ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

বনৰীয়া হাতী খেদিবলৈ গৈ মৃত্যু এজন বনকৰ্মীৰ; তিনিজন আহত

শুকুৰবাৰে পুৱতি নিশা তিতাবৰৰ বিজয় নগৰত বনৰীয়া হাতী খেদিবলৈ গৈ এগৰাকী বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। তিতাবৰৰ বিজয় নগৰত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা বনকৰ্মী জনক অতুল কলিতা(৫১)বুলি চিনাক্ত কৰা হৈছে।

কোচিং চেণ্টাৰৰ বাবে চৰকাৰৰ জৰুৰী নিৰ্দেশনা

কোচিং চেণ্টাৰৰ হাবলৈ পৰিণত হোৱা ৰাজস্থানৰ কোটাত ক্রমান্বয়ে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা ।কোটাকে ধৰি ৰাজস্থানৰ বিভিন্ন স্থানত চলি থকা কোচিং চেণ্টাৰৰ বাবে গাইডলাইন জাৰি কৰিছে ৰাজস্থান চৰকাৰে। গাইডলাইন মতে, ছাত্র ছাত্রীক ডেৰ দিনৰ সাপ্তাহিক

মছজিদৰ সমীপত আত্মঘাতী বোমা বিস্ফোৰণ; ৫২ জন লোকৰ মৃত্যু, ৫০ জন আহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা মছজিদৰ সমীপত শুকুৰবাৰে সংঘটিত এক শক্তিশালী আত্মঘাতী বোমা বিস্ফোৰণত এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসহ ৫২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হোৱাৰ খবৰ আহিছে। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ঈদ

জেপ খালি হৈছে দেশৰ জনতাৰ। RBI ৰ প্রতিবেদনত উদ্বেগজনক তথ্য । ৫ দশকৰ ভিতৰতে নিম্নগামী সঞ্চয়ৰ হাৰ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রকাশ কৰা শেহতীয়া প্ৰতিবেদন মতে , ২০২২-২৩ বৰ্ষত দেশৰ মুঠ ঘৰুৱা সঞ্চয় জিডিপিৰ ৫.১শতাংশলৈ কমিছে । বিগত বৰ্ষত ঘৰুৱা সঞ্চয়ৰ পৰিমাণ আছিল ৭.২ শতাংশ। প্রতিবেদন মতে, ১৯৭৬-৭৭ চনৰ পৰা দেশৰ ঘৰুৱা সঞ্চয়ৰ হাৰ কেতিয়াও ইমান

ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিব লগীয়া দলংসমূহত থাকিব টোলগেট।

ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলংসমূহত থাকিব টোলগেট। ব্ৰহ্মপুত্ৰৰ ওপৰত চৰকাৰে নতুনকৈ নির্মাণ কৰিবলগীয়া দলংসমূহ পাৰ হ’বলৈ হ’লে জনসাধাৰণে পৰিশোধ কৰিব লাগিব কৰ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে

মহানগৰীৰ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্রীৰ অশ্লীল ফটো সামাজিক মাধ্যমত ।

চাইবাৰ অপৰাধীৰ টাৰ্গেটত এইবাৰ মহানগৰীৰ একাংশ শিক্ষাৰ্থী । বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীক লক্ষ্য হিচাপে লৈছে চাইবাৰ অপৰাধীয়ে ।মহাবিদ্যালয়খনৰ ৫০ গৰাকীতকৈও অধিক ছাত্রীৰ ফটো অশ্লীল ৰূপত সম্পাদনা কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলত বৃহৎ পৰিৱৰ্তন; দলত অন্তৰ্ভুক্ত অশ্বিন

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলত এক বৃহৎ সাল সলনি ঘটা পৰিলক্ষিত হৈছে। অল ৰাউণ্ডাৰ অক্ষৰ পেটেলৰ ঠাইত তাৰকা স্পিনাৰ আৰ অশ্বিনক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতৰ বাবে বিশ্বকাপৰ দলৰ পৰা বাহিৰ হ’ল অক্ষৰ পেটেল। অক্ষৰৰ আঘাত অশ্বিনৰ বাবে

হেকাৰৰ কবলত কানাডাৰ বায়ুসেনাৰ ৱেবছাইট ।INDIAN CYBER FORCE ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি!

শেহতীয়াকৈ খালিস্তানিক লৈ চলা কূটনৈতিক বিবাদে কানাডা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে । কানাডাৰ বায়ুসেনাৰ অফিছিয়েল ৱেবছাইট হেকাৰৰ কবলত পৰা বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই কানাডাৰ একাংশ সংবাদ মাধ্যমে ভাৰতীয় হেকাৰে চাইবাৰ আক্রমণ সংঘটিত কৰাৰ

জনসাধাৰণৰ যন্ত্ৰণাৰ প্ৰতি কোনো গুৰুত্ব নাই : চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি মণিপুৰী অভিনেতাৰ বিজেপি ত্যাগ

মণিপুৰৰ প্ৰখ্যাত অভিনেতা ৰাজকুমাৰ সোমেন্দ্ৰ ওৰফে কাইকুৱে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ দুগৰাকী কিশোৰ ছাত্ৰ-ছাত্ৰীৰ হত্যাকাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে। দুখন কুকী ছবিকে ধৰি ৪০০ৰো অধিক ছবিত

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে হঠাৎ এদিনীয়াৰ পৰা অৱসৰ ঘোষণা নবীন উল হকৰ

আফগানিস্তানৰ প্ৰতিভাধৰ যুৱ ক্ৰিকেটাৰ নবীন উল হকে এদিনীয়া খেলৰ পৰা অৱসৰ ঘোষণা কৰি বিশ্ব ক্ৰিকেটক আচৰিত কৰি তুলিছে। বিশ্বকাপ ক্ৰিকেট খেলিবলৈ ভাৰতত উপস্থিত হোৱাৰ পিছতে নবীনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ