ISHAN NEWS – Always One Step Ahead of Time…

১৪ জানুৱাৰিৰ পৰা ৰাহুল গান্ধীৰ ‘ভাৰত ন্যায় যাত্ৰা’; মণিপুৰৰ পৰা হ’ব আৰম্ভ

২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰিবলৈ আন এক অভিনৱ পন্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ দল। ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ পৰা আৰম্ভ কৰিবলগীয়া

জুবিনৰ সংগীতানুষ্ঠানৰ মাজতেই শোকাৱহ পথ দুৰ্ঘটনা; ৫ জন যুৱকে হেৰুৱালে প্ৰাণ

শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়তে সংঘটিত হৈছে কৰুণ ঘটনা। সংগীত পৰিৱেশন কৰি থকাৰ মাজতে নিশা বালিপৰাৰ পৃথক পৃথক স্থানত সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত পাঁচজনকৈ যুৱকে প্ৰাণ হেৰুৱায়। পথ দুৰ্ঘটনাত

মুম্বাইত আতংক! ভাৰতীয় ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। ২৬ ডিচেম্বৰ অৰ্থাত মঙলবাৰে আৰ বি আইৰ মুম্বাই শাখাৰ ইমেইল আই ডিলৈ ভাবুকিপূৰ্ণ মেইল প্ৰেৰণ কৰে দুষ্কৃতিকাৰীয়ে। ইমেইল প্ৰেৰকজনে নিজকে ‘খিলাফত ইণ্ডিয়া’ৰ বুলি দাবী কৰিছে। মুম্বাইৰ মুঠ

নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কামপুৰবাসীৰ, আগবঢ়ালে বন্যহস্তীলৈ ভোগ … ishan news

বৰ্তমানেও অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। তাৰ পাছতো কিন্তু ৰঙীয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে ভোগ । https://fb.watch/pbvm8yMuZL/ শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাকটোৰ আতংকত বিনিদ্ৰ ৰজনী

নগেন দাসক লাগে সহায়ৰ হাত… ishan news

দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা। পশ্চিম নলবাৰীৰ বৰ কৈহাটীৰ নগেন দাস এক অচিন ৰোগত আক্ৰান্ত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নগেন দাস। ই-ৰিক্সা চলাই পৰিয়ালটো পোহ পাল দি আছিল নগেন দাসে। কিন্তু আজি দুমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ বিছনাতে

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ অভিনেতা আৰবাজ খান

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ'ল অভিনেতা,প্ৰযোজক আৰবাজ খান।ভগ্নী অৰ্পিতা খানৰ গৃহত মেকাপ আৰ্টিষ্ট শুৰা খানৰ সৈতে অনুষ্ঠিত হয় নিকাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে পৰিয়ালৰ সকলো সদস্যই। পাঠানী চুট পিন্ধি উপস্থিত থাকে ভাতৃ

আই পি এলত দেখা পোৱা নাযাব ৩ তাৰকা ক্ৰিকেটাৰক! ব’ৰ্ডৰ কঠোৰ সিদ্ধান্ত

আই পি এলৰ আগন্তুক ছিজনৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জাইণ্টছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাটা নাইট ৰাইডাৰ্ছৰ বাবে এক বেয়া খবৰ আহিছে। এই তিনিটা দলৰ ৩ জন খেলুৱৈয়ে আই পি এলৰ ১৭ সংখ্যক ছিজনত অংশ লোৱাত বাধা আহি পৰিছে। জানিব পৰা মতে, এই তিনিজন

পাকিস্তানত প্ৰথমবাৰৰ বাবে সংখ্যালঘু যুৱতীয়ে খেলিব নিৰ্বাচন

আগন্তুক পাকিস্তান সাধাৰণ নিৰ্বাচনত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বুনেৰ জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এগৰাকী হিন্দু যুৱতীয়ে। সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী হ’বলৈ গৈ আছে ডাঃ ছাৱিৰা প্ৰকাশ। এখন আগশাৰীৰ বাতৰি কাকতৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইতিহাস ৰচাৰ সুযোগ কোহলী-ৰোহিত শৰ্মাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আজিৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২ খন টেষ্ট মেচৰ শৃংখলা খেলিব। এই পৰ্যন্ত ভাৰতে দক্ষিণ আফ্ৰিকাত এটাও টেষ্ট শৃংখলা জয়ী হ’বলৈ সক্ষম হোৱা নাই। এনে পৰিস্থিতিত

শৰণাৰ্থী শিবিৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; ইজৰাইলী সেনাসহ ৮৩ জনৰ মৃত্যু । ishan news…

প্ৰায় তিনিমাহ ধৰি চলি থকা ইজৰাইল-হামাছৰ যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ লৈছে। যুদ্ধবিৰতি আৰু আলোচনাৰ মাজেৰে শান্তি ঘূৰাই আনিবলৈ বিশ্বৰ বহু দেশে আহ্বান জনাই থকাৰ মাজতে ইজৰাইলে গাজাস্থিত এটা শৰণাৰ্থী শিবিৰত ভয়ংকৰ আক্ৰমণ চলায়। গাজাৰ