ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

UNCA

সংসদৰ বিশেষ অধিবেশনৰ ইতিহাস । কেতিয়া , কিয় অনুষ্ঠিত হৈছিল বিশেষ অধিবেশন ? ISHAN NEWS…

আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বিশেষ অধিবেশন । ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনত ভাৰতীয় সংসদৰ ৭৫ বছৰীয়া যাত্রাৰ বিষয়ে আলোচনা কৰাৰ লগতে নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ উপৰিও চাৰিখন বিধেয়ক সন্দৰ্ভতো আলোচনা হোৱাৰ

গণেশ চতুৰ্থী কেতিয়া ? জানক সবিশেষ

গণেশ চতুৰ্থী হৈছে ভগৱান গণেশৰ জন্ম তিথিত উদযাপন কৰা এক উৎসৱ । হিন্দুসকলে গণেশক জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা হিচাপে মান্যতা প্ৰদান কৰে। বিশেষকৈ মহাৰাষ্ট্ৰৰ লগতে অন্যান্য ৰাজ্য যেনে মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা , কৰ্ণাটক, অন্ধ্ৰ

অভিনেত্ৰী জেৰিন খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি; ইভেণ্ট কোম্পানীৰ অভিযোগত আদালতৰ নিৰ্দেশ

বলীউডৰ অভিনেত্ৰী জেৰিন খান সন্দৰ্ভত আহিছে এক চাঞ্চল্যকৰ খবৰ। জানিব পৰা অনুসৰি কলকাতাৰ শিয়ালদহ আদালতে জেৰিন খানৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল। ২০১৮ চনত

গাহৰিৰ বৃক্কৰ সফল সংৰোপণ । হাজাৰ হাজাৰ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে আমেৰিকাৰ বিশেষজ্ঞই

সময়ত প্রয়োজনীয় অংগ নোপোৱাৰ বাবে মৃত্যুমুখত পৰে বহু ব্যক্তি । প্রয়োজনীয় অংগৰ বাবে চিকিৎসালয়ত দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া হয় বহু ৰোগীয়ে । মানৱ শৰীৰৰ বাবে প্রয়োজন হোৱা অংগ লাভ কৰাটো অতিকৈ কঠিন ।মানৱ শৰীৰৰ বাবে প্রয়োজন হোৱা এই অংগ সমস্যা

জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।

ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে।

বাংলোৰ পৰা উদ্ধাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ মৃতদেহ । ঘৰ বিক্রী কৰিবলৈ নিদিয়াটোৱেই কাল হ’ল অধিবক্তাৰ…

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ । যোৱা শনিবাৰে অধিবক্তা গৰাকীৰ মৃতদেহ নয়ডাৰ চেক্টৰ ৩০ ত থকা অধিবক্তা গৰাকীৰ বাংলোৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় । অধিবক্তা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা প্রায় ৩৬

ৰাহুলে ভাষণৰ মাজতে সদনত ‘ফ্লাইং কিছ’ দিছিল। লোকসভাৰ অধ্যক্ষক অভিযোগ পত্র দাখিল ।

সংসদত মোডী চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত সদনত চলি থকা বিতৰ্কৰ আজি দ্বিতীয়টো দিন। বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । ভাষণত কংগেছৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ প্রসংগত

লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা !

শাসকীয় আৰু বিৰোধী দলৰ বহু কেইগৰাকী সাংসদে সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে স্তম্ভিত হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি