ISHAN NEWS – Always One Step Ahead of Time…

হাস্পতালত ভয়ংকৰ জুই। জন্মৰ পিছতে চকু মুদিলে ৭ টি দেৱশিশুৱে

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! জন্মৰ পিছতে চকু মুদিলে ৭ টি দেৱশিশুৱে। হাস্পতালত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে নৱজাতককেইটিয়ে। দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ বেবী কেয়াৰ হাস্পতালত নিশা এই ঘটনা। অগ্নিকাণ্ডৰ সময়ত ১২ টা শিশুক উদ্ধাৰ কৰা হৈছিল।

প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন বিজেপি প্ৰাৰ্থীৰ

আজি দেশৰ ৫৮ টা সমষ্টিত চলি থকা লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে ৰাইজৰ ৰোষত পৰিল এজন বিজেপিৰ প্ৰাৰ্থী। নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ বলি হ’ল পশ্চিম বংগৰ ঝাৰগ্ৰাম সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰণত টুডু। জানিব পৰা মতে, পশ্চিম

ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী পথ দুৰ্ঘটনা; ৪ জন লোকৰ মৃত্যু, ৩ জন আহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে এক বিলাসী বাহন পথ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। এই দুৰ্ঘটনাত চাৰিজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ আটাইকেইজন

প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ BCCI-ক এটা চৰ্ত বান্ধি দিলে গৌতম গম্ভীৰে!

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে চৰ্চা। সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং,

তৃতীয়টো সন্তান জন্ম দিয়াৰ বাবেই বিজেপিৰ ২ কাউন্সিলাৰক অযোগ্য ঘোষণা

গুজৰাটত বিপৰ্যয়ৰ সন্মুখীন হৈছে শাসকীয় দল বিজেপি। গুজৰাট পৌৰ নিগম আইন, ১৯৬৩ উলংঘা কৰি তৃতীয় সন্তান জন্ম দিয়াৰ বাবে আমৰেলীৰ দামনগৰ পৌৰসভাৰ দুই দলীয় কাউন্সিলাৰক অযোগ্য ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমৰেলী জিলা

মোবাইলত কথা পাতি থাকোতেই ঘটিল বিস্ফোৰণ; কৰুণ মৃত্যু অসম আৰক্ষীৰ জোৱানৰ

দৈনন্দিন জীৱনত এৰাব নোৱাৰা অংগ হিচাপে ব্যৱহাৰ কৰি অহা মোবাইল ফোনটোৱে হৈ পৰিল এজন জোৱানৰ মৃত্যুৰ কাৰণ। মোবাইলৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ এজন জোৱানে। বৃহস্পতিবাৰে নিশা সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক

বিশ্বকাপৰ পূৰ্বে আমেৰিকাই ৰচিলে ইতিহাস; তুলনামূলভাৱে শক্তিধৰ বাংলাদেশৰ লজ্জাজনক প্ৰদৰ্শন

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে আয়োজক দেশ আমেৰিকাই ৰচিলে ইতিহাস। বিশ্বকাপৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ জয়ী হৈ শৃংখলা দখলেৰে ইতিহাস ৰচিবলৈ সক্ষম

প্ৰচণ্ড তাপদহনত অতিষ্ঠ জনসাধাৰণ; ১৫ জনে সাৱটিলে মৃত্যুক

বিগত ১০ দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। বালোতৰা আৰু জালৌৰ জিলাত চাৰিজনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

ভয়ংকৰ দুৰ্ঘটনাত পতিত বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ যোৱা ভক্তৰ বাহন; ৭ জনৰ মৃত্যু, ২০ ৰো অধিক আহত

শুকুৰবাৰে পুৱা দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে সাতগৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে। আজি ৰাতিপুৱা আম্বালাত সংঘটিত এই পথ দুৰ্ঘটনাটোত

টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ মেচৰ টিকটৰ মূল্য দেখি হতভম্ভ অনুৰাগী

২ জুনৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপ। এই বিশ্বকাপক লৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল অতিশয় উৎসাহিত। সমগ্ৰ প্ৰতিযোগিতাখনত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। কিন্তু সকলোৰে দৃষ্টি ভাৰত আৰু পাকিস্তানৰ খেলত নিবদ্ধ। কিন্তু এই মেচখনৰ বাবে