ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

জঘন্য কাণ্ড : দুগৰাকী কিশোৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা ৬ নৰ পিশাচক গ্ৰেপ্তাৰ

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটাত কিশোৰীৰ সৈতে কুকাণ্ড সংগটিত কৰা ছয় নৰপিশাচক গ্ৰেপ্তাৰ কৰা হৈছে। ২৬ ছেপ্টেম্বৰত নগাকটাত অনুষ্ঠিত কৰম পূজা চাবলৈ যোৱা দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই ছজন

মৰ্মান্তিক দুৰ্ঘটনা ! অভিনেতাৰ গাড়ীৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ; নাগাভূষণক গ্ৰেপ্তাৰ । ISHAN…

দুৰ্ঘটনা সংগটিত কৰাৰ অপৰাধত কানাড়া চলচ্চিত্ৰ অভিনেতা নাগাভূষণ এছ এছক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, অভিনেতাগৰাকীৰ গাড়ীৰ খুন্দাত এগৰাকী ৪৮ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ৫৮ বছৰীয়া এজন লোক আহত হৈছিল। এই অভিযোগতে অভিনেতাগৰাকীক

এতিয়াৰ পৰা ৰাজ্যৰ ৪ খন জিলাতহে প্ৰযোজ্য হৈ থাকিব AFSPA; জি পি সিঙৰ ঘোষণা

আজিৰ পৰা অসমৰ চাৰিখন জিলাতহে প্ৰযোজ্য হৈ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা। আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘোষণা কৰে। অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত আয়োজিত এক বিশেষ

জনসাধাৰণক পুনৰ মাধমাৰ; আজিৰ পৰা বাঢ়িল বিদ্যুতৰ মাচুল

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰা সাধাৰণ জনতাক পুনৰ মাধমাৰ শোধাই অক্টোবৰৰ প্ৰথম দিনটোৰ পৰা ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল। অসম বিদ্যু বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে। প্ৰতি ইউনিটত

খাৱৈত বাগৰিল পৰ্যটকৰে ভৰা বাছ; ৮জনৰ মৃত্যু, বহু লোক আহত

তামিলনাডুৰ নীলগিৰি পাহাৰীয়া জিলাত শনিবাৰে পৰ্যটকৰে ভৰা এখন বাছ খাৱৈত বাগৰি পৰাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয়। নিহতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু এটি শিশু। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী এম কে

গান্ধী জয়ন্তী উপলক্ষ্যে বিদ্যালয় সমূহৰ বাবে বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী স্কুল সমূহৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২ অক্টোবৰ অৰ্থাত গান্ধী জয়ন্তীৰ দিনটোত খোলা থাকিব ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিদ্যালয়। শনিবাৰে অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।গান্ধী জয়ন্তীক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস

ডিব্ৰুগড় জেইলৰ ভিতৰত প্ৰতিবাদত বহিছে খালীস্তানী নেতা অমৃতপাল সিং

খালীস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙে ডিব্ৰুগড় জেইলৰ ভিতৰত সাব্যস্ত কৰিছে প্ৰতিবাদ। অমৃতসৰৰ উপায়ুক্তই জেইলৰ ভিতৰত অমৃতপালৰ অধিবক্তা ৰাজদেৱ সিং খালছাক সাক্ষাতৰ অনুমতি নিদিয়াৰ বাবেই আজি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে চূড়ান্ত ভোটাৰ তালিকা

অৱশেষত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। ১ কোটি ৭৮ লাখ ১২৭ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে চূড়ান্ত ভোটাৰ তালিকাত। পঞ্চায়ত পুনঃগঠনৰ পূৰ্বে প্ৰকাশ পোৱা এই চূড়ান্ত তালিকাত ৮৯ লাখ ৮৬ হাজাৰ ৯৬৩ গৰাকী পুৰুষ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।

ভাইৰেল ভিডিঅ’; টিভি টক শ্ব’ত প্ৰচণ্ড মাৰপিট, চৰ-কিল, গোৰ-ঘোচা আদিৰে আক্ৰমণ

টেলিভিছনৰ লাইভ টক শ্ব’ৰ সময়ত পাকিস্তানৰ দুগৰাকী ৰাজনৈতিক নেতাৰ প্ৰচণ্ড মাৰপিট। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই মাৰপিটৰ দৃশ্যই হাঁহিৰ খোৰাক দিছে সাধাৰণ লোকক। দৰাচলতে জাভেদ চৌধাৰীৰ এক্সপ্ৰেছ নিউজত চলি আছিল এটা টক শ্ব'। টক শ্ব’ত বিতৰ্ক