ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

সুৰাপায়ীসকলৰ বাবে ভাল খবৰ! দুৰ্গা পূজাত বন্ধ নহয় সুৰাৰ বিপণি : ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

দুৰ্গা পূজা উদযাপনৰ সময়ত ৰাজ্যত কোনো ধৰণৰ ড্ৰাই ডে’ বা সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা নাথাকিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূজাৰ সময়ত ৰাজ্যত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত

গাজাৰ চিকিৎসালয়ত আক্রমণৰ পাছতেই বাতিল আমেৰিকা ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু আৰৱ নেতাৰ মাজৰ বৈঠক ।…

গাজাত অব্যাহত আছে ইজৰাইলৰ বিমান আক্রমণ । ইজৰাইলে গাজাত চলোৱা শেহতীয়া বিমান আক্রমণত গাজাৰ এখন চিকিৎসালয়ৰ ৫০০ লোকৰ মৃত্যু হয় । ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ আন এক পৰ্যায়ত উপনীত হৈছে । গাজাৰ চিকিৎসালয়ত ইজৰাইলে বিমান আক্রমণ

২০২৪ বৰ্ষত,১৪৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয় । ৰাজ্য চৰকাৰে অনুমোদন জনালে বন্ধৰ তালিকাত

২০২৪ চনৰ চৰকাৰী বন্ধৰ তালিকাত আজি অনুমোদন জনায় হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। ২০২৪ ত চৰকাৰী বন্ধ ৩৬ দিন । সীমিত বন্ধ ৩০ দিন, অৰ্ধ চুটি দুদিন , ৫২ টা দেওবাৰ আৰু ২৬ টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ । ২০২৪ ত অসম চৰকাৰৰ সৰ্বমুঠ বন্ধৰ সংখ্যা হব ১৪৫

সমকামী বিবাহক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ।

উচ্চতম ন্যায়ালয়ে আইনী স্বীকৃতি নিদিলে সমকামী বিবাহৰ। সমকামীৰ বিবাহৰ বিষয়টো সংসদৰ ভিতৰুৱা বিষয় বুলি কয়, উচ্চতম ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰক সমলিংগৰ বিবাহৰ বিষয়টোত উপযুক্ত পদক্ষেপ লবলৈ গাইডলাইন জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে । বিবাহৰ অধিকাৰ

২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত ‘ক্রিকেট’ ।প্রথম কোনখন অলিম্পিকত ক্রিকেট অনুষ্ঠিত হৈছিল আৰু কোনখন দেশ…

এছিয়ান গেমছৰ পাছত, এইবাৰ অলিম্পিকত অন্তৰ্ভুক্ত হ’ল ক্রিকেট। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে। পুৰুষ আৰু মহিলা দুয়োটা শাখাত অনুষ্ঠিত হ'বলগীয়া মেচ কেইখন অনুষ্ঠিত হ'ব টি-20

ভাৰতীয় জনতা যুৱ মৰ্চাত আৰ্য্য বিদ্যাপীঠৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ যোগদান

গুৱাহাটী মহানগৰীৰ আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা