ISHAN NEWS – Always One Step Ahead of Time…

ব্যয় হ’ব ৩৪,৫০০ কোটি টকা, আমেৰিকাৰ সৈতে বিশেষ চুক্তি

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমেৰিকাৰ কাষ চপা হৈছে । মঙলবাৰে স্বাক্ষৰিত এক চুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে ক্ৰয় কৰিব ৩১ খন প্ৰিডেটৰ ড্ৰোণ । ৩৪,৫০০ কোটি টকা ব্যয়েৰে এই

মিছাইল মেনক স্মৰণ, বিশ্ব ছাত্ৰ দিৱস পালন

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে পালন কৰা হৈছে বিশ্ব ছাত্ৰ দিৱস । মিছাইল মেন ড এ পি জে আব্দুল কালামৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় । ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰয়াত শিক্ষক, এৰ'স্পেচ বিজ্ঞানীগৰকাৰী জন্মদিনটো বিশ্ব

ইতিহাসৰ সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ ইলন মাস্কৰ, সুকলমে ঘূৰিও আহিল পৃথিৱীলৈ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ পুনৰ ইতিহাস ৰচনা কৰিলে স্পেছ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে ।দেওবাৰে ইলন মাস্কৰ স্পেছ এক্সে সফলতাৰে উৎক্ষেপণ কৰিলে এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ তথা আটাইতকৈ শক্তিশালী ৰকেট । ইয়াৰ পিচত প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ উভতাই

খাদ্যত বিষক্ৰিয়া হৈ গুজৰাটত অসুস্থ অসমৰ ৪৩ তীৰ্থযাত্ৰী, সুকলমে ঘূৰি আহিল স্ব-গৃহলৈ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ গুজৰাটত অসুস্থ হৈ পৰিল অসমৰ পৰা যোৱা ৪৩ গৰাকী তীৰ্থযাত্ৰী । দ্বাৰকালৈ যোৱা তীৰ্যযাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিসালয়ত । খাদ্য বিষক্ৰিয়াত তীৰ্যযাত্ৰীসকল অসুস্থ হোৱা বুলি জানিবপৰা গৈছে । বহিঃৰাজ্যত অসুস্থ হৈ পৰা

Durga Puja 2024: পূজা মণ্ডপত নিৰ্বিচাৰ গুলীচলনা, আহত চাৰিগৰাকী

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ দেওবাৰে পুৱাই দুৰ্গা পূজাৰ মণ্ডপত চলিল নিৰ্বিচাৰ গুলীচালনা । এই গুলীচালনাত আহত হয় চাৰিগৰাকী লোক ।গুলীচালনা ঘটনাত আহতকেইগৰাকী হ'ল- "সুনীল কুমাৰ যাদৱ (২৬), ৰোশন কুমাৰ (২৫) আৰু ছিপাহী কুমাৰ আৰু অৰমান আনছাৰী (১৯) ।

Train Accident : ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ ইটোৰ পিচত সিটো ৰে'ল দুৰ্ঘটনাই জোঁকাৰি গৈছে দেশ । প্ৰাণ হেৰুৱাইছে বহু লোকে, আহত হৈছে বহু লোক । সঘনাই সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ । শনিবাৰেও তামিলনাডুত ৰে'লৰ

গাঁত খান্দি থাকোতেই কমেও ৫ শ্ৰমিকৰ মৃত্যু, আহত কেবাজনো

নিউজ ডেস্ক, ১২ অক্টোবৰঃ শনিবাৰে গুজৰাটত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । গাঁত খান্দি থকাৰ অৱস্থাতে মাটি খহি মৃত্যু হ'ল কমেও পাঁচজন শ্ৰমিকৰ । তদুপৰি আহত হৈছে আন কেবাগৰাকীও শ্ৰমিক ।শনিবাৰে গুজৰাটৰ মেহছানা জিলাত সংঘটিত হয় এই ঘটনা । জিলা সদৰৰ পৰা

কন্যাৰ বাবে পতা জালত নিজেই ভৰি দিলে মাতৃয়ে

নিউজ ডেস্ক, ১২ অক্টোবৰঃ নিজ কন্যাক হত্যাৰ বাবে মাতৃ কাষ চাপিল ছুপাৰি কিলাৰৰ । কন্যা প্ৰেমৰ সম্পৰ্কত থকাৰ বাবেই মাতৃয়ে গ্ৰহণ কৰিছিল এই কঠোৰ সিদ্ধান্ত । কিন্তু ঘটনাই অন্য মোৰ লৈ হত্যাৰ বলি হ'ল মাতৃগৰাকীৰহে ।ঘটনা অনুসৰি ১৭ বছৰীয়া কন্যাগৰাকীৰ

AR Rahman: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আৰ ৰহমানৰ কি ভূমিকা ?

নিউজ ডেস্ক, ১২ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কমলা হাৰিছলৈ সমৰ্থন আগবঢ়াইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতজ্ঞ এ আৰ ৰহমানে । ভাৰতীয় মূলৰ প্ৰতিদ্বন্দ্বী কমলা হাৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ' প্ৰস্তুত

পূজাৰ আনন্দৰ মাজতেই অঘটন। পুনৰ ৰে’ল দুৰ্ঘটনা। 3টা ডবাত অগ্নিকাণ্ড।

দুৰ্গা পূজাৰ আনন্দৰ মাজতে ভয়ংকৰ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। লাইনচ্যুত 12টাকৈ ডবা আৰু আহত 19জনৰো অধিক লোকৰ। জানিব পৰা মতে, যাত্ৰীবাহী ৰে'ল আৰু মালবাহী ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দেশ কপাঁই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হয়। যাৰ