ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি ২০০০ টকীয়া নোট সলনি নকৰে তেতিয়া কি হ’ব?

অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ হাতত জমা থকা ২০০০ টকাৰ নোট আপুনি সলনি কৰিব পাৰিব । ৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি আপুনি ২০০০ টকাৰ নোট সলনি নকৰে তেতিয়া সেই নোটক অবৈধ বুলি ঘোষণা কৰিব নেকি ? যদি আপুনি ৩০ ছেপ্টেম্বৰৰ ভিতৰত নোটবোৰ সলনি নকৰে তেতিয়া কি

ড্ৰাগছ সৰবৰাহৰ গোচৰত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ

ড্ৰাগছ আৰু ধন সৰবৰাহত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ বিধায়ক সুখপাল সিং খাইৰাক আজি পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০১৫ চনত ফাজিলকাৰ জালালাবাদত NDPS আইনৰ অধীনত ৰুজু হৈ থকা এটা পুৰণি গোচৰৰ সংক্ৰান্তত আজি ৰাতিপুৱা পঞ্জাৱ আৰক্ষীৰ দলে খাইৰাৰ

AFSPA আইনৰ অধীনত ছমাহৰ বাবে মণিপুৰক অশান্ত অঞ্চল হিচাপে ঘোষণা

সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে ২৭ ছেপ্টেম্বৰ বুধবাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে ৰাজ্যখনৰ ১৯খন থানাৰ অন্তৰ্গত অঞ্চলক এই আইনৰ

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি সকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলে অনলাইনৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র । ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থী সকলে অনলাইনত

চৰকাৰী চাকৰি পাই পত্নীয়ে পাহৰিলে স্বামীক।

📌চৰকাৰী চাকৰি পাই পত্নীয়ে পাহৰিলে স্বামীক।📌ভাৰাঘৰত থকা পত্নীক চাৰপ্ৰাইজ দিবলৈ গৈ নিজেই চাৰপ্ৰাইজ হ'ল স্বামী।📌ভাৰাঘৰত সহকৰ্মীৰ লগত দেখি হতচকিত স্বামী।📌দুৰ্ভগীয়া স্বামীয়ে মেইল কৰি অভিযোগ দিলে ডিজিপিক।