১৪ বছৰে কেৱল ৰুটি আৰু নিমখ, জলকীয়া খাই জীয়াই থকা এগৰাকী যুৱতী… ishan news
অসমৰ এগৰাকী যুৱতী নাম তাইৰ মাৰীয়ম। বছৰ বছৰ ধৰি বহিঃৰাজ্যত নানা অকথ্য নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল।
facebook.com/602768131977958
অৱশেষত ১৪ বছৰ সুদীৰ্ঘ কালৰ অন্তত পঞ্চাৱৰ জলন্ধৰৰ পৰা উদ্ধাৰ কৰা হ'ল অসমৰ যুৱতী মাৰীয়মক। যোৱা ২২!-->!-->!-->!-->!-->!-->…
বৰষুণ-বানপানীয়ে লৈছে বিধ্বংসী ৰূপ; এতিয়ালৈকে ২২ গৰাকী লোকৰ মৃত্যু । ishan news…
বানপানী আৰু বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আফ্ৰিকাৰ দেশ কংগোত। বান আৰু বৰষুণৰ ফলত বিস্তৰ ক্ষতি হৈছে মানুহৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি।
এই ভয়াবহ দুৰ্যোগত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪০০ৰো অধিক নিৰুদ্দেশ হোৱা লোকৰ!-->!-->!-->…
‘মুছলিম লীগ জম্মু-কাশ্মীৰ’ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ । ishan news…
বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মুছলিম লীগ জম্মু-কাশ্মীৰক নিষিদ্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে এটা পোষ্টত লিখিছে যে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে এই সংগঠনটো ইউএপিএৰ!-->…
নাহৰফুটুকীৰ সন্ত্ৰাস; ঘৰৰ চোতালৰ পৰা উঠাই লৈ গ’ল ৪ বছৰীয়া শিশুক । ishan news
উত্তৰাখণ্ডত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ডেৰাডুনৰ সমীপৰ চিংগলী গাঁৱত মঙলবাৰে সন্ধিয়া এটি শিশুক নিজৰ ঘৰৰ চোতালৰ পৰা এটা নাহৰফুটুকীয়ে ডাঙি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক!-->!-->!-->…
বিজ্ঞাপনৰ নুবুজা সাঁথৰ
সুশীল পাটোৱাৰী
ফোন- 7002118673
বিশ্বাস কৰা হয় যে যীশু খ্ৰীষ্টৰ জন্মৰ ৩ হাজাৰ বছৰ পূৰ্বে ইজিপ্তত হেনো প্ৰথম বিজ্ঞাপন ব্যৱহাৰ হৈছিল। ১৫-১৬ শতিকাত মুদ্ৰন যন্ত্ৰৰ বিকাশৰ লগে লগে বিজ্ঞাপনৰ প্ৰসাৰ হৈছিল। বৰ্তমান সময়ত ৰাজনৈতিক সভাৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
১৪ জানুৱাৰিৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’; মণিপুৰৰ পৰা হ’ব আৰম্ভ
২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰিবলৈ আন এক অভিনৱ পন্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল। ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’।
মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া!-->!-->!-->…
জুবিনৰ সংগীতানুষ্ঠানৰ মাজতেই শোকাৱহ পথ দুৰ্ঘটনা; ৫ জন যুৱকে হেৰুৱালে প্ৰাণ
শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়তে সংঘটিত হৈছে কৰুণ ঘটনা। সংগীত পৰিৱেশন কৰি থকাৰ মাজতে নিশা বালিপৰাৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা।
এই পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুৱায়। পথ দুৰ্ঘটনাত!-->!-->!-->…
মুম্বাইত আতংক! ভাৰতীয় ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। ২৬ ডিচেম্বৰ অৰ্থাত মঙলবাৰে আৰ বি আইৰ মুম্বাই শাখাৰ ইমেইল আই ডিলৈ ভাবুকিপূৰ্ণ মেইল প্ৰেৰণ কৰে দুষ্কৃতিকাৰীয়ে।
ইমেইল প্ৰেৰকজনে নিজকে ‘খিলাফত ইণ্ডিয়া’ৰ বুলি দাবী কৰিছে। মুম্বাইৰ মুঠ!-->!-->!-->…
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কামপুৰবাসীৰ, আগবঢ়ালে বন্যহস্তীলৈ ভোগ … ishan news
বৰ্তমানেও অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। তাৰ পাছতো কিন্তু ৰঙীয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে ভোগ ।
https://fb.watch/pbvm8yMuZL/
শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাকটোৰ আতংকত বিনিদ্ৰ ৰজনী!-->!-->!-->!-->!-->!-->!-->…
নগেন দাসক লাগে সহায়ৰ হাত… ishan news
দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা।
পশ্চিম নলবাৰীৰ বৰ কৈহাটীৰ নগেন দাস এক অচিন ৰোগত আক্ৰান্ত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নগেন দাস। ই-ৰিক্সা চলাই পৰিয়ালটো পোহ পাল দি আছিল নগেন দাসে। কিন্তু আজি দুমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ বিছনাতে!-->!-->!-->!-->!-->…