীতিৰ কোনো জ্ঞান নাই : ৰাহুল গান্ধীক পুনৰ সমালোচনা হিমন্ত বিশ্ব…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক শেহতীয়াকৈ বংশবাদৰ ৰাজনীতি সন্দৰ্ভত কৰা মন্তব্যক লৈ সমালোচনা কৰি ৰাজনীতিৰ কোনো জ্ঞান নথকা ‘অশিক্ষিত শিশু’ বুলি অভিহিত কৰে। শৰ্মাই কয়, ‘এটা পৰিয়ালৰ পৰা সকলোৱে ৰাজনীতিত

বিশ্বকাপৰ মাজতেই ৰোহিত শৰ্মালৈ আহিল ভাল খবৰ; হঠাৎ ICC-এ কৰিলে ডাঙৰ ঘোষণা

এদিনীয়া ক্ৰিকেট বিশ্বকাপ চলি থকাৰ মাজতে ভাৰতীয় দলৰ অধিনায়কৰ বাবে আহিল ভাল খবৰ। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে জাৰি কৰা বেটিং ৰেংকিঙত পাঁচটা স্থান আগুৱাই ষষ্ঠ স্থানলৈ উন্নীত হৈছে ৰোহিত শৰ্মা। ভাৰতৰ ভূমিত চলি থকা এদিনীয়া বিশ্বকাপত

পুত্র, পত্নীসহ কাৰাগাৰলৈ সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খান ।

সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে । মনোনয়নৰ নথিপত্রত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ দাখিলৰ গোচৰত পৰিয়ালসহ দোষী সাব্যস্ত কৰে আজম খানক। ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আজম

চৰকাৰী কৰ্মচাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ পূজাৰ অফাৰ… মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি । ISHAN NEWS…

দুৰ্গা পূজা তথা দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিছে এটা ডাঙৰ উপহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া বানচ (ডি এ) ৪ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে। এই চাৰি শতাংশ বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ মৰগীয়া বানচ

দুটাকৈ ফটকা বনোৱা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ১১ গৰাকী শ্ৰমিকৰ মৃত্যু ISHAN NEWS…

তামিলনাডুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দীপান্বিতালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰতি লক্ষ্য ৰাখি ফটকা বনোৱা কাৰখানা সমূহ হৈ উঠিছে সক্ৰিয়। দিনে নিশাই শ্ৰমিক সকলে ফটকা বনোৱাত ব্যস্ত হৈ থকাৰ মাজতে মঙলবাৰে ৰাজ্যখনৰ বিৰুধুনগৰ জিলাত দুটাকৈ আতচবাজী

আপুনি টুইটাৰৰ পোষ্টত ‘লাইক বুটাম’ টিপিব বিচাৰে নেকি? নে এক্সৰ পৃষ্ঠাত পুনৰ পোষ্ট কৰিব…

পূৰ্বৰ টুইটাৰ তথা বৰ্তমানৰ এক্সে নতুন 'চাবস্ক্ৰিপশ্বন মডেল' প্ৰৱৰ্তন কৰিবলৈ সাজু হৈ উঠিছে । মঙলবাৰে, এক্সে "নট এ বট" নামৰ নতুন "চাবস্ক্ৰিপশ্বন মডেল" মুকলি কৰিছে। এই নতুন মডেলত 'লাইক, উত্তৰ' আৰু 'ৰিপোষ্ট' 'বুকমাৰ্ক'ৰ বাবে ধন খৰচ কৰিব লাগিব