Browsing Category
POLITICS
মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুইজজু; আৰু কোন কোন দেশৰ মুৰব্বী থাকিব উপস্থিত?
লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২৯২ খন আসনত জয় লাভ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত ল’ব।
শুকুৰবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ!-->!-->!-->…
নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিৰুদ্ধে JPC তদন্তৰ দাবী ৰাহুল গান্ধীৰ
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’বলগীয়া নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতি (JPC)ৰ তদন্তৰ দাবী জনাইছে নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে!-->!-->!-->…
সংখ্যাগৰিষ্ঠতা নোপোৱা প্ৰধানমন্ত্ৰী মোদীয়ে পদত্যাগ কৰিব লাগে : মমতা বেনাৰ্জী
লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংখ্যাগৰিষ্ঠতা পোৱা নাই সেয়ে তেওঁ এই পদৰ পৰা পদত্যাগ কৰিব লাগে।
ইয়াৰ!-->!-->!-->…
ক্ৰিকেটৰ পিছত ৰাজনৈতিক ফিল্ডত ইউছুফ পাঠানৰ দপদপনি! পিছ পৰিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী
প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ৰণত নামিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান। পশ্চিমবংগৰ বহৰমপুৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে পাঠানে।
এই সমষ্টিটোত পাঠানৰ মূল প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ অধীৰ!-->!-->!-->…
অপৰাধীৰ পুত্ৰ আৰু ডিব্ৰুগড় জে’লত বন্দী খালিস্তানী সমৰ্থক অমৃতপালৰ বৃহৎ অগ্ৰগতি
লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজতে পঞ্জাৱৰ পৰা আহিছে এক আশ্বৰ্যকৰ খবৰ। ৰাজ্যখনৰ দুটাকৈ সমষ্টিৰ শেহতীয়া ফলাফলে তীব্ৰ চৰ্চাৰ কাৰণ হৈ পৰিছে ৰাজনৈতিক মহলত। সমষ্টি দুটা হৈছে ফৰীদকোট আৰু খুডুৰ চাহিব।
দুয়োটা সমষ্টিতে কংগ্ৰেছ, আম আদমি পাৰ্টীৰ!-->!-->!-->…
লোকসভা নিৰ্বাচন ২০২৪ : অসমৰ চাৰিটা সমষ্টিত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি
সাতটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰিব ভাৰতৰ নিৰ্বাচন আয়োগৰ। পুৱা ৮ বজাৰ পৰা চলি আছে দেশৰ সকলো সমষ্টিৰ ভোট গণনা।
দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ১৪টা সমষ্টিৰ ভোট গণনা যথেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে।!-->!-->!-->…
ছবিগৃহত বহি চাব পাৰিব লোকসভা নিৰ্বাচনৰ ফলাফল; জানক টিকটৰ মূল্য
আজি দেশৰ বিভিন্ন প্ৰান্তৰ ৫৭ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটদান শেষ হোৱাৰ লগে লগে সন্ধিয়া প্ৰকাশ পাব এগজিট প’লৰ ফলাফল।
সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৪ জুনত আৰু!-->!-->!-->…
নিৰ্বাচনী কৰ্তব্যলৈ যোৱা ৯ জন লোকৰ মৃত্যু, কেইবাজনৰো অৱস্থা সংকটজনক
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত নিৰ্বাচনী কৰ্তব্যৰত ৯ জন কৰ্মচাৰীৰ মৃত্যু হয়। তীব্ৰ গৰম আৰু হিট ৱেভৰ বাবে নিৰ্বাচনী কৰ্তব্যত থকা ৬ গৰাকী হোমগাৰ্ড, এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, এগৰাকী কনচলিডেচন অফিচাৰ আৰু ১ গৰাকী স্বাস্থ্য!-->…
গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষৰ মালা আৰু কপালত তিলক…… ধ্যানত মগ্ন প্ৰধানমন্ত্ৰীৰ কেইখনমান…
গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষ মালা আৰু কপালত তিলক... বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া দীঘলীয়া ধ্যান-ধাৰণাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু ছবি পোহৰলৈ আহিছে।
বৃহস্পতিবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যান-ধাৰণা আৰম্ভ!-->!-->!-->…
দেশলৈ ঘূৰি অহাৰ পূৰ্বেই আদালতৰ কাষ চাপিল সাংসদ প্ৰজ্বল ৰেভান্না
কৰ্ণাটকৰ হাছনৰ পৰা জেডি(এছ)ৰ সাংসদ প্ৰজ্বল ৰেভান্নাই ছেছন ক’ৰ্টত অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰিছে। ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
৩১ মে’ত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সন্মুখত হাজিৰ হ’ব!-->!-->!-->…