Browsing Category
POLITICS
গান্ধী পৰিয়ালৰ দূৰ্গত চকু ছোনিয়া গান্ধীৰ জোঁৱাই ৰৱাৰ্ট ৱাদ্ৰাৰ
সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো নিৰ্বাচনী দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। এইবাৰ ৰাজনৈতিক মহলত চৰ্চাত আহিছে এটা সমষ্টি, সেয়া হল আমেঠি সমষ্টি। আমেঠি সমষ্টিক গান্ধী পৰিয়ালৰ দূৰ্গ বুলি সকলোৱে জানে।
আমেঠি সমষ্টিৰ পৰা এইবাৰ!-->!-->!-->…
সনাতনৰ বিৰোধ কৰিব নোৱাৰো বুলি কংগ্ৰেছ ত্যাগ কৰা গৌৰৱ বল্লভৰ বিজেপিত যোগদান
দল ত্যাগ কৰাৰ ৫ ঘণ্টাৰ পিছতেই বিজেপিত যোগ দিলে প্ৰাক্তন কংগ্ৰেছী নেতা গৌৰৱ বল্লভে। আজি ৰাতিপুৱা ৮ বজাত কংগ্ৰেছ ত্যাগ কৰা গৌৰৱ বল্লভে দুপৰীয়া ১ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় সচিব বিনোদ তাওৰেৰ উপস্থিতিত বিজেপিত যোগদান কৰে।
পদত্যাগ পত্ৰত নিজকে!-->!-->!-->…
সন্ধিয়া মুকলি আকাশৰ তললৈ আহিব আপ সাংসদ সঞ্জয় সিং
আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জামিন লাভ কৰিছে। ইতিমধ্যে তিহাৰ কাৰাগাৰলৈ ৰাওনা হৈছে সঞ্জয় সিঙৰ পৰিয়াল আৰু তেওঁৰ অধিবক্তা। দিল্লীৰ ৰাউছ এভিনিউ আদালতে সঞ্জয় সিঙৰ মুক্তিৰ নিৰ্দেশ প্ৰদান কৰিছে।
আজি সন্ধিয়াৰ ভিতৰত সঞ্জয়!-->!-->!-->…
অৰবিন্দ কেজৰিৱালক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।
আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ED য়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব আম আদমী!-->…
ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ দৰিদ্ৰ লোকে লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ…
ৰেচন কাৰ্ডৰ চাউলৰ দৰে বিনামূলীয়াকৈ লাভ কৰিব সুৰা! লোকসভা নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীয়ে দিছে এই প্ৰতিশ্ৰুতি। শিক্ষা, স্বাস্থ্য, বাসস্থানৰ পৰিৱৰ্তে প্ৰাৰ্থীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে সুৰাত। দৰিদ্ৰ লোকসকলেও যাতে বিলাতী সুৰাৰ সোৱাদ লব পাৰে!-->…
জেইলত বন্দী অৰবিন্দ কেজৰিৱালৰ ৬টা ডাঙৰ প্ৰতিশ্ৰুতি; পঢ়ি শুনালে পত্নীয়ে
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দিল্লীৰ ৰামলীলা ময়দানত আজি আয়োজন কৰা হৈছে আম আদমী পাৰ্টিৰ উদ্যোগত এক বৃহৎ সমাৱেশ। এই সমাৱেশত বিৰোধী মিত্ৰজোঁট INDIAৰ সকলো শীৰ্ষ নেতা উপস্থিত আছে।
এই সমাৱেশতে দিল্লীৰ মুখ্যমন্ত্ৰী!-->!-->!-->…
কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বোৱাৰীয়ে যোগদান কৰিলে বিজেপিত
প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিলৰ বোৱাৰী অৰ্চনা পাটিল চাকুৰকাৰে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে বিজেপিত যোগদান কৰে অৰ্চনা পাটিল চাকুৰকাৰে।
মহাৰাষ্ট্ৰৰ!-->!-->!-->…
৮ টা গোচৰ ৰুজু হৈ থকা অভিনেত্ৰী কংগনাক কিয় দিলে প্ৰাৰ্থিত্ব? উত্তৰ দিলে বিজেপিয়ে
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰনৌতক প্ৰক্ষেপ কৰিছে। কিন্তু অভিনেত্ৰী কংগনাৰ বিৰুদ্ধে কেইবাখনো থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাক লৈ!-->…
টিকটৰ পৰা বঞ্চিত তিনিবাৰৰ সাংসদে নিজৰ লগত কৰিলে ভয়ংকৰ কাণ্ড
টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত বহু নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰা পৰিলক্ষিত হয়। কিন্তু তামিলনাডুত টিকট বঞ্চিত এগৰাকী সাংসদে ল’লে চৰম সিদ্ধান্ত। পাঁচদিন ধৰি চিকিৎসাধীন হৈ থকা ডি এম কেৰ সাংসদ এ গণেশমূৰ্তিয়ে আজি পুৱা হাস্পতালত শেষ!-->…
১৪ বছৰীয়া বনবাসৰ অন্ত; একনাথ বাহিনীৰ শিৱসেনাত যোগদান অভিনেতা গোবিন্দাৰ
আজি বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাই যোগদান কৰে একনাথ সিন্দে বাহিনীৰ শিৱসেনা দলত। দলত যোগদান কৰিয়েই অভিনেতাগৰাকীয়ে একনাথ সিন্দেক ধন্যবাদ জ্ঞাপন কৰে।
কৃপা আৰু প্ৰেৰণাৰে দলত যোগদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ২০০৯ চনত যেতিয়া মই!-->!-->!-->…