ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিব পাৰিব; কিন্তু বিয়াৰ প্রতিশ্রুতিত শাৰীৰিক সম্পৰ্ক…

দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিবলৈ বিচাৰিলে থাকিব পাৰে। এনেদৰে থকাৰ পাছত মহিলা গৰাকীয়ে পুৰুষ সঙ্গী গৰাকীৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ আনিব নোৱাৰিব। এটা গোচৰৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰে

সনাতন ধৰ্মক লৈ বিতৰ্ক। ষ্টেলিন আৰু তামিলনাডু চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। কি আছে এই আইনী…

উচ্চতম ন্যায়ালয়ে ডিএমকে নেতা উদয়নিধি ষ্টালিন আৰু তামিলনাডু চৰকাৰক সনাতন ধৰ্মসন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে জাননী প্ৰেৰণ কৰিছে। ষ্টেলিনে সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া আৰু কৰোনাৰ দৰে মহামাৰীৰ সৈতে তুলনা কৰিছিল। ষ্টালিনে সনাতন ধৰ্মক বিলুপ্ত

২৪ ছেপ্তেম্বৰত কামৰূপ-মেট্ৰ’ত বন্ধ থাকিব সুৰাৰ বিক্ৰী; ‘ড্ৰাই ডে’ ঘোষণা প্ৰশাসনৰ

ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২৪ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে গুৱাহাটী চহৰকে ধৰি কামৰূপ-মেট্ৰ’ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত দেওবাৰে কোনো ধৰণৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত

‘ধ্বনি কবি’ নে ‘ধনী কবি’?

📌'ধ্বনি কবি' নে 'ধনী কবি'?📌টীয়কত আৱিৰ্ভাৱ দ্বিতীয় ধ্বনি কবিৰ !📌ধন দি অনুষ্ঠানে অনুষ্ঠানে গামোচা পিন্ধে, নিজে নিজৰ ঢোল পিটি দিয়ে সাক্ষাৎকাৰ!📌এইগৰাকী স্বয়ম্ভু 'ধ্বনি কবি' পৰিছে ৰাইজৰ ৰোষত।

বৃক্ষক অমৃত দিলে নে মৃত্যু?

📌বৃক্ষক অমৃত দিলে নে মৃত্যু?📌অমৃত বৃক্ষ আন্দোলনৰ গছপুলি চাপ্লাইৰ আঁৰত চলিছে কি?📌ক'ৰবাত হিচাপতকৈ কম, ক'ৰবাত মৃত পুলি যোগান।📌গৌৰীপুৰত কাগজে-পত্ৰই বেলেগ হিচাপ,বাস্তৱত বেলেগ।📌কোন কোন সংস্হাই লৈছিল