ISHAN NEWS – Always One Step Ahead of Time…

ডিভাইডাৰত প্ৰচণ্ড খুন্দা বাহনৰ; অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক। ishan news…

ৰাজস্থানৰ আজমেৰ জিলাৰ লোহাগল পথৰ পেট্ৰ’ল পাম্পৰ সমীপৰ কবীৰ নগৰত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন গাড়ীয়ে ডিভাইডাৰত খুন্দা মৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আহত হয়। জানিব পৰা মতে, তীব্ৰবেগত থকা

ভাৰতত প্ৰৱেশ ক’ভিডৰ নতুন ভেৰিয়েণ্ট; কেৰালাত দুজন লোকৰ মৃত্যু

ক’ভিডৰ বাবে কেৰালাত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰে দেশত পুনৰবাৰ কৰ’ণাৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বিগত কিছু দিনত কেৰালাত ক’ভিডৰ বাবে দুজন লোকৰ মৃত্যু হোৱাৰ পিছতে স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যতে সতৰ্কবাণী জাৰি কৰিছে। কেৱল এয়াই নহয় কৰ্ণাটক,

আমেৰিকাই পেলেষ্টাইনক গতাব গাজা! আমেৰিকাৰ সিদ্ধান্তৰ পাছতে ক্ষোভত ফাটিছে ইজৰাইল

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ পিছত কি হ’ব গাজাৰ? কোনে শাসন কৰিব গাজাত? ইয়াকে লৈ বিশ্ববাসীৰ মাজত কৌতুহল। আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ মাজতে গাজাক লৈ আমেৰিকাৰ নতুন পৰিকল্পনা!যুদ্ধৰ পিছত গাজাৰ ক্ষমতা পেলেষ্টাইনক গতাবলৈ

মাজ সাগৰত ডুবিল যাত্ৰীভৰ্তি জাহাজ, নিহত ৬১ গৰাকী যাত্ৰী

মাজ সাগৰত ডুবিল যাত্ৰীভৰ্তি জাহাজ। এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ৬১ গৰাকী যাত্ৰী নিহত হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে।লিবিয়াত সংঘটিত হৈছে এই ঘটনাটো। দুৰ্ঘটনাৰ সময়ত জাহাজখনত প্ৰায় ৮৬ গৰাকী যাত্ৰী আছিল।লিবিয়াৰ পৰা জাৱাৰা চহৰৰ পৰা

কংগ্ৰেছৰ প্ৰাক্তন বিধায়কক গুলীয়াই হত্যা

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এখন গাঁৱত ৰাজ্যখনৰ এজন প্ৰাক্তন বিধায়কক সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে। স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰে। ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী ৰাহো গাঁৱৰ সমীপত পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

শিক্ষকৰ ওপৰত গুলীচালনা ৬ বছৰীয়া শিশুৰ; মাতৃক দুবছৰৰ কাৰাদণ্ড

আমেৰিকাৰ ভাৰ্জিনিয়াত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত এটা ৬ বছৰীয়া শিশুৱে নিজৰ শিক্ষকক গুলীওৱা ঘটনাৰ বাবে শিশুটিৰ মাতৃক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। সন্তানৰ লালন-পালনত গাফিলতিৰ অভিযোগ তুলি গুলীচালনা কৰা শিশুটিৰ মাতৃক কাৰাদণ্ড প্ৰদান

আম আদমি পাৰ্টীৰ নতুন দায়িত্বত সাংসদ ৰাঘৱ চাড্ডা

ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাক নতুন দায়িত্ব প্ৰদান কৰিছে আম আদমি পাৰ্টীয়ে। সাংসদ সঞ্জয় সিঙৰ অনুপস্থিতিত দলে তেওঁক ৰাজ্যসভাত দলীয় নেতাৰ দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে, সাংসদ সঞ্জয় সিঙক দিল্লী আবকাৰী নীতিৰ গোচৰত এনফৰ্চমেণ্ট

ইংলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা দলে টেষ্ট ক্ৰিকেটত ৰচিলে ইতিহাস

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ইংলেণ্ডক ৩৪৭ ৰানত পৰাস্ত কৰি মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্ববৃহৎ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা দলটোৱে। ভাৰতীয় দলৰ এই জয়ৰ নায়ক দিপ্তী শৰ্মাই খেলখনত মুঠ ৯টা

‘চাইৰাছ মিস্ত্ৰিৰ দৰে হব দশা!’ ফোনযোগে ৰতন টাটাক হত্যাৰ ভাবুকি

প্ৰসিদ্ধ উদ্যোগপতি টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক হত্যাৰ ভাবুকি অচিনাক্ত লোকৰ। ইয়াৰ পাছতেই বৃদ্ধি কৰা হৈছে ৰতন টাটাৰ নিৰাপত্তা। মুম্বাই আৰক্ষীলৈ অহা এটা ফোনকলত ৰতন টাটাক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। ৰতন টাটাৰ নিৰাপত্তা বৃদ্ধি

২ খন ৰে’লৰ মাজত প্ৰচণ্ড খুন্দা, আহত ৫০০ৰো অধিক লোক । ISHAN NEWS…

২খন মেট্ৰ ৰে'লৰ খুন্দাত ৫১৫ জন অধিক লোক আহত হৈছে। চীনৰ বেইজিঙত সংঘটিত হৈছে এই ঘটনা। প্ৰচণ্ড তুষাৰপাতৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰে'লৰ চিৰিসমূহ পিছল হৈ থকাত জৰুৰীভাৱে ব্ৰেক মৰাত সংঘৰ্ষত লিপ্ত হয় ৰে'ল দুখন। চীনৰ চৰকাৰী সংবাদ সংস্থা