ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

টি-২০ ক্ৰিকেটত এটা, দুটা নহয় তিনিটাকৈ বিশ্ব অভিলেখ গঢ়িলে নেপালে

নেপালৰ পুৰুষ ক্ৰিকেট দলে এছিয়ান গেমছত ৰচিলে ইতিহাস। হাংঝোত চলি থকা এছিয়ান গেমছত বুধবাৰে নেপালে মংগোলিয়াৰ বিৰুদ্ধে খেলি টি-২০ ক্ৰিকেটৰ বহু অভিলেখ ভংগ কৰে। সোমবাৰে মহিলা ক্ৰিকেটত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতে পুৰুষৰ প্ৰথমখন মেচত

বিশ্বকাপৰ পূৰ্বে অপহৃত হ’ল কপিল দেৱ! ছ’চিয়েল মিডিয়াত ভাইৰেল অপহৰণৰ দৃশ্য

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে সোমবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কিম্বদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ এটা ভিডিঅ’ই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত প্ৰাক্তন অধিনায়ক কপিল দেৱৰ দুয়োখন হাত ৰচীৰে বান্ধি থোৱাৰ লগতে

এছিয়ান গেমছ : ৪১ বছৰৰ মূৰত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে ভাৰতীয় অশ্বাৰোহী দলে

চীনৰ হাংঝো প্ৰদেশত চলি থকা এছিয়ান গেমছৰ তৃতীয় দিনাও ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে। প্ৰতিযোগিতাখনৰ তৃতীয় দিনা ভাৰতে তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে। ভাৰতৰ অশ্বাৰোহী দলটোৱে ৪১ বছৰৰ পাছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিবলৈ

এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেটদলৰ চমক;প্রথমবাৰ অংশগ্ৰহণ কৰিয়েই শ্ৰীলংকাক ১৯ ৰাণত হৰুৱাই স্বৰ্ণপদক…

এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দলে প্রথমবাৰ অংশগ্ৰহণ কৰিয়েই স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয় । শ্ৰীলংকা ক্রিকেট দলক ১৯ ৰাণত হৰুৱাই এই খিতাপ অৰ্জন কৰে ভাৰতে । টছত জিকি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১১৬

হঠাৎ শৃংখলাৰ মাজতে ঘৰলৈ উভতিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ISHAN NEWS…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাৰ আজি দ্বিতীয়খন মেচ ইণ্ডোৰত অনুষ্ঠিত হৈ আছে। টছত জয়ী হৈ অষ্ট্ৰেলিয়া দলে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। কিন্তু টছৰ পূৰ্বে হঠাতে বিচিচিআইৰ তৰফৰ দিয়া হয় এটা ডাঙৰ আপডেট। ভাৰতীয়

এছিয়ান গেমছত উজলিছে ভাৰত; এতিয়ালৈকে ৫টা পদক, বৃহৎ জয় হকীত ISHAN NEWS…

চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত ভাৰতে প্ৰত্যাশাজনক আৰম্ভণি কৰিছে। ২৩ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ভাৰতে ইতিমধ্যেই পদক তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় খেলুৱৈসকলে শ্বুটিং

এদিনীয়াত মহম্মদ ছামীয়ে ৰচিলে ইতিহাস; এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বেগী বলাৰত পৰিণত

মহম্মদ ছামীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ছামীৰ বিধ্বংসী বলিঙৰ বাবেই মেচখনত আলহী দল অষ্ট্ৰেলিয়াক সহজেই পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰত। মেচখনত

আইচিচিয়ে ঘোষণা কৰিলে এদিনীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন; বিজয়ী দলৰ ওপৰত হ’ব টকাৰ বৰষুণ ISHAN…

অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্ৰতিক্ষীত এদিনীয়া বিশ্বকাপ ২০২৩ৰ পুৰস্কাৰ ধন ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে। সামগ্ৰিকভাৱে লীগ পৰ্যায়ত ৪৫খন মেচত জয়ী হোৱা প্ৰতিটো দলৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে।

এছিয়ান গেমছত ভাৰতৰ হৈ পদক যুঁজত নামিব অসমৰ ৭ গৰাকী খেলুৱৈ ISHAN NEWS…

২৩ ছেপ্তেম্বৰ অৰ্থাত কাইলৈৰ পৰা চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হ’ব এছিয়ান গেমছ ২০২২। যোৱা বৰ্ষতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ২০২৩লৈ পিছুৱাই দিয়া হৈছিল। এইবাৰৰ প্ৰতিযোগিতাখনত ৪০ বিধ খেল

অৰুণাচলৰ খেলুৱৈৰ লগত চীনৰ বৈষম্যমূলক আচৰণ; ভাৰতৰ তীব্ৰ বিৰোধিতা

চীনে অৰুণাচলৰ খেলুৱৈক এছিয়ান গেমছত অংশ ল’বলৈ নিদিয়া সিদ্ধান্তৰ পাছতে ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এছিয়ান গেমছ ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। আজি