ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

বিজেপি নে কংগ্ৰেছ? চন্দ্ৰ অভিযানৰ আঁৰত প্ৰধানমন্ত্ৰী মোদী নে অন্য কোনোবা?

বিজেপি নে কংগ্ৰেছ? চন্দ্ৰ অভিযানৰ আঁৰত প্ৰধানমন্ত্ৰী মোদী নে অন্য কোনোবা? চন্দ্ৰযান-৩ক লৈ ৰাজনীতিত ক্ৰেডিট যুদ্ধ । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অতীত সোঁৱৰাই দিলে বিজেপিক

আধাৰ নম্বৰ অবিহনেও হ’ব পাৰিব ভোটাৰ : সৰ্বোচ্চ ন্যায়ালয়ক জনালে নিৰ্বাচন আয়োগে ISHAN NEWS

আধাৰ নম্বৰ অবিহনেও হ’ব পাৰিব ভোটাৰ। হয়, আজি নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত কয় যে আধাৰ নম্বৰ অবিহনেও ভোটাৰ হ’ব পাৰে। প্ৰাপ্তবয়স্ক নাগৰিকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ প্ৰ-পত্ৰত আধাৰ কাৰ্ড বা নম্বৰ পূৰণ কৰাটো বাধ্যতামূলক নহয়।

বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি জয় পাণ্ডাক হত্যাৰ ভাবুকি । ISHAN NEWS…

বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি জয় পাণ্ডালৈ ফোনযোগে আহিছে মৃত্যুৰ ভাবুকি । দিল্লী আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে জয় পাণ্ডাই । দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে , জয় পাণ্ডাৰ সহায়কলৈ আহিছিল সেই বিশেষ ফোন কলটো ।

ইতিহাস ৰচিলে শ্বেফালীয়ে, বিস্ফোৰক ইনিংছেৰে টি-২০ ক্ৰিকেটত গঢ়িলে বিশ্ব অভিলেখ। ISHAN NEWS…

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতৰ শ্বেফালী বাৰ্মাই ৩১টা বলত বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়ে। শ্বেফালীয়ে ৪টা চাৰি আৰু ৫টা ছয়েৰে ৪৫টা বলত ৬৭ ৰানৰ ইনিংছ খেলে। ইয়াৰ লগে

সম্পৰ্কত ফাঁট! এতিয়াৰ পৰা ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক

ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনা আৰু কূটনৈতিক বিতৰ্কৰ মাজতে ভাৰতে লৈছে আন এক কঠোৰ পদক্ষেপ। এইবাৰ কানাডাত ভাৰতীয় ভিছা সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। BLS আন্তঃৰাষ্ট্ৰীয় ৱেবছাইটৰ জৰিয়তে এক জাননী প্ৰকাশ কৰি এই কথা জনায়।

ধুনীয়া জোনৰ বেয়া ছবি দেখুওৱাটো বন্ধ কৰক ! ৰাজ্যসভাত অদ্ভুত মন্তব্য সাংসদৰ।

উত্তৰ প্রদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ অধ্যাপক ৰামগোপাল যাদৱে বৃহস্পতিবাৰে চন্দ্ৰযান-৩ ৰ সফলতা সন্দৰ্ভত প্রকাশ কৰা মতামতে হাঁহিৰ খোৰাক জোগালে বহু সাংসদক । সাংসদ ৰামগোপাল যাদৱৰ মতে জোনবাইৰ বেয়া ছবিবোৰ গৱেষণাৰ বাবে ৰাখিব লাগে , সেই ছবিবোৰ

মোহালী এদিনীয়া মেচৰ পূৰ্বে অনুৰাগীৰ বাবে বেয়া খবৰ; একেলগে বাহিৰ হ’ল দুগৰাকী খেলুৱৈ

২২ ছেপ্তেম্বৰ অৰ্থাত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখন মেচৰ এদিনীয়া শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ দুপৰীয়া ১.৩০ বজাৰ পৰা মোহালীত অনুষ্ঠিত হ’ব। কিন্তু শৃংখলাৰ প্ৰথম মেচখনৰ পূৰ্বে অনুৰাগীৰ বাবে আহিল এটা বেয়া খবৰ।

জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান…

পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ