ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

কাইলৈ ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ক্রিকেটৰ ফাইনেল মেচত কোন হ’ব ধাৰাভাষ্যকাৰ ?

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কাইলৈ অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেল খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হ'ব লগীয়া খেলখনক লৈ বিভিন্নজনৰ মাজত বৃদ্ধি পাইছে জল্পনা কল্পনা । ভাৰত-অষ্ট্ৰেলিয়া ৰ মাজত

‘দেশক বিশ্বাসঘাতকতা কৰাতকৈ মই মৃত্যুৱেই ভাল পাম’… মহম্মদ ছামীৰ পুৰণি ভিডিঅ’ ভাইৰেল

ক্ৰিকেট বিশ্বত আজি সৰ্বাধিক চৰ্চিত নাম ভাৰতীয় বেগী বলাৰ মহম্মদ ছামী। বিশ্বকাপত অদমনীয় প্ৰদৰ্শনত সকলো অনুৰাগীকে মুগ্ধ কৰা ছামীৰ বিৰুদ্ধে কিন্তু এটা সময়ত উত্থাপিত হৈছিল মেচ ফিক্সিঙৰ দৰে গুৰুতৰ অভিযোগ। সেই সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে কি

হতাশাজনক প্ৰদৰ্শন; পাকিস্তানৰ অধিনায়কত্ব এৰিলে বাবৰে, দুজনক দিয়া হ’ল অধিনায়কৰ দায়িত্ব

বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কত্ব ত্যাগ কৰিলে বাবৰ আজমে। ১৫ নৱেম্বৰত ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰে। ছেমিফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰাত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা বাবৰে ক্ৰিকেটৰ

মহম্মদ ছামীয়ে অপেক্ষা কৰে সুযোগলৈ । শ্ৰেষ্ঠ প্রদৰ্শনৰ পাছতো কিয় অনুশোচনা ছামীৰ ? ISHAN NEWS…

ভাৰতে ৭০ ৰাণত নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেলত প্রবেশ কৰে । শ্বাসৰুদ্ধকৰ খেলখনত ভাৰতৰ হৈ শতক অৰ্জন কৰে বিৰাট কোহলি আৰু শ্ৰেয়াচ আয়াৰে । খেলখনত ৭ টা উইকেটে দখলেৰে ভাৰতক ফাইনেললৈ লৈ যোৱা অন্যতম খেলুৱৈ মহম্মদ ছামীয়ে

হাছিম আমলাৰ ভৱিষ্যদ্বাণী; এই দল দুটাৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন কিংবদন্তি হাছিম আমলাই বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে। বিশ্বকাপৰ ফাইনেল সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি প্ৰাক্তন প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ফাইনেলত ভাৰত আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব বুলি কয়।

ফুটপাথত শুই থকা আৰ্তজনক সহায়; আফগান ক্ৰিকেটাৰৰ মহান কৰ্মই জিনিছে হৃদয়, ভাইৰেল ভিডিঅ’

ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰিলে আফগানিস্তানে। কিন্তু প্ৰতিযোগিতাখনত দলটোৰ খেলুৱৈসকলে দেখুওৱা প্ৰদৰ্শনে বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আফগানিস্তানৰ খেলুৱৈসকলক লৈ চৰ্চা চলি

জ’ ৰুটে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ

কলকাতাৰ ইডেন গাৰ্ডেনত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত শনিবাৰে অনুষ্ঠিত বিশ্বকাপৰ ৪৪ সংখ্যক মেচত জ’ ৰুটে বিশেষ কৃতিত্ব অৰ্জন কৰে। আইচিচিৰ এদিনীয়া বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে জ’ ৰুট। তদুপৰি আই চি চি

পূৰ্বৰ বিশ্ব চেম্পিয়ন শ্ৰীলংকা ক্রিকেট দলক কিয় নিলম্বন কৰিলে ICC য়ে

বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত শ্ৰীলংকা ক্রিকেট দলক নিলম্বন কৰে আই ,চি, চি, য়ে। শ্রীলংকাৰ ক্ৰিকেট ব'ৰ্ডৰ পৰিচালনাত চৰকাৰৰ হস্তক্ষেপৰ বাবে শ্রীলংকা দলক নিলম্বন কৰে আই,চি,চি য়ে । ICC য়ে শ্ৰীলংকা দলৰ নিলম্বন উঠাই নোলোৱালৈকে শ্ৰীলংকাক আৰু কোনো

বিশ্বকাপৰ মাজতে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

শুকুৰবাৰে অৰ্থাত ১০ নৱেম্বৰত পঞ্জাৱৰ ৩৩ বছৰীয়া অলৰাউণ্ডাৰ গুৰকীৰট সিং মানে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ ঘোষণা কৰে অৱসৰৰ কথা। ৩৩ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে ২০১১ চনত লাইমলাইটলৈ আহিছিল

খেলপথাৰলৈ কেতিয়া ঘূৰি আহিব ঋষভ পন্ত? সৌৰভ গাংগুলীয়ে জনালে সবিশেষ…

আঘাতৰ বাবে দীৰ্ঘসময় ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত। কিন্তু পন্তৰ আঘাত সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। এই খবৰ দিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাক সৌৰভ গাংগুলীয়ে। পন্তে কেতিয়ালৈকে খেলপথাৰলৈ উভতি আহিব সেই