ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

এলিয়েনক লৈ আলোড়ন । মেক্সিকোত “ভিন্ন গ্ৰহৰ প্রাণীৰ মৃতদেহ”? হাতত তিনিটা আঙুলি, পেটত কণী !

মেক্সিকোৰ সংসদত এলিয়েনৰ দুটা মৃতদেহ প্ৰদৰ্শনৰ পোনপটীয়া সম্প্ৰচাৰে আলোড়নৰ সৃষ্টি কৰিছিল। বিভিন্ন মেক্সিকান সংবাদ মাধ্যমই দাবী কৰিছে বিশ্বত ।মেক্সিকোৰ সংসদত প্ৰদৰ্শন কৰা এলিয়েনৰ মৃতদেহৰ হাতত আছে দুটা তিনিটা আঙুলি । মেক্সিকোৰ সংসদত প্রদৰ্শন

‘নিপা’ ভাইৰাছঃ নাই ঔষধ নাই ভেকচিন; সংক্ৰমণৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই ৫টা কাম । ISHAN…

কৰ’ণা ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ পিছত এইবাৰ নিপা ভাইৰাছে চিন্তাত পেলাইছে জনসাধাৰণক। দক্ষিণ ভাৰতৰ কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ কোঝিকোড়ত নতুনকৈ এজনৰ শৰীৰত ধৰা পৰিছে নিপাৰ সংক্ৰমণ।

বানত নিঃচিহ্ন হ’ল এখন চহৰৰ আধা অংশ ! ২০ হাজাৰ লোকৰ মৃত্যুৰ বাবে জগৰীয়া কোন? ISHAN NEWS…

প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে উত্তৰ আফ্ৰিকাৰ দেশ লিবিয়া। বিধ্বংসী বানৰ ফলত এই পৰ্যন্ত কমেও ২০ হাজাৰ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে। বানে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে ইয়াৰ ফলত নিঃচিহ্ন হৈ পৰিছে ডেৰ্না চহৰৰ আধা অংশ।

নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি মৃত্যু হ’ল ৪ জন লোকৰ ISHAN NEWS…

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এটা নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। অমৰাপালি বিল্ডাৰ্চে গৌৰ চিটিত নিৰ্মাণ কৰি থকা অট্টালিকা এটাত এই কৰুণ ঘটনাটো সংঘটিত