ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

গেৰুৱা ৰঙলৈ সলনি দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং; অসন্তুষ্ট বিৰোধী

ভাৰতীয় আৱেগ জৰিত হৈ থকা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। আজি ডিডি নিউজৰ তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে নতুন ল’গ’টো মুকলি কৰে। টুইটটোত কোৱা হৈছে, ‘অৱশ্যে আমাৰ

দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী

দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী হ’ব ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী। তেওঁ বৰ্তমানৰ নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হ’ব। অহা ৩০ এপ্ৰিলত হৰি কুমাৰৰ কাৰ্যকাল সামৰণি পৰিব। ইয়াৰ পিছতে ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে ৩০

মাওবাদীৰ বিৰুদ্ধে অভিযান। শীৰ্ষ নেতাসহ ২৯ টা মাওবাদী নিহত

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে নিৰাপত্তা বাহিনীৰ বৃহত্ সফলতা। ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও ২৯ টা মাওবাদী নিহত হৈছে। এই অভিযানত ৩জন নিৰাপত্তাৰক্ষী আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ

প্ৰকৃতিৰ কালৰূপ। এফালৰ পৰা বানে ঢাহি-মুহি নিছে সকলো।

প্ৰকৃতিৰ কালৰূপ। এফালৰ পৰা বানে ঢাহি-মুহি নিছে সকলো। বিগত ৩ দিন ধৰি বানে সংহাৰ চলাইছে আফগানিস্তানত। এতিয়ালৈ বানত ৩৩ জনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ২৭ জন লোক। ৰাজধানী কাবুলৰ লগতে দেশখনৰ কেইবাটাও প্ৰান্তত বানে প্ৰভাৱ পেলাইছে।

মলত ভয়ংকৰ ঘটনা; দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত ৫ জন লোকৰ মৃত্যু, কেইবাজনো আহত

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বহু লোকেৰে ভৰা এটা শ্বপিং চেণ্টাৰত এজন লোকে কেইবাজনো লোকক ছুৰীৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। ছিডনীৰ ৱেষ্টফিল্ড বণ্ডি জংচনত সংঘটিত হোৱা এই আক্ৰমণত ৫ জন ভুক্তভোগীৰ মৃত্যু হয়। আক্ৰমণকাৰীয়ে

ভাৰত চৰকাৰৰ জৰুৰী নিৰ্দেশনা; এই দুখন দেশ ভ্ৰমণ নকৰিবলৈ আহ্বান

ইৰাণ আৰু ইজৰাইল (ইৰাণ-ইজৰাইল সংঘাত)ৰ বাবে ভাৰতে ভ্ৰমণ সন্দৰ্ভত জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ভাৰতীয়সকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে এই দুখন দেশ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ইজৰাইল বা ইৰাণত থকা ভাৰতীয়সকলক

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত চৰম শাস্তি এগৰাকী ধনাঢ্য মহিলাক

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ভিয়েটনামৰ এগৰাকী ধনাঢ্য মহিলাক। ২৭ বিলিয়ন ডলাৰৰ কেলেংকাৰী সন্দৰ্ভত যোৱা কেইবাদিনো ধৰি এই গোচৰৰ বিচাৰ চলি আছিল। গোচৰটোৰ তিনিজন নিৰ্বাচিত জুৰি আৰু দুজন ন্যায়াধীশৰ

এটা মেকুৰীক বচাবলৈ গৈ মৃত্যুক সাৱটিলে ৫ জনকৈ লোকে

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা মেকুৰীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৫ জনকৈ লোকে। ৰাজ্যখনৰ আহমেদ নগৰ জিলাৰ পৰা এই ঘটনাৰ খবৰ আহিছে। জানিব পৰা মতে, জিলাখনৰ নেভাছা নামৰ অঞ্চলত থকা এটা বায়’গেছৰ গাঁতত পৰি

‘মুখ্যমন্ত্ৰীৰ বাবে কোনো পৃথক আইন নাই…’ : কেজৰিৱালে দাখিল কৰা আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মুখথেকেচা খাইছে। গ্ৰেপ্তাৰ আৰু জিম্মাৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে।

শুনানিৰ পূৰ্বেই ৰামদেৱ আৰু বালকৃষ্ণই সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত বিচাৰিলে ক্ষমা

সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই ক্ষমা খুজিবলৈ বাধ্য হ’ল বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছে ৰামদেৱ আৰু বালকৃষ্ণই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা