ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ছবছৰৰ পিছত ভাৰতীয় বুলি গণ্য ৫০ বছৰীয়া মহিলা; সামান্য ভুলৰ বাবে হৈ পৰিছিল অবৈধ প্ৰব্ৰজনকাৰী  

অসমত বসবাস কৰা বহু লোকে নথি-পত্ৰৰ অভাৱত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। তেনে এটা গোচৰত এগৰাকী মহিলাই বিগত ছবছৰ ধৰি অবৈধ প্ৰব্ৰজনকাৰী হোৱাৰ পৰিণতি ভোগ কৰিবলগীয়া হৈ আছিল। কিন্তু

ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা হামাছৰ শক্তিৰ আঁৰৰ চাৰিখন মুখ

সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত। বিগত ৭ অক্টোবৰ অৰ্থাত শনিবাৰে হামাছে চলোৱা অতৰ্কিত আক্ৰমণৰ পিছৰে পৰা ইজৰাইলেও তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। ইজৰাইলে গাজা সীমান্তলৈ টেংকৰসহ প্ৰায় ৩ লাখ ৰিজাৰ্ভ বাহিনী প্ৰেৰণ কৰিছে।

চাঞ্চল্যকৰ! বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

মঙলদৈত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বন্ধ কোঠাৰ ভিতৰত মাতৃ আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহ উদ্ধাৰ হোৱা মাতৃগৰাকীক ৭৫ বছৰীয়া দুৰ্গেশ্বৰী দেৱী আৰু পুত্ৰজনক ৫৫ বছৰীয়া বিৰাজ শৰ্মা বুলি চিনাক্ত

চাৰিটা স্থান পিছুৱাই ক্ষুধাৰ্ত দেশৰ তালিকাত ১১১ নম্বৰত ভাৰত

গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২৩-ত আৰু অধিক তললৈ নামিল ভাৰত। বৃহস্পতিবাৰে প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ নতুন তালিকাত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান লাভ কৰিছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে। ২০২২ চনৰ সমীক্ষাত ১২১খন দেশৰ

প্রধানমন্ত্রী মোডী আৰু জয়শংকৰক হত্যা কৰাৰ ভাবুকিৰে কানাডাৰ গুৰুদ্বাৰত পোষ্টাৰ । ভাৰতে কি ক’লে…

কানাডাৰ গুৰুদ্বাৰৰ বাহিৰত খালিস্তানিয়ে লগোৱা কেইখনমান পোষ্টাৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে । পোষ্টাৰ কেইখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰক হত্যাৰ আহ্বান জনাইছে । এই পোষ্টাৰ সমূহ