Browsing Category
SPORTS
ফুটবল খেলৰ মাজতে বজ্ৰপাত। ২১ বছৰীয়া খেলুৱৈৰ কৰুণ মৃত্যু
এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফুটবল খেলৰ মাজতে ভয়ংকৰ ঘটনা। খেলুৱৈসকলে ফুটবল খেলি থকাৰ মাজতে হঠাৎ আকাশৰ পৰা নামিল বিজুলী ধেৰেকনি। বজ্ৰপাত পৰি মৃত্যুমুখত পৰে এগৰাকী ২১ বছৰীয়া ফুটবল খেলুৱৈৰ। গুৰুতৰভাবে আহত হয় ৬ গৰাকীকৈ খেলুৱৈ।
ব্ৰাজিলৰ!-->!-->!-->…
সূৰ্যকুমাৰ যাদৱে ৰচিলে ইতিহাস, ভংগ কৰিলে ধোনীৰ অভিলেখ । ISHAN NEWS…
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ৫ উইকেটত পৰাস্ত হয় আলহী দল ভাৰত। মঙলবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত ভাৰত পৰাস্ত হ’লেও দলক নেতৃত্ব প্ৰদান কৰা সূৰ্যকুমাৰ যাদৱে তেওঁৰ নামত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
!-->!-->!-->…
নিলামৰ বাবে সাজু ৩৩৩ গৰাকী খেলুৱৈ,তালিকাত অসমৰ কোন কোন?
বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী টি-২০ ক্ৰিকেট লীগ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। পৰৱৰ্তী মাৰ্চ মাহৰ পৰা দেশত আৰম্ভ হব আই পি এলৰ নতুন সংস্কৰণ ।
তাৰ পূৰ্বে অহা ১৯ ডিচেম্বৰত ডুবাইৰ কোকাকোলা এৰিনাত দিনৰ ২.৩০ বজাত অনুষ্ঠিত হ'ব!-->!-->!-->!-->!-->…
ৰোহিত শৰ্মা নে হাৰ্ডিক পাণ্ডিয়া ? টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক কোন ? ISHAN NEWS…
টি-২০ বিশ্বকাপত অধিনায়ক হিচাপে ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব নে ? তাক লৈ নাই কোনো নিশ্চয়তা । টি-২০ বিশ্বকাপত ৰোহিত শৰ্মা অধিনায়ক হব নে নাই তাক লৈ BCCI ৰ সচিব জয় শ্বাহে কৰিছে বিশেষ মন্তব্য । জয় শ্বাহৰ মন্তব্যই ৰোহিত শৰ্মাৰ হাজাৰ!-->…
বিশ্বকাপ খেলিবলৈ নোপোৱা ৱেষ্ট ইণ্ডিজৰ চমক । ৰচিলে ইতিহাস! ishan news…
এসময়ত ক্ৰিকেট জগতত অজেয় হিচাপে বিবেচিত হৈছিল ৱেষ্ট ইণ্ডিজ । কিন্তু সময়ৰ সোতত সেই শক্তিশালী দলৰ টেগ যেন হেৰুৱাই পেলাইছিল ৱেষ্ট ইণ্ডিজ দলটোৱে । সময় ইমানেই বেয়া আহিছিল যে ২০২৩ বৰ্ষৰ বিশ্বকাপ খেলিবলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিছিল দলটোৱে ।
!-->!-->…
মহিলা প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী আনকেপড খেলুৱৈ; ২ কোটি টকাত ক্ৰয়
এইবাৰৰ মহিলা প্ৰিমিয়াৰ লীগৰ নিলামত নতুন অভিলেখ সৃষ্টি হৈছে। লীগৰ চমু ইতিহাসৰ আটাইতকৈ দামী আনকেপড (ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব নকৰা) খেলুৱৈ গৰাকীৰ নাম পোহৰলৈ আহিছে।
এই খেলুৱৈগৰাকীৰ নাম হৈছে কাশৱী গৌতম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত!-->!-->!-->…
বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিব নেকি শুভমন গীলে ?
বিৰাট কোহলীৰ অভিলেখ ভংগ কৰাৰ সোণালী সুযোগ শুভমন গীলৰ হাতত। ২০২৩ বৰ্ষতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পাৰে শুভমন গীলে। কিন্তু কেনেকৈ ?
বিশ্বকাপৰ পাছত বিদেশত প্ৰথমটো শৃংখলা দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব ভাৰতে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমে!-->!-->!-->…
দক্ষিণ আফ্ৰিকাত এক বিশেষ অভিলেখ গঢ়িবলৈ সাজু বিৰাট কোহলী । ISHAN NEWS…
বৰ্তমান সুন্দৰ ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য বেটাৰ বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকা ভ্ৰমণত এক বিশেষ অভিলেখ গঢ়িবলৈ সাজু হৈছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই বিশেষ অভিলেখ গঢ়া তেওঁ বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈত পৰিণত হ’ব।
!-->!-->!-->!-->!-->!-->!-->…
পুনৰবাৰ ৰাহুল দ্ৰাবিড় টিম ইণ্ডিয়াৰ প্ৰশিক্ষক
পুনৰবাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত দ্ৰাবিড়ৰ চুক্তি শেষ হৈছিল যদিও বিচিচিআইয়ে ৰাহুল দ্ৰাবিড়ক টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে পুনৰ চুক্তি বদ্ধ!-->…
আজি গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি ২০ ৰ যুঁজ
আজি গুৱাহাটীৰ বৰ্ষাপাৰা স্টেডিয়ামত অনুষ্ঠিত হব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় খন টি ২০ । সন্ধিয়া ৭ বজাৰ পৰা বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হব ভাৰত-অষ্ট্ৰেলিয়াৰ পাঁচখন খেলৰ শৃংখলাৰ আজিৰ তৃতীয় খন খেল ।!-->…