Browsing Category
SPORTS
ভাৰতত অনুষ্ঠিত হ’বনে আই পি এলৰ পৰৱৰ্তী ছিজন? অধ্যক্ষই জনালে সবিশেষ…
২০২৪ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ লগতে ৰাজনীতিৰ বাবেও অতি বিশেষ হ’বলৈ গৈ আছে। কাৰণ আই পি এলৰ সমান্তৰালকৈ অহা বছৰ অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।
আই পি এল ২০২৪ আৰু লোকসভা নিৰ্বাচনৰ সময় প্ৰায় একে। এপ্ৰিল আৰু মে’ মাহত আই পি এলৰ আয়োজন কৰা হয়!-->!-->!-->…
আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ হাৰ্দিক পাণ্ডিয়াৰ, চিন্তিত ৰোহিত শৰ্মাসহ ভাৰতীয় শিৱিৰ!
আজি ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ আছে এদিনীয়া বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচ। পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মেচখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
ভাৰতৰ হৈ বলিং আক্ৰমণৰ!-->!-->!-->…
আজি ভাৰত বাংলাদেশৰ যুদ্ধ । বিশ্ব ৰেকৰ্ড গঢ়াৰ সম্ভাৱনা শুভমন গিলৰ ।
ডেংগুৰ বাবে বিশ্বকাপৰ প্ৰথম দুখন খেলৰ পৰা বঞ্চিত হৈছিল শুভমন গিল । সেই দুখন খেলৰ পৰা বঞ্চিত নোহোৱা হ'লে শুভমন গিলে ইতিমধ্যে হয়টো গঢ়িলে হেতেন বিশ্ব ৰেকৰ্ড ।প্রথমবাৰৰ বাবে বিশ্বকাপত, বিশ্ব অভিলেখৰ দুৱাৰ দলিত ৰৈ আছে শুভমন গিল । বাংলাদেশৰ!-->…
বিশ্বকাপৰ মাজতেই ৰোহিত শৰ্মালৈ আহিল ভাল খবৰ; হঠাৎ ICC-এ কৰিলে ডাঙৰ ঘোষণা
এদিনীয়া ক্ৰিকেট বিশ্বকাপ চলি থকাৰ মাজতে ভাৰতীয় দলৰ অধিনায়কৰ বাবে আহিল ভাল খবৰ। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে জাৰি কৰা বেটিং ৰেংকিঙত পাঁচটা স্থান আগুৱাই ষষ্ঠ স্থানলৈ উন্নীত হৈছে ৰোহিত শৰ্মা।
ভাৰতৰ ভূমিত চলি থকা এদিনীয়া বিশ্বকাপত!-->!-->!-->…
বিশ্বকাপৰ ছেমি ফাইনেলত প্রবেশ কৰিবলৈ হ’লে ভাৰত আৰু কেইখন খেলত জয়ী হ’ব লাগিব ।
২০২৩ৰ বিশ্বকাপত প্রথম খন মেচৰ পৰাই ভাৰতে সুন্দৰ প্রদৰ্শনৰ লগতে দৰ্শনীয় জয় লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতে এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে ভাৰত সহজেই ছেমি ফাইনেলত প্রবেশ কৰিব পাৰিব বুলি উল্লেখ কৰিছে কেইবাগৰাকীও প্রাক্তন ক্রিকেটাৰে ।চলিত!-->…
২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত ‘ক্রিকেট’ ।প্রথম কোনখন অলিম্পিকত ক্রিকেট অনুষ্ঠিত হৈছিল আৰু কোনখন দেশ…
এছিয়ান গেমছৰ পাছত, এইবাৰ অলিম্পিকত অন্তৰ্ভুক্ত হ’ল ক্রিকেট। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে। পুৰুষ আৰু মহিলা দুয়োটা শাখাত অনুষ্ঠিত হ'বলগীয়া মেচ কেইখন অনুষ্ঠিত হ'ব টি-20!-->…
বাংলাদেশ-ভাৰতৰ খেলৰ পূৰ্বে ডাঙৰ খবৰ; আঘাতৰ বাবে নেখেলিব পাৰে এইগৰাকী অধিনায়ক
শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ যায় বিশ্বকাপৰ দ্বাদশ সংখ্যক মেচ। এই মেচখনত ভাৰতে ৭ উইকেটত জয়লাভ কৰি চলিত বিশ্বকাপত জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখে।
প্ৰথমে ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত তথা!-->!-->!-->…
ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে , ৰবি শাস্ত্ৰীয়ে পাকিস্তানৰ কোনজন খেলুৱৈক ভাৰতৰ বাবে ডাঙৰ ভাবুকি বুলি…
এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তান এতিয়ালৈকে ৭ বাৰ মুখামুখি হৈছে। এদিনীয়া ক্রিকেট বিশ্বকাপৰ প্রতিখন খেলতে পাকিস্তানৰ বিৰুদ্ধে জয়ী হৈছে ভাৰত । আজি বিশ্বকাপৰ এখন খেলত মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান মুখামুখি ।
আহমেদাবাদৰ!-->!-->!-->!-->!-->…
উছেইন ব’ল্টে চাব ভাৰত-পাকিস্তানৰ মেচ; কোহলীক টেগ কৰি ধেমেলীয়া টুইট
আজি বিশ্বকাপত মুখামুখি হ’ব ভাৰত-পাকিস্তান। কেৱল ভাৰত আৰু পাকিস্তানৰ অনুৰাগীয়েই নহয়, আজিৰ মেচখন উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী।
ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে বিশ্বৰ অন্যতম বেগী দৌৰবিদ উছেইন ব’ল্টৰ!-->!-->!-->…
১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ক্ৰিকেট; আয়োজক দেশৰ প্ৰস্তাৱত মঞ্জুৰি
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে আজি মুম্বাইত লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ক্ৰিকেট, ফ্লেগ ফুটবলকে ধৰি আন পাঁচবিধ খেলক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক!-->!-->!-->…