Browsing Category
SPORTS
১০ দিনতে মোহভংগ! হঠাৎ ৰাজনীতি এৰাৰ সিদ্ধান্ত প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ
১০ দিনৰ ভিতৰতে ৰাজনীতিৰ প্ৰতি মোহভংগ ঘটিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৰ। শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল ৱাই এছ আৰ চি পি ত্যাগ কৰাৰ সিদ্ধান্ত লয়।
অলপতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী,!-->!-->!-->…
নাভূত-নাশ্ৰুত ঘটনা! ৰঞ্জী ট্ৰফীৰ মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল, জানক সমগ্ৰ ঘটনা
বিহাৰৰ ৰাজধানী পাটনাস্থিত মঈন-উল-হক ষ্টেডিয়ামত সংঘটিত হয় এক নাভূত-নাশ্ৰুত ঘটনা। ৰঞ্জী ট্ৰফীৰ এখন মেচ খেলিবলৈ আহিল এখন ৰাজ্যৰে দুটা দল। দুয়োটা দলেই ৰঞ্জী ট্ৰফীৰ বাবে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ দাবী।
এই অদ্ভুট ঘটনাৰ বাবে চাৰি ঘণ্টা!-->!-->!-->…
টি-২০ বিশ্বকাপ; ৯ জুনত নিউয়ৰ্কত মুখামুখি হ’ব ভাৰত-পাকিস্তান
চলিত বৰ্ষৰ ১ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টুৱেণ্টী২০ বিশ্বকাপ। আমেৰিকা আৰু কানাডাৰ মাজত হ’বলগীয়া মেচখনেৰে আৰম্ভ হ’ব প্ৰতিযোগিতাখন।
যৌথভাৱে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগীয়া ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন ২৯ জুনত অনুষ্ঠিত!-->!-->!-->…
অধিনায়ক হিচাপে ইতিহাস ৰচিলে ৰোহিত শৰ্মাই
কেপটাউনত অনুষ্ঠিত হোৱা টেষ্ট মেচখনত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰত। নিউলেণ্ডছ কেপটাউনত জয়ী হোৱা ভাৰত হৈছে এছিয়াৰ একমাত্ৰ দেশ।
ইয়াৰ পূৰ্বে নিউলেণ্ডছ কেপটাউনত এছিয়াৰ কোনো এটা দলে দক্ষিণ আফ্ৰিকাৰ!-->!-->!-->…
দুদিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঐতিহাসিক জয় ভাৰতৰ; ৰোহিতে গঢ়িলে বিশেষ অভিলেখ । ishan news
কেপ টাউনত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰিছে। ২ দিনৰ ভিতৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে শৃংখলাটো ১-১ত ড্ৰ’ কৰাবলৈ সক্ষম হয়।
দক্ষিণ আফ্ৰিকাই ভাৰতক জয়ৰ বাবে ৭৯ ৰানৰ লক্ষ্য বান্ধি!-->!-->!-->…
বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটক কিয় দোষাৰোপ কনিষ্ঠ মল্লযুঁজাৰুৰ !
ভাৰতৰ মল্লযোদ্ধা সকলৰ মাজত চলি থকা সংকটে এইবাৰ নতুন ৰূপ ধাৰণ কৰিছে ।বুধবাৰে দেশৰ শতাধিক কনিষ্ঠ মল্লযুঁজাৰুৱে কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ বছৰ হেৰুৱাৰ প্ৰতিবাদত যন্তৰ মন্তৰত সমবেত হয় । ইয়াৰ বাবে দেশৰ শীৰ্ষ মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী!-->…
মহম্মদ ছিৰাজৰ বলিং ধুমুহাত তচ-নচ দক্ষিণ আফ্ৰিকা; মাত্ৰ ৫৫ ৰানতে অলআউট
মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙত তচ-নচ দক্ষিণ আফ্ৰিকাৰ বেটিং লাইনআপ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰত অলআউট হোৱাৰ লজ্জাজনক অভিলেখৰ গৰাকী হ’ল দক্ষিণ আফ্ৰিকা।
ভাৰতৰ বিৰুদ্ধে ঘৰৰ মাটিত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা!-->!-->!-->…
কেপ টাউন টেষ্টৰ পূৰ্বে বাবে বেয়া খবৰ; অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ভাৰতীয় দলৰ অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰ আঘাতপ্ৰাপ্ত হৈছে।
বেটিং অনুশীলন কৰি থকাৰ সময়ত শাৰ্দুল ঠাকুৰে কান্ধত আঘাত!-->!-->!-->…
বিৰাট কোহলী আৰু বাবৰ আজমৰ মাজত শ্ৰেষ্ঠ কোন? আক্ৰামে দিলে উত্তৰ
বিৰাট কোহলী নে বাবৰ আজম? এই দুজন ক্ৰিকেটাৰৰ ভিতৰত শ্ৰেষ্ঠ কোন? বিশ্ব ক্ৰিকেটত সঘনাই উচ্চাৰিত হৈ আহিছে এই প্ৰশ্ন। বিভিন্নজনে বিভিন্ন সময়ত নিজৰ নিজৰ পচন্দৰ ক্ৰিকেটাৰৰ নাম উল্লেখ কৰি অহাৰ সময়তে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰামে!-->…
আন এক ইতিহাস বিৰাট কোহলীৰ; এই বিশেষ অভিলেখ গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলে লজ্জাজনকভাৱে পৰাস্ত হ’লেও তাৰকা ক্ৰিকেটাৰ তথা ৰান মেচিনৰূপে খ্যাত বিৰাট কোহলীয়ে গঢ়িলে এক অনন্য অভিলেখ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সাতটা বিভিন্ন কেলেণ্ডাৰ বৰ্ষত ২০০০!-->!-->!-->…