ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NORTH EAST

শ্বহীদ দিৱস উদযাপন। ishan news…

আজি ১০ ডিচেম্বৰ । আছুৰ শ্বহীদ দিৱস । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আঞ্চলিক আছুৰ কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰা হয় । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়ে পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ পৰিয়ালৰ সদস্য ডা৹

ছিকিমত প্ৰকৃতিৰ ধ্বংসলীলা; ১৪ জন লোকৰ মৃত্যু, এতিয়াও সন্ধানহীন ১০২ জন

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ছিকিমত এই পৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে ১০২ গৰাকী লোক। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত আছে ২২জন সেনা জোৱান। ইযাৰে এজন সেনা জোৱান অসমৰ বুলি জানিব পৰা গৈছে। ডাৱৰ

AFSPA আইনৰ অধীনত ছমাহৰ বাবে মণিপুৰক অশান্ত অঞ্চল হিচাপে ঘোষণা

সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে ২৭ ছেপ্টেম্বৰ বুধবাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে ৰাজ্যখনৰ ১৯খন থানাৰ অন্তৰ্গত অঞ্চলক এই আইনৰ

দুগৰাকী মৃত ছাত্ৰৰ ভাইৰেল ফটোক লৈ উত্তপ্ত মণিপুৰ; পুনৰ বন্ধ ইণ্টাৰনেট সেৱা

ইণ্টাৰনেট সেৱা মুকলি কৰাৰ দুদিন পিছতে মণিপুৰত পুনৰ বন্ধ কৰি দিবলগীয়া হ’ল ইণ্টাৰনেট সেৱা। শিহৰণকাৰী দুখন ফটো ভাইৰেল হোৱাৰ বাবে সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত লয় প্ৰশাসনে। উল্লেখ্য যে, দুজন ছাত্ৰক নৃশংসভাৱে হত্যা কৰাৰ

দুগুণ বৃদ্ধি ভাৰতীয় বায়ুসেনাৰ শক্তি; লাভ কৰিলে প্ৰথমখন চি-২৯৫ বিমান

দুগুণ পৰিমানে বৃদ্ধি পালে ভাৰতীয় বায়ুসেনাৰ শক্তি। সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰথমখন চি-২৯৫ ট্ৰান্সপোৰ্ট বিমান অন্তৰ্ভুক্ত হ’ল ভাৰতীয় বায়ুসেনাত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গাজিয়াবাদৰ হিণ্ডন বিমান ঘাটিত এক অনুষ্ঠানত এই বিমানখন বায়ুসেনাক

শৰৎ, শেৱালী আৰু কঁহুৱাৰ শুভ্ৰতা বোকাচাত বান্ধি পদূলিমুখত আহিন…!

“আহিন যদি আহিল আজিহাঁহি নাহিল কিয় ,প্ৰেম যদি আহিল আজিকিয় নাহিল প্ৰিয়…” আহিন মানেই শেৱালী, তগৰৰ সুগন্ধিৰে ভৰপূৰ পুৱা-গধুলীৰ সুৱাস । আহিন মানেই শেৱালী ফুলৰ শুভ্ৰতাৰে মুখৰিত নিয়ৰসিক্ত পুৱা । আহিন মানেই কৃষকৰ মুখৰ এটি প্ৰস্ফূটিত হাঁহি ।