ISHAN NEWS – Always One Step Ahead of Time…

জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ পদত্যাগ

দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত ইতিমধ্য আৰম্ভ হৈছে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ । ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে লালন সিঙে পদত্যাগ কৰাৰ কাৰণ এতিয়াও প্ৰকাশ

১ ঘণ্টাত যাব ১০০০ কিলোমিটাৰ! আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেল

প্ৰতিঘণ্টাত ১০০০ কিলোমিটাৰ অতিক্ৰম কৰিব ৰেলখনে। বুলেট ট্ৰেইনতকৈ ৩ গুণ অধিক হ’ব গতিবেগ। আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেলখন। অত্যাধুনিক প্ৰযুক্তিৰে বিশ্বক চমক দি অহা চীনে নিৰ্মাণ কৰি আছে এনে এখন ৰেল যাৰ গতিবেগ ঘণ্টাত ১০০০ কিলোমিটাৰ।

দেশবাসীক ডাঙৰ সকাহ দিবলৈ সাজু মোদী চৰকাৰ; শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য! 

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশবাসীক ডাঙৰ সকাহ দিবলৈ আগবাঢ়িছে মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি অতি শীঘ্ৰে হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। কেন্দ্ৰই প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৬-১০ টকা মূল্য

আন এক ইতিহাস বিৰাট কোহলীৰ; এই বিশেষ অভিলেখ গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ 

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় দলে লজ্জাজনকভাৱে পৰাস্ত হ’লেও তাৰকা ক্ৰিকেটাৰ তথা ৰান মেচিনৰূপে খ্যাত বিৰাট কোহলীয়ে গঢ়িলে এক অনন্য অভিলেখ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সাতটা বিভিন্ন কেলেণ্ডাৰ বৰ্ষত ২০০০

প্ৰথমবাৰৰ বাবে CISF ৰ সঞ্চালক প্ৰধানৰ দায়িত্বত এগৰাকী মহিলা

প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (CISF) ৰ সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হৈছে এগৰাকী মহিলাৰ ওপৰত।এই দায়িত্ব লাভ কৰিছে ৰাজস্থান কেডাৰৰ ১৯৮৯ বেটচৰ আই, পি, এছ বিষয়া নীনা সিঙে।সমগ্ৰ দেশৰ বিমানবন্দৰ, দিল্লী মেট্ৰ’ আৰু

টিউচনৰ পৰা উভতাৰ পথত ৰে’লৰ খুন্দাত মৃত্যু দশম শ্ৰেণীৰ দুই ছাত্ৰীৰ

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। নতুন ৰে’লৱে ট্ৰেকৰ টেষ্টিঙৰ বাবে চলোৱা ৰে’লৰ খুন্দাত দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে। বৃহস্পতিবাৰে সন্ধিয়া দুয়োগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত এই কৰুণ

 আজি আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি । ishan news…

আজি নতুন দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হব বহু প্ৰত্যাশিত আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি।দিল্লীৰ নৰ্থ ব্ল’কত শুকুৰবাৰে বিয়লি ৫ এই চুক্তি সম্পাদিত হ’ব শান্তি চুক্তি। উল্লেখযোগ্য যে , শান্তি চুক্তিৰ পূৰ্বে আলফা

চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ভাৰতৰ বৃহৎ প্ৰকল্প। ishan news…

শেহতীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতে অব্যাহত ৰাখিছে ধাৰাবাহিক সফলতা । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ হাতত লৈছে আন এক বৃহৎ প্ৰকল্প । যিটো প্ৰকল্পৰ জৰিয়তে ভাৰতে উপগ্ৰহৰ সহায়ত চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে অহা পাঁচ বছৰত ৫০টা উপগ্ৰহ