ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

Haryana Election Results : হাৰিয়ানাত পৰাজয়ৰ পিচত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া, কাষ চাপিব নিৰ্বাচন…

নিউজ ডেস্ক, ৯ অক্টোবৰঃ মঙলবাৰে ঘোষিত হ'ল হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল । এক্সিট প'ল অনুসৰি সংখ্যাগৰিষ্ঠ আসন লাভ নকৰি ৯০ খন আসনৰ ৩৭ খন আসনতে সীমাবদ্ধ থাকিল কংগ্ৰেছ । বিপৰীতে বিজপি ৪৮ খন আসনত জয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িল ।মঙলবাৰৰ এই

Election Results 2024 : বেণ্ড পাৰ্টীৰ শিল্পী উভতি গ’ল, নাহিল ভূপেন বৰাও ! লখিমপুৰত কংগ্ৰেছৰ বিজয়…

নিউজ ডেস্ক, ৮ অক্টোবৰঃ এক্সিট প’ল চাই আনন্দত আত্মহাৰা হৈ পৰিছিল কংগ্ৰেছ ৷ আয়োজন কৰিলে বহু কিবাকিবি । ভোজ-ভাতৰ আয়োজন কৰি নিমন্ত্ৰণ জনোৱা হ’ল বেণ্ড পাৰ্টীও ৷ হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিবই বুলি নিশ্চিত হৈ থকা ভূপেন বৰায়ো (Bhupen Borah)

হাৰিয়ানাত হেটট্ৰিকৰ দিশে বিজেপি, তিনিমাহৰ ভিতৰত দ্বিতীয়টো আঘাতৰ দিশে বিনেশ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে পুৱাৰে পৰা হাৰিয়ানাৰ লগতে জম্মু-কাশ্মীৰত আৰম্ভ হ'ল বিধানসভা নিৰ্বাচনৰ ভোটগণনা । হাৰিয়ানাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হল ভোটগণনা । ৬৮ শতাংশ ভোটগ্ৰহণৰে ৯০ খন বিধানসভা আসনৰ বাবে ৫ অক্টোবৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি দিয়াৰ ক্ষমতা আছে প্ৰধানমন্ত্ৰী মোদীৰ! আমেৰিকাৰ স্বীকাৰোক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাব পাৰিব। মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়তে এই কথা প্ৰকাশ কৰিছে আমেৰিকাই। তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৮ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে

হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

মণিপুৰত উপস্থিত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰিও বান বিধ্বস্ত অ‌ঞ্চলসমুহৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ গৰাকীয়ে। সোমবাৰে পুৱাৰ ভাগতে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান

এচামৰ পৰা ফুৰিবলৈ ও শান্তি নাই অসমৰ এগৰাকী বিধায়কৰ! ISHAN NEWS

https://fb.watch/t8PC_mpV8_ ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি। বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বেদনাদায়ক ঘটনা। আনহাতে বানপানীৰ আওতা লৈ ৰাজনীতিৰ পথাৰতো শাসক, বিৰোধীৰ মাজত চলিছে সমালোচনাৰ ফেৰ। তাৰ মাজতে ছ'চিয়েল মিডিয়াত চৰ্চাত আহিল বিধায়ক

২৯ জুনত AAP-এ দেশজুৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ 

আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৯ জুন অৰ্থা শনিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব। দলটোৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা

বিপদত আছাদুদ্দিন ওৱেছি! হেৰুৱাব পাৰে সাংসদ পদ

বিপদত হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাউদ্দিন ওৱেছি! সাংসদগৰাকীয়ে হেৰুৱাব পাৰে সাংসদ পদ। যোৱা মঙলবাৰে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত "জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন‘ শ্লোগান দিছিল সাংসদগৰাকীয়ে। জয় পেলেষ্টাইন

সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ পূৰ্বে আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল

বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালক পুৱা তিহাৰ জেইলৰ পৰা আনি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা

সাংসদ ওৱেইছিৰ জয় পেলেষ্টাইন শ্লোগানক লৈ উত্তপ্ত লোকসভা

বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ সূচনা কৰিলে নতুন বিতৰ্কৰ। আজি লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আছাদুদ্দিনে জয় পেলেষ্টাইনৰ শ্লোগান দিয়াক লৈ