ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ৰাম মন্দিৰৰ প্ৰসংগৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নবাড়াৰ কুন্তীনগৰ খেলপথাৰত বিজেপিৰ এখন বিশাল জনসভা সম্বোধন কৰে। জনসভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ দল কংগ্ৰেছ আৰু আৰজেডিক তীব্ৰ সমালোচনা কৰে। তিনি তালাক, ধাৰা ২৭০ বিলুপ্তি,

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে দিল্লীত আপৰ এদিনীয়া অনশন

আম আদমি পাৰ্টী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাত আজি দিল্লীৰ যন্তৰ-মন্তৰত দলটোৰ শীৰ্ষ নেতাসকলে এদিনীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। দলটোৰ শীৰ্ষ নেতাসকলে জনোৱা অনুসৰি ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিদেশত থকা

কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী! কি কৰিব, কি নকৰিব?

৫০ বছৰৰ পিছত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৮ এপ্ৰিল অৰ্থাত্ কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। কাইলৈ বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ৯ বাজি ১২ মিনিটত সূৰ্যগ্ৰহণ

গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ আফগানী শিক্ষাৰ্থীক হোষ্টেল খালী কৰাৰ নিৰ্দেশ

গুজৰাট বিশ্ববিদ্যালয়ৰ হোষ্টেলত নামাজ পঢ়াক কেন্দ্ৰ কৰি বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা সংঘাতৰ পিছত ৭ গৰাকী আফগান ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ৭ জন ছাত্ৰৰ ভিতৰত ৫ জন ছাত্ৰই ইতিমধ্যে হোষ্টেল খালী কৰা বুলিও

দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু

পাকিস্তানৰ সিন্ধ প্ৰান্তৰ সংঘাৰ জিলাত দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু হৈছে। এ আৰ ৱাই নিউজে এই তথ্য প্ৰকাশ কৰিছে। সংঘাৰ উপায়ুক্তৰ এক বিবৃতি অনুসৰি এটা হেণ্ড পাম্পৰ পানী খোৱাৰ ফলত চাৰিৰ পৰা আঠ বছৰৰ ভিতৰৰ পাঁচটা শিশুৰ

‘হিৰো’ৰ পৰা ‘জিৰো’লৈ! এবছৰ আগতে আছিল ১৭,৫৪৫ কোটি টকাৰ সম্পত্তি। এতিয়া পকেটত নাই এটকাও

ভাগ্য সদায় একে নাথাকে। কেতিয়া ভাগ্য সলনি হয় কোনেও ক’ব নোৱাৰে। কেতিয়াবা যদি ভাগ্যই লগ দিয়ে, কেতিয়াবা আকৌ ভাগ্যৰ পাকচক্ৰত সকলো হেৰুৱাব লগা হয়। ভাগ্যৰ পাকচক্ৰত ‘হিৰো’ৰ পৰা ‘জিৰো’ হ’ল এডুটেক কোম্পানী বাইজুৰ প্ৰতিষ্ঠাতা বাইজু ৰবীন্দ্ৰন।

সেনাৰ কাৰ্যালত ভয়ংকৰ আক্ৰমণ। নিহত ২৭ গৰাকী

ইৰাণত সন্ত্ৰাসবাদী গোটৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত ২৭ জন, আহত ১০ জন লোক। নিহতসকলৰ ভিতৰত ১১ গৰাকী ইৰাণী সৈনিক। দক্ষিণ-পূৱ ইৰাণৰ ছিস্তান-বেলুচিস্তান প্ৰান্তৰ চাবহাৰ আৰু ৰাস্কৰ Revolutionary Guardsৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলালে

‘পিছুৱাই দিয়ক লোকসভা নিৰ্বাচন’, মুখ্য ন্যায়াধীশ আৰু নিৰ্বাচন আয়োগক পত্ৰ এটা সংগঠনৰ

ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগ ব্যস্ত হৈ পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত। ইয়াৰ মাজতে মণিপুৰত নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী উত্থাপন কৰিছে এটা সংগঠনে। কেইবাটাও মেইটেই সংগঠনৰে গঠিত দিল্লী মেইটেই সমন্বয়ক সমিতি (ডি এম চি

BSF আৰু সন্দেহযুক্ত সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষ; গুলীবিদ্ধ হৈ মৃত্যু এজন সৰবৰাহকাৰীৰ

ত্ৰিপুৰাৰ চেপাহিজালাৰ সোণামুৰা মহকুমাত বুধবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান আৰু সৰবৰাহকাৰীৰ মাজত হোৱা গুলীচালনাত এজন সন্দেহযুক্ত সৰবৰাহকাৰী নিহত হয়। ইফালে এই এনকাউণ্টাৰত আহত হয় আন এজন সৰবৰাহকাৰী। এই এনকাউণ্টাৰৰ তথ্য

চাৰ্জ দি থকা সময়তে ৰিক্সাত বিস্ফোৰণ, নিহত ৭

চাৰ্জ দি থকা অৱস্থাতে বিস্ফোৰিত হল ৰিক্সাৰ বেটাৰী। এই বিস্ফোৰণত একে পৰিয়ালৰ ৭ গৰাকী লোকৰ মৃত্যু হয়। মৃতকসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ টি শিশুও আছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰৰ সেনানিবাস এলেকাত ভয়ংকৰ ঘটনা। বেটাৰী বিস্ফোৰণৰ ফলত