ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

দিল্লীত চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AAP-ৰ

লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা আম আদমি পাৰ্টীয়ে দিল্লীৰ চাৰিটা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতীয়ে, দক্ষিণ দিল্লীৰ পৰা সহী ৰাম পহলৱানে, পূব দিল্লীৰ পৰা কুলদীপ কুমাৰে আৰু পশ্চিম

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য সমূহলৈ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

লোকসভা নিৰ্বাচনক লৈ দেশৰ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ উঠাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ বদলিক লৈ এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে জাৰি কৰা

অখিলেশ যাদৱলৈ ফোন প্ৰিয়ংকা গান্ধীৰ; দুখন আসনৰ বাবে বিশেষ অনুৰোধ!

বিহাৰ, পশ্চিমবংগ, পঞ্জাৱত মুখথেকেচা খোৱা কংগ্ৰেছ দলৰ বাবে আহিছে এটা ভাল খবৰ। বিহাৰত নীতিশ কুমাৰৰ জে ডি ইউ, পশ্চিম বংগত মমতা বেনাৰ্জী আৰু পঞ্জাৱত আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰে মিত্ৰতা ভংগ কৰিলেও উত্তৰ প্ৰদেশত দলটোৰ সৈতে মিত্ৰতা খাটাং হৈছে

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অব্যাহত থকাটো বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু কিয়?

হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ মাজৰ সম্পৰ্ক সৰ্বজনবিদিত। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছৰে পৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায়

ৰাহুল গান্ধীৰ লগতে কেইবাজনো কংগ্ৰেছৰ নেতাক অসম আৰক্ষীৰ চমন

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)এ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ অভিযোগত চি আই ডিয়ে ৰাহুল গান্ধীৰ লগতে আন কংগ্ৰেছ নেতালৈ চমন জাৰি কৰিছে।

বিজেপি কাৰ্যকৰ্তাসকলক ১০০ দিনৰ লক্ষ্য বান্ধি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সন্মুখত লোকসভা নিৰ্বাচন। অলপতে সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০খন আসন লাভ কৰিব। আৰু বিজেপি মিত্ৰজোঁটে ৪০০ আসন অতিক্ৰম কৰিব। শনিবাৰে দিল্লীৰ 'ভাৰত মণ্ডপম'ত বিজেপিৰ ৰাষ্ট্ৰীয়

ভাৰত জোড়ো ন্যায় যাত্ৰা আধাতে এৰি নিজ সমষ্টিলৈ ৰাওনা ৰাহুল গান্ধী ।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দি বিহাৰৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি হঠাতে যাত্ৰা সামৰি নিজ সমষ্টি ৱায়ানাদলৈ ৰাওনা হয়। আজি চান্দৌলি আৰু বাৰাণসী ভ্ৰমণ কৰাৰ পিছতে ভাদোহী ভ্ৰমণ বাতিল কৰি ৱায়ানাদলৈ

চিকিৎসালয়ত ভৰ্তি প্ৰিয়ংকা গান্ধী; অংশ ল’ব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাত । ishan news

অসুস্থতাৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। স্বাস্থ্যৰ উন্নতি হোৱাৰ পিছতহে তেওঁ এই যাত্ৰাত অংশ ল’ব বুলি জনাইছে। প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘ভাৰত

বিজেপি-কংগ্ৰেছক আৰ্থিকভাৱে কোনে সহায় কৰে? এতিয়া জানিব পাৰিব সকলো…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব তাক লৈ এতিয়া অৱতাৰণা হৈছে প্ৰশ্নৰ। এই

পুনৰ ভোট গণনাৰ সময়ত দুই দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষ; দুজনৰ মৃত্যু, ১৪ জন আহত

পাকিস্তানৰ অশান্ত অঞ্চল বেলুচিস্তানৰ এটা সমষ্টিত পুনৰ ভোট গণনাৰ সময়ত দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত কমেও দুজন লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয়। বৃহস্পতিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। কৰাচীৰ সীমান্তৱৰ্তী ঔদ্যোগিক