ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

২৪ ঘণ্টাত আফগানিস্তানৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল সিংহলী বাহিনী

এছিয়ান গেমছ ২০২৩ৰ পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানে শ্ৰীলংকাক ৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে আফগানিস্তানে এছিয়াডৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২৪ ঘন্টাৰ ভিতৰত আফগানিস্তানে শ্ৰীলংকাক

যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস; এনে কৃতিত্ব গঢ়া প্ৰথমজন ভাৰতীয় বেটছমেন

ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান ক্ৰিকেটাৰ যশস্বী জয়ছৱালে ৰচিলে ইতিহাস। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত নেপালৰ বিৰুদ্ধে জয়ছৱালে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে আন কোনো ভাৰতীয় বেটছমেনে গঢ়িবলৈ সক্ষম

এছিয়ান গেমছৰ ফাইনেলত অসম কন্যা লাভলীনা; স্বৰ্ণ জয়ৰ লক্ষ্যৰে কাইলৈ নামিব বক্সিং ৰিঙত

অসমৰ লগতে দেশবাসীক পুনৰ গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই। মহিলাৰ বক্সিঙত ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলীনাই ছেমি ফাইনেলত থাইলেণ্ডৰ

এছিয়ান গেমছ : পিতৃৰ পিছত কন্যাই স্বৰ্ণ জয় কৰি ৰচিলে ইতিহাস

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ উজ্জ্বল প্ৰদৰ্শন। দেওবাৰৰ দিনটোত ভাৰতে এতিয়ালৈকে এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শ্বুটিঙত ভাৰতে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে। মহিলাৰ দলীয় ইভেণ্ট ট্ৰেপত

এছিয়ান গেমছ : টেনিছৰ মিক্সড ডাবলছ ইভেণ্টত ৰোহন-ৰুতুজাৰ স্বৰ্ণ জয়, পদক নিশ্চিত লাভলীনাৰ

এছিয়ান গেমছৰ আজি সপ্তম দিন। আজি ৰোহন বোপান্না আৰু ৰুতুজা ভোছলে টেনিছৰ মিক্সড ডাবলছ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। সন্মানীয় প্ৰতিযোগিতাখনত ভাৰতে এই পৰ্যন্ত মুঠ ৩৫টা পদক লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে। টেনিছৰ

বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলত বৃহৎ পৰিৱৰ্তন; দলত অন্তৰ্ভুক্ত অশ্বিন

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলত এক বৃহৎ সাল সলনি ঘটা পৰিলক্ষিত হৈছে। অল ৰাউণ্ডাৰ অক্ষৰ পেটেলৰ ঠাইত তাৰকা স্পিনাৰ আৰ অশ্বিনক দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতৰ বাবে বিশ্বকাপৰ দলৰ পৰা বাহিৰ হ’ল অক্ষৰ পেটেল। অক্ষৰৰ আঘাত অশ্বিনৰ বাবে

বৰ্ষাপাৰত কাইলৈৰ পৰা বিশ্বকাপৰ ৱাৰ্ম আপ মেচ; যান-বাহনৰ বাবে বিশেষ নিৰ্দেশনা

বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান দিন। ইয়াৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব ৱাৰ্ম আপ মেচ। ইতিমধ্যে আন প্ৰান্তৰ লগতে ৱাৰ্ম আপ মেচৰ বাবে সাজু হৈ উঠিছে গুৱাহাটী। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২৯, ৩০ ছেপ্টেম্বৰ আৰু ২, ৩ অক্টোবৰত

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে হঠাৎ এদিনীয়াৰ পৰা অৱসৰ ঘোষণা নবীন উল হকৰ

আফগানিস্তানৰ প্ৰতিভাধৰ যুৱ ক্ৰিকেটাৰ নবীন উল হকে এদিনীয়া খেলৰ পৰা অৱসৰ ঘোষণা কৰি বিশ্ব ক্ৰিকেটক আচৰিত কৰি তুলিছে। বিশ্বকাপ ক্ৰিকেট খেলিবলৈ ভাৰতত উপস্থিত হোৱাৰ পিছতে নবীনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ

ক্ৰিকেটৰ মহাৰণ; বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত উপস্থিত দুটাকৈ আগশাৰীৰ দল

মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। ১০টা দলে খিতাপৰ বাবে যুঁজ দিয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব প্ৰস্তুতিমূলক মেচ। এই উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হৈছেহি শ্ৰীলংকা আৰু বাংলাদেশৰ দল দুটা।

এছিয়ান গেমছৰ এখন খেলত ভংগ হ’ল পূৰ্বৰ বহুকেইটা অভিলেখ। ICC ৰ বাবেও আছিল কল্পনাৰ অগোচৰ !

ক্রিকেটাৰ দীপেন্দ্ৰ সিঙে ক্রিকেটৰ ইতিহাসত গঢ়িলে এক নতুন অভিলেখ । যিটো অভিলেখ ভংগ কৰাটো প্রায় প্ৰায় অসম্ভৱ। চন ২০০৭, টি-২০ বিশ্বকাপৰ এখন স্মৰণীয় খেল। যি খন খেলত যুৱৰাজ সিঙে ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। এই অভিলেখ ভংগ