Browsing Category
SPORTS
টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িলে নামিবিয়াৰ বেটাৰে
আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুততম শতকৰ নতুন বিশ্ব অভিলেখৰ গৰাকী হ’ল নামিবিয়াৰ য়ান নিক’ল লফটি এটন। ইয়াৰ পূৰ্বে টি-২০ দ্ৰুততম শতকৰ বিশ্ব অভিলেখৰ গৰাকী আছিল নেপালৰ কুশল মল্ল।
যোৱা বছৰ অনুষ্ঠিত হোৱা এছিয়ান গেমছত মংগোলিয়াৰ বিৰুদ্ধে!-->!-->!-->…
গুজৰাট টাইটানছত মহম্মদ ছামীৰ ঠাই কোনে ল’ব? চৰ্চাত দুগৰাকী খেলুৱৈ
সফলতাৰে সম্পন্ন হৈ গ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ। ইয়াৰ পিছতে তেওঁ শীঘ্ৰে সুস্থ হৈ খেলপথাৰলৈ উভতি অহাৰ কামনা কৰিছে অনুৰাগীসকলে।
আঘাতৰ বাবে আই পি এলৰ ২০২৪ ছিজনৰ বাবে ইতিমধ্যেই বাহিৰ হৈছে মহম্মদ!-->!-->!-->…
টি-২০ ৰেংকিঙৰ শীৰ্ষ ২ নম্বৰত থকা বলাৰৰ ওপৰত নিষেধাজ্ঞা আই চি চিৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক ৱানিন্দু হাছাৰাংগাক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ অন্তত তেওঁ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
!-->!-->…
গাংগুলী-গম্ভীৰৰ অভিলেখ ভংগ জয়ছোৱালৰ; ৰাঁচীত ৰচিলে ইতিহাস
ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্ট মেচৰ দ্বিতীয়দিনা এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় বেটাৰ যশস্বী জয়ছোৱালে। ভাৰতৰ প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলাৰ লগে লগে বিশেষ অভিলেখৰ গৰাকী হয় জয়ছোৱাল।
যশস্বীয়ে প্ৰাক্তন!-->!-->!-->…
IPL-ৰ সময়সূচী ঘোষণা; চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছৰ মাজত প্ৰথম মেচ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এলৰ ১৭ সংখ্যক ছিজনৰ সময় সূচী ঘোষণা কৰিছে বি চি চি আইয়ে। চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত চিন্নাস্বামীত অনুষ্ঠিত হ’ব আই পি এল ২০২৪ৰ প্ৰথমখন মেচ।
উল্লেখ্য যে প্ৰতিযোগিতাখনৰ!-->!-->!-->…
টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল বাবৰ আজম
টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখৰ গৰাকী হ’ল পাকিস্তানৰ তাৰকা বেটছমেন বাবৰ আজম। টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটছমেনত পৰিণত হ’ল বাবৰ।
এই ক্ষেত্ৰত বাবৰে ভংগ কৰিলে ইউনিভাৰ্চেল বছৰূপে পৰিচিত ক্ৰিছ গেইলৰ নামত থকা!-->!-->!-->…
অভিষেক মেচতে অৰ্ধশতকীয় ইনিংছ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
ঘৰুৱা ক্ৰিকেটৰ অন্যতম সফল খেলুৱৈ ফাইজ ফজলে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে নাগপুৰত হাৰিয়ানাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ খেলখনৰ চতুৰ্থ দিনটোত শেষবাৰৰ বাবে খেলপথাৰত নামে ক্ৰিকেটাৰগৰাকীয়ে।
১৮ বছৰ বয়সত অৰ্থাত ২০০৩ চনৰ!-->!-->!-->…
ৰাঁচী টেষ্টৰ পূৰ্বে ৰোহিত শৰ্মা-বেন ষ্টোকছক ধমক খালিস্তানী উগ্ৰপন্থীৰ
ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইংলেণ্ডৰ মাজৰ চতুৰ্থখন টেষ্টৰ পূৰ্বে আলহী দল ইংলেণ্ডক নিজ দেশলৈ ঘূৰি যাবলৈ ধমক প্ৰদান কৰিছে খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনে।
এই সন্দৰ্ভত উগ্ৰপন্থীগৰাকীয়ে মাওবাদীসকলক উচটনি দি!-->!-->!-->…
টি-২০ ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে হাছাৰাংগাই; ভংগ হ’ল মালিংগাৰ অভিলেখ
শ্ৰীলংকাৰ আগশাৰীৰ স্পিন বলাৰ ৱানিন্দু হাছাৰাংগাই নিজৰ টি-২০ কেৰিয়াৰত এক বিশেষ মাইলৰ খুঁটিত উপনীত হৈছে। টি-২০ত ১০০টা উইকেট দখল কৰা দ্বিতীয় শ্ৰীলংকাৰ খেলুৱৈ হিচাপে পৰিগণিত হয় হাছাৰাংগা।
পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১০০ উইকেট দখল কৰা!-->!-->!-->…
টেষ্ট ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে অশ্বিনে; কুম্বলে আৰু শ্বেন ৱাৰ্নৰ অভিলেখ ভংগ
ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে।
টেষ্ট ক্ৰিকেটত অশ্বিনে সম্পূৰ্ণ কৰিলে ৫০০ উইকেট। টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰা!-->!-->!-->…