ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

চন্দ্ৰযান জোনবাই পাবলৈ কেইটামান মূহুৰ্ত বাকী। জোনবাইত কি কৰিব প্ৰজ্ঞানে?

চন্দ্ৰযান জোনবাই পাবলৈ কেইটামানঘণ্টামান বাকী। সকলো থিকেই থাকিলে আজি সন্ধিয়া ৬:০৪ বজাত লেণ্ডাৰ বিক্ৰম চন্দ্ৰত পাখিৰ দৰে অৱতৰণ কৰিব। ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰিছে সমগ্ৰ দেশে । দেশবাসীৰ আশা পূৰ্বৰ চন্দ্ৰ অভিযানৰ বিফলতা এইবাৰ পুনৰাবৃত্তি

বুধবাৰৰ ঐতিহাসিক ক্ষণলৈ অপেক্ষা ভাৰতবাসীৰ ।ইছৰোৱে জনালে ক’ত কেনেকৈ চাব পাৰিব চন্দ্ৰযান ৩ ৰ লেণ্ডিংৰ…

চন্দ্ৰযান ৩ ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণক লৈ প্রতিগৰাকী ভাৰতীয়ৰ উত্তেজনা ক্রমাৎ বৃদ্ধি পাইছে । পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ সতৰ্কতাৰে আগবঢ়া ইছৰোৰ বিজ্ঞানী সকলে এইবাৰ সফলতাৰে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ৩ অৱতৰণ কৰাবলৈ সক্ষম হব বুলি আশাবাদী হৈ পৰিছে দেশবাসী

ৰাছিয়াৰ লুনা- ২৫ ৰ বাবে বিপদত পৰিব নেকি চন্দ্ৰযান ৩ ! কি কয় ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ?

জোনবাইৰ দিশে সফলতাৰে গতি কৰি আছে চন্দ্ৰযান ৩-য়ে । বৰ্তমান চন্দ্ৰযান ৩ জোনবাইলৈ যোৱাৰ পথত প্ৰতিদ্বন্দী হিচাপে আগবাঢ়িছে ৰাছিয়াৰ লুনা-২৫ । ধুমুহাৰ গতিত জোনবাইৰ দক্ষিণ মেৰুৰ দিশে গতি কৰিছে লুনা -২৫ । ধুমুহা গতিত লুনা ২৫ চন্দ্ৰৰ দিশে আগবাঢ়ি