ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

চামগুৰিৰ অসহায় বৃদ্ধ দম্পত্তিৰ কৰুণ গাঁঠা।

📌চামগুৰিৰ অসহায় বৃদ্ধ দম্পত্তিৰ কৰুণ গাঁঠা।📌যক্ষ্মা ৰোগত আক্ৰান্ত দম্পত্তিৰ বাবে স্থানীয় ৰাইজে বিচাৰিলে সহায়।📌আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত।

অপ্ৰতিৰোধ্য অভিজিত। খালী ভৰিৰে ২৪ ঘন্টা দৌৰি ৱৰ্ল্ড ৰেকৰ্ড কৰা অভিজিতক মনত আছেনে?

📌অপ্ৰতিৰোধ্য অভিজিত।📌খালী ভৰিৰে ২৪ ঘন্টা দৌৰি ৱৰ্ল্ড ৰেকৰ্ড কৰা অভিজিতক মনত আছেনে?📌এইবাৰ আন্তৰ্জাতিক মেচৰ বাবে আফ্ৰিকালৈ ওলাইছে অভিজিত বৰুৱা।📌কাৰ সৈতে যুঁজিবলৈ সাজু হৈছে অসম গৌৰৱ যোৰহাটৰ অভিজিত?

৪৩ গৰাকী পাইলটৰ একেলগে পদত্যাগ; বন্ধ হোৱাৰ উপক্ৰম আকাছা এয়াৰ

শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে বিখ্যাত হোৱা ৰাকেশ ঝুনঝুনৱালাৰ কোম্পানী আকাছা এয়াৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। মাত্ৰ এবছৰৰ ভিতৰতে কোম্পানীটো ব্যাপক সমস্যাত পৰিছে। কোম্পানীটোৰ ৪৩ জন পাইলটে একেলগে পদত্যাগ কৰিছে, যাৰ বাবে দৈনিক ২৪খন বিমান বাতিল

কানাডাত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ভাৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা; এইবোৰ অঞ্চললৈ নোযোৱাৰ পৰামৰ্শ

ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ পিছতে ভাৰত চৰকাৰে কানাডাত অধ্যয়ণৰত ভাৰতীয় শিক্ষাৰ্থীৰ লগতে নাগৰিকৰ বাবে পৰামৰ্শ জাৰি কৰিছে। এই পৰামৰ্শত ভাৰতে কানাডাত বসবাস কৰা নাগৰিকসকলক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সজাগ হ’বলৈ কোৱা হৈছে।

বিশ্বকাপৰ পূৰ্বে আদালতত হাজিৰ মহম্মদ ছামী; আদালতে কি দিলে ৰায়?

ভাৰতীয় ক্ৰিকেট দলৰ অনুভৱী বেগী বলাৰ মহম্মদ ছামীয়ে ১৯ ছেপ্টেম্বৰত পত্নী হাৰাশাস্তিৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে। পাঁচ বছৰ পূৰ্বেই তৰা এটা গোচৰৰ বাবে ছামীক আলিপুৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশ অনুসৰি, ছামীয়ে আদালতত

দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।

মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে। দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত

দেশত গান্ধী পৰিয়ালে সৃষ্টি কৰিছে সনাতন বিৰোধী পৰিৱেশ : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। ৰাজ্যখনত বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ

শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাক আৰু চুম’ৰ মাজৰ সংঘৰ্ষত ১০জন যাত্ৰীৰ মৃত্যু

উজনি অসমৰ মৰিয়নী-নাগালেণ্ড পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী টাটা চুম’ৰ মাজত হোৱা সংঘৰ্ষত যাত্ৰীবাহী টাটা চুম’ত থকা প্ৰায় ১০জন যাত্ৰী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ