ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।

ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে।

G20 ৰ পাছত তীব্ৰগতিত দৌৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰ ষাঁড় । ইতিহাস ৰচিলে নিফটিয়ে ।

সোমবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰৰ ছ্যেনছেক্স ৬৭ হাজাৰ পইণ্টৰ উৰ্দ্ধগামী হয় । সেইদৰে নিফটিয়ে সৰ্বকালৰ অভিলেখ সৃষ্টিকৰি ২০ হাজাৰৰ সীমা অতিক্রম কৰে । দেশৰ শ্বেয়াৰ বজাৰত বোম্বে ষ্টক এক্সেঞ্জৰ সূচকাংক ৬৭ হাজাৰত উপনীত হয় । ইফালে নেচনেল ষ্টক

ভাৰতলৈ আহি কি কি খালে ৰাষ্ট্ৰনেতা সকলে? কঁঠালৰ ভাজিৰ পৰা কাঠফুলালৈ চাওঁক খাদ্য সম্ভাৰৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বৰ নেতা , প্ৰতিনিধিসকলৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে। বিদেশী নেতা আৰু প্ৰতিনিধিৰ উপৰিও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট আৰু ৰাজ্যিক

G20 বৈঠকৰ পূৰ্বে শুকুৰবাৰে নিশা মোদী আৰু বাইডেনৰ মাজত কি আলোচনা হ‘ল ? ISHAN NEWS…

শুকুৰবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত অনুষ্ঠিত হয় এখন দ্বিপাক্ষিক বৈঠক । ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয়হি