ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

ভাৰতৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বাবে মূল একাদশ ঘোষণা ইংলেণ্ডৰ । ISHAN NEWS

ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচৰ বাবে এদিন পূৰ্বেই মূল একাদশ ঘোষণা কৰিলে ইংলেণ্ড দলে। তৃতীয়খন মেচৰ বাবে ইংলেণ্ড দলত এটা সাল-সলনি ঘটোৱা হৈছে। শ্বোৱেব বছিৰক তৃতীয় টেষ্টৰ পৰা বাহিৰ কৰি মূল একাদশত পুনৰবাৰ অন্তৰ্ভুক্ত কৰা

সকাহ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ; কিন্তু বান্ধি দিলে চৰ্ত । ISHAN…

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনলৈ ডাঙৰ সকাহ। বিভিন্ন বিতৰ্কই জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে। এই নিলম্বন তাক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ

‘বন্ধ কৰি দিব লাগে ৰঞ্জী ট্ৰফী…’, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে উজাৰিলে ক্ষোভ । ISHAN…

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰজনে ৰঞ্জী ট্ৰফী বিলুপ্ত কৰিব লাগে বুলি ছ’চিয়েল মিডিযাৰ জৰিয়তে ক্ষোভ উজাৰিছে। মনোজ

তিনিখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা; কোনে কোনে পালে স্থান? ISHAN NEWS…

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ বাকী থকা তিনিখন টেষ্টৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। প্ৰথম দুখন টেষ্টৰ দৰে অন্তিম তিনিখন টেষ্টৰ বাবেও দলত উপলব্ধ নাথাকিব বিৰাট কোহলী। ব্যক্তিগত কাৰণৰ বাবে টেষ্ট শৃংখলাটোৰ বাকী থকা তিনিখন মেচৰ

ডেভিড ৱাৰ্নাৰে ৰচিলে ইতিহাস; এই বিশেষ অভিলেখ গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অভিজ্ঞ অ’পেনাৰ ডেভিড ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৱাৰ্নাৰে অৰ্ধশতক অৰ্জন কৰি ইতিহাস ৰচিছে। উল্লেখ্য যে, আজি ৱেষ্ট

টেষ্ট ক্ৰিকেটত জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস

সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ জশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। টেষ্ট বলিং ৰেংকিঙত শীৰ্ষস্থান দখল কৰা দেশৰ ইতিহাসৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হ’ল বুমৰাহ। ৰচিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু বিচেন সিং বেদীৰ পিছত

ঐতিহাসিক কৃতিত্ব অৰ্জন কেন উইলিয়ামছনৰ; দুটাকৈ শতকেৰে ৰচিলে অভিলেখ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত নিউজিলেণ্ড দলৰ অধিনায়ক কেন উইলিয়ামছনে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে। মেচখনৰ দুয়োটা ইনিংছতে উইলিয়ামছনে শতক অৰ্জন কৰি এক বিশেষ অভিলেখৰ গৰাকী হয়। উইলিয়ামছনে প্ৰথম ইনিংছত ১১৮ ৰান আৰু

হকী খেলুৱৈ বৰুণ কুমাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী যুৱতীৰ

হকী খেলুৱৈ বৰুণ কুমাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বেংগালুৰুৰ এগৰাকী যুৱতীয়ে হকী খেলুৱৈগৰাকীৰ বিৰুদ্ধে আনিছে ধৰ্ষণৰ অভিযোগ। আৰক্ষীয়ে জনোৱা মতে, বৰুণ কুমাৰে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি যোৱা ৫ বছৰত ২২ বছৰীয়া যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ

দ্বিশতক অৰ্জনেৰে যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস, ভংগ তেণ্ডুলকাৰৰ অভিলেখ

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস ৰচিছে যশস্বী জয়ছোৱালে। টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিছে জয়ছোৱালে। উল্লেখ্য যে জয়ছৱালে দ্বিশতক সম্পূৰ্ণ কৰাৰ লগে লগে তেওঁ এক বিশেষ

ডাঙৰ অঘটন! গাব্বা টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস ৰচিলে ৱেষ্ট ইণ্ডিজে

ৱেষ্ট ইণ্ডিজ দলে অষ্ট্ৰেলিয়াৰ গাব্বাত এনে এক কৃতিত্ব গঢ়িলে, যিটো কেৰিবিয়ান ক্ৰিকেটৰ ইতিহাসত বছৰ বছৰ ধৰি স্মৰণীয় হৈ থাকিব। দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়া দলক ৮ ৰানত পৰাস্ত কৰি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। এদিন পূৰ্বে