ISHAN NEWS – Always One Step Ahead of Time…

মাত্ৰ ২০ বছৰ বয়সতেই মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে

মাত্ৰ ২০ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে ইংলেণ্ডৰ ক্ৰিকেটাৰ জোছ বেকাৰে। বেকাৰে কাউন্টি ক্ৰিকেটত ৱৰ্চেষ্টাৰশ্বাৰৰ হৈ খেলিছিল। মৃত্যুৰ এদিন পূৰ্বে এখন মেচত তেওঁ দখল কৰিছিল ৩টা উইকেট। বেকাৰৰ দলটোৱে তেওঁৰ বলিং প্ৰদৰ্শনৰ এটা ভিডিঅ’ ছ’চিয়েল

অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ

দেশত চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ সম্ভাৱনীয়তা বিবেচনা কৰিব উচ্চতম ন্যায়ালয়ে। আজি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে অহা ৭

আদানীৰ ৬ টা সংস্থালৈ SEBIৰ কাৰণ দৰ্শোৱাৰ জাননী; শ্বেয়াৰত খহনীয়া!

নিউয়ৰ্কৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ প্ৰভাৱ এতিয়াও আছে আদানী গ্ৰুপৰ ওপৰত। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া চমুকৈ ছেবিয়ে একাধিক অভিযোগৰ সন্দৰ্ভত আদানী গ্ৰুপৰ ৬টা সংস্থালৈ জাননী প্ৰেৰণ কৰিছে। এই জাননীসমূহৰ ভিতৰত আদানী

ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ কোৰাণক লৈ পুনৰ ডাঙৰ সিদ্ধান্ত ছুইডেনৰ

ছুইডেনৰ কৰ্তৃপক্ষই পুনৰবাৰ মুছলমানৰ পবিত্ৰ গ্ৰন্থ কোৰাণ জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। তুৰ্কীৰ চৰকাৰী সংবাদ সংস্থা আনাডোলুৱে এই তথ্য প্ৰকাশ কৰাৰ পিছৰে পৰা মুছলমান প্ৰধান দেশসমূহত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। আনাডোলুৰ মতে,

২৫ গৰাকী ধুনীয়া ছোৱালীৰে গঠিত ‘প্লেজাৰ স্কোৱাড’! স্বেচ্ছাচাৰী শাসক কিম জং উনৰ বিৰুদ্ধে চাঞ্চল্যকৰ…

উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰা ইয়নমি পাৰ্ক নামৰ এগৰাকী যুৱতীয়ে দেশখনৰ মুৰব্বী কিম জং উনৰ বিষয়ে চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছে। মিৰ’ৰৰ এক প্ৰতিবেদন অনুসৰি, পাৰ্ক নামৰ যুৱতীগৰাকীয়ে দাবী কৰিছে যে স্বেচ্ছাচাৰী শাসক কিম জং উনে প্ৰতি বছৰে ২৫

উপ ৰাজ্যপালৰ নিৰ্দেশত মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দিল্লী মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ কৰা হৈছে। দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই এই নিৰ্দেশ প্ৰদান কৰিছে। অভিযোগ অনুসৰি দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে নিয়মৰ বিৰুদ্ধে গৈ

মৰ্মান্তিক; বেকী নৈত সন্ধানহীন তিনি যুৱক, এজনৰ মৃতদেহ উদ্ধাৰ

বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেকী নৈত সন্ধানহীন হৈ পৰিছে দুই ভাই-ককাইসহ তিনিজন যুৱক। ইয়াৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাঁ‌হবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰীৰ বেকী নৈত সংঘটিত

৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা কে চন্দ্ৰশেখৰ ৰাওক

ভাৰত ৰাষ্ট্ৰ সমিতিৰ অধ্যক্ষ কে চন্দ্ৰশেখৰ ৰাওক কংগ্ৰেছৰ বিৰুদ্ধে দিয়া “আপত্তিজনক” মন্তব্যৰ বাবে বুধবাৰে নিৰ্বাচন আয়োগে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰকাৰ্য চলোৱাত নিষেধাজ্ঞা প্ৰদান কৰে। ৫ এপ্ৰিলত ছিৰচিলাত অনুষ্ঠিত সংবাদমেলত ৰাওৰ মন্তব্য আদৰ্শ

ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত খলকনি ভাৰত-আমেৰিকাত! অযুক্তিকৰ, অপ্ৰমাণিত আখ্যা ভাৰতৰ

পুনৰ এবাৰ বাতৰিৰ শিৰোণামত শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন। এইগৰাকী খালিস্তানী উগ্ৰপন্থীক ভাৰতীয় চোৰাংচোৱা বিষয়াৰ তত্বাৱধানত হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰিছে আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টে। ৱাশ্বিংটন

আৰক্ষীৰ জিম্মাতে চৰম সিদ্ধান্ত ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰে জড়িত অভিযুক্তৰ!

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাৰে নাম সাঙোৰ খোৱা এজন অভিযুক্তই আৰক্ষীৰ লকআপত আত্মহত্যাৰ চেষ্টা চলাইছে। তথ্য অনুসৰি আত্মহত্যাৰ চেষ্টা কৰা অভিযুক্তৰ নাম অনুজ থাপন। সংকটজনক অৱস্থাত থাপনক চিকিৎসালয়ত ভৰ্তি