ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

POLITICS

সংসদ ভৱনৰ নিৰাপত্তাজনিত ঘটনাৰ তদন্ত কমিটী গঠন । ishan news…

দেশৰ সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিলে গৃহ মন্ত্ৰণালয়ে। বুধবাৰে নিশা অধিসূচনা জাৰি কৰি তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে সংসদ ভৱনৰ অবাঞ্চিত ঘটনাৰ তদন্তৰ বাবে তদন্ত কমিটী গঠন কৰে । তদন্তৰ দায়িত্ব অৰ্পন কৰে চি আৰ পি

শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মাওবাদীৰ বৃহৎ আক্ৰমণ; এজন জোৱান শ্বহীদ । ISHAN NEWS…

ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ ছোটেডোংগৰ থানা এলেকাৰ আমদৈ খনিৰ সমীপত নিৰাপত্তাৰক্ষী দলৰ ওপৰত মাওবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহিছে। জোৱানসকলৰ ওপৰত আই ই ডি বিস্ফোৰণৰ লগতে নিৰ্বিচাৰভাৱে গুলীচালনা কৰা হয়। এই আক্ৰমণত নৱম কৰ্পছৰ

কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত শপত গ্ৰহণ অনুষ্ঠান

কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান । তিনিবাৰৰ বিধায়ক মোহন যাদৱে কাইলৈ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত লব ।মধ্যপ্ৰদেশৰ মতিলাল নেহৰু ষ্টেডিয়ামত পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ’ব

মধ্যপ্ৰদেশত  নতুন মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ । ishan news..

মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ পদ কোনে লাভ কৰিব এই বিষৰে কেইবাদিনো ধৰি চলা চাচপেন্সৰ আজি অন্ত পৰে । অৱশেষত মধ্যপ্ৰদেশে মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত শিৱৰাজ সিং চৌহান চৰকাৰৰ শিক্ষামন্ত্ৰী

নামাজ পঢ়িবলৈ অতিৰিক্ত সময় নাপাব ৰাজ্যসভাত ।

ৰাজ্যসভাত নামাজ পঢ়িবলৈ অতিৰিক্ত ৩০ মিনিট সময় নাপাব সাংসদ সকলে । ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ  এক ডাঙৰ সিদ্ধান্ত । সংসদৰ কাৰ্যসূচী চলি থকাৰ সময়ত লাভ কৰা অতিৰিক্ত আধা ঘণ্টাৰ বিৰতিৰ নিয়ম এতিয়াৰ পৰা সমাপ্ত । ৰাজ্যসভাত শুক্ৰবাৰৰ দিনটোত

BSP-ৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা মায়াৱতীৰ । ishan news…

বহুজন সমাজবাদী পাৰ্টী চমুকৈ বি এছ পি দলৰ নতুন উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰে মায়াৱতীয়ে। দেওবাৰে লক্ষ্ণৌত অনুষ্ঠিত বিএছপিৰ বৈঠকৰ পাছতে মায়াৱতীয়ে আনুষ্ঠানিকভাৱে ভতিজা আকাশ আনন্দক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। কিন্তু উত্তৰ প্ৰদেশ আৰু

বিষ্ণুদেৱ সায় হ’ব  ছত্তিশগড়ৰ নতুন মুখ্যমন্ত্ৰী। কোন এই বিষ্ণুদেৱ সায় ? ishan news…

ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ চলি আছিল জল্পনা-কল্পনা। সকলো চিন্তা-চৰ্চাৰ অৱসান ঘটনাই অৱশেষত ঘোষণা হ'ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম। বিষ্ণুদেৱ সায় হ’ব ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰী।

সুৰাপান কৰি গুৰুদ্বাৰলৈ যায় পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান! ভিডিঅ’যোগে এই চাঞ্চল্যকৰ অভিযোগ…

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ কন্যা ছিৰত কৌৰে নিজৰ পিতৃ সন্দৰ্ভত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। সুৰা সেৱন কৰি গুৰুদ্বাৰ দৰ্শন কৰিবলৈ যোৱাৰ অভিযোগ উত্থাপন ভগৱন্ত মানৰ বিৰুদ্ধে। ইয়াৰ উপৰি ভগৱন্ত মানে তৃতীয় সন্তানৰ পিতৃ হ’বলৈ গৈ আছে

‘অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল’ : কপিল ছিবালক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানিৰ সময়ত অসমক ম্যানমাৰৰ অংশ বুলি অদ্ভুত মন্তব্য কৰা কপিল ছিবালক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিৰ সময়ত কপিল

সশস্ত্ৰ বিদ্ৰোহীৰ পৰা মন্ত্ৰী : অনুসূয়া সীতাক্কাৰ জীৱন কাহিনী

২০২২ চনৰ ১১ অক্টোবৰত লিখিছিল, ‘শৈশৱত মই কেতিয়াও ভবা নাছিলো যে মই নক্সালবাদী হম। মই যেতিয়া নক্সালবাদী আছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই অধিবক্তা হম। মই যেতিয়া অধিবক্তা হৈছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই বিধায়ক হম। মই