ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

আন এক কঠোৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ; কোটক মহিন্দ্ৰা বেংকৰ ক্ৰেডিট কাৰ্ডত নিষেধাজ্ঞা

ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংক (Paytm Payments Bank) নিষিদ্ধ কৰাৰ পিছত এইবাৰ কোটক মহিন্দ্ৰা বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কোটক মহিন্দ্ৰা বেংকক অনলাইন বা মোবাইল বেংকিং চেনেলৰ জৰিয়তে নতুন গ্ৰাহক যোগ কৰাত নিষেধাজ্ঞা

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু টিকট বঞ্চিত বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ হাথৰছ লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজবীৰ দিলেৰৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু ঘটিছে।। আলিগড়ৰ বৰুণ চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। সাংসদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাতে শোকস্তব্ধ

ভোট দিয়ক আৰু বিনামূলীয়াকৈ খাওঁক আইচক্ৰীম, জেলেপী অথবা চাওমিন। কোনে কোনে লাভ কৰিব এই সুবিধা

লোকসভা নিৰ্বাচনত ভোট দিয়া ভোটাৰসকললৈ আকৰ্ষণীয় পুৰস্কাৰ। পুৰস্কাৰৰ তালিকাত আছে আইচক্ৰীম, জেলেপী, চাওমিনৰ দৰে লোভনীয় খাদ্য। নিৰ্বাচনত ভোট দান কৰি বিনামূলীয়াকৈ এই খাদ্যসমূহৰ সোৱাদ লব পাৰিব ভোটাৰসকলে। কিন্তু কেনেকৈ? দেশত লোকসভা

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কঁপি উঠিল মণিপুৰ; বোমাৰে উৰুৱাই দিলে গুৰুত্বপূৰ্ণ দলং

বিগত এটা বছৰ ধৰি হিংসাৰ জুইত জ্বলি থকা মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা ৰাজ্যখনৰ কাংপকপি জিলাত কোনো দুৰ্বৃত্তই বোমাৰে উৰুৱাই দিলে এখন গুৰুত্বপূৰ্ণ দলং। নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে ইম্ফলক সংযোগ কৰা ২ নং ৰাষ্ট্ৰীয়

বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ; ৪ জনৰ মৃত্যু, বহু লোক আহত

উত্তৰ প্ৰদেশৰ কন্নাৌজত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ যাত্ৰীৰ মৃত্যু। জানিব পৰা অনুসৰি, দ্ৰুতবেগী এখন শ্লীপাৰ বাছে ডিভাইডাৰ ভাঙি সিফালৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৩০ জনতকৈ অধিক যাত্ৰী আহত

মাজ আকাশত দুই হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ; ১০ জন লোকৰ মৃত্যু

মালয়েছিয়াত নৌসেনা ঘাটিৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অনুশীলনৰ সময়ত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ১০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ লাভ কৰা গৈছে। নৌসেনা ঘাটিৰ ওচৰত দুখন হেলিকপ্টাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা

মৰাণৰ ঝলমত শোকাৱহ পথ দুৰ্ঘটনা; প্ৰাণ গ’ল মাতৃ আৰু কন্যাৰ

মৃত্যু চাগে এনেকৈয়ে আহে। মৰাণৰ ঝলমত আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটি ল’লে মাতৃ আৰু কন্যাই। ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাড়া কৰি

হঠাৎ অসুস্থ ৰাহুল গান্ধী; অংশ ল’ব নোৱাৰিব দুখনকৈ বিশাল জনসভাত

কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাতিল কৰা হৈছে মধ্যপ্ৰদেশ ভ্ৰমণ। এখন জনসভাত অংশ ল’বলগীয়া ৰাহুল গান্ধীৰ ঠাইত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে জনসভাখনত অংশ ল’ব। মধ্যপ্ৰদেশ

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা ৰামদেৱৰ; দিব লাগিব সেৱা কৰ

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা যোগগুৰু বাবা ৰামদেৱৰ। এতিয়াৰ পৰা ৰামদেৱৰ দ্বাৰা আয়োজিত যোগ শিবিৰসমূহ সেৱা কৰৰ আওতালৈ আহিছে। অৰ্থাত যোগ শিবিৰৰ বাবে দিব লাগিব সেৱা কৰ। ন্যায়াধীশ অভয় এম ওক আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত

মহানদী নদীত ডুব গ’ল যাত্ৰীবাহী নাও; ৭ জনৰ মৃত্যু

ওড়িশাৰ ঝাৰছুগুডা জিলাৰ মহানদী নদীত ৫০ জন লোক কঢ়িয়াই অনা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। খবৰ অনুসৰি নিৰুদ্দেশ হোৱা লোকক বিচাৰি অনুসন্ধান তথা উদ্ধাৰ