ISHAN NEWS – Always One Step Ahead of Time…

ৰে’লৱে ষ্টেচনৰ সমীপৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১৮ জন আহত

বিহাৰৰ পাটনা ৰে’লৱে জংচনৰ সমীপৰ এখন হোটেলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত ১২ জন লোকৰ অৱস্থা সংকটজনক, তেওঁলোকক আই চি ইউত ভৰ্তি কৰা

চৰকাৰৰ বিৰোধী আন্দোলনলৈ সমৰ্থন কৰা বাবেই কণ্ঠশিল্পীক মৃত্যুদণ্ড!

চৰকাৰৰ বিৰোধী আন্দোলনলৈ সমৰ্থন কৰা বাবেই এগৰাকী কণ্ঠশিল্পীক বিহা হৈছে মৃত্যুদণ্ড। এই ঘটনা সংঘটিত হৈছে ইৰাণত। চৰকাৰ বিৰোধী আন্দোলনলৈ সমৰ্থন আগবঢ়োৱা বাবেই ৰেপাৰ তুমজ ছালেহিক মৃত্যুদণ্ড বিহা হৈছে। ২০২২ চনত আৰক্ষীৰ জিম্মাত মহছা অমীনিৰ মৃত্যু

‘এওঁলোকৰ বাবেই মই জে’লৰ পৰা মুক্ত হ’লো।‘ নিৰ্বাচনৰ সময়তে BJP ত ইউটিউবাৰৰ যোগদান

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে বিজেপিত যোগ দিলে বিহাৰৰ জনপ্ৰিয় ইউটিউবাৰ মনীষ কাশ্যপে। বিজেপিত যোগ দিয়ে মনীষ কাশ্যপে কয় যে- বিজেপি সাংসদ মনোজ তিৱাৰীয়ে মোক দিল্লীলৈ লৈ আহিছে। এওঁলোকৰ বাবে মই জে'লৰ পৰা মুক্ত হ'লো। এতিয়াৰে পৰা

পৰিত্যক্ত গাড়ীত খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু দুই ভাই-ভনীৰ

মুম্বাইৰ এণ্টপ হিলৰ পৰা আহিছে এক হৃদয় বিদাৰক ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এখন পৰিত্যক্ত গাড়ীৰ পৰা উদ্ধাৰ হৈছে দুটা শিশুৰ মৃতদেহ। জানিব পৰা মতে, পৰিত্যক্ত বাহনখনৰ দুৱাৰ বন্ধ কৰি খেলি থকা অৱস্থাতে শ্বাহৰুদ্ধ হৈ

অভিনেতা সঞ্জয় দত্তৰ পিছত এইবাৰ তামান্না ভাটিয়ালৈ চমন প্ৰেৰণ চাইবাৰ চেলৰ

বলীউডৰ অভিনেতা সঞ্জয় দত্তলৈ চমন প্ৰেৰণ কৰাৰ দুদিন পিছতে এইবাৰ মহাৰাষ্ট্ৰ চাইবাৰ চেলে অভিনেত্ৰী তমন্না ভাটিয়ালৈ প্ৰেৰণ কৰিছে চমন। ২০২৩ চনত মহাদেৱ অনলাইন গেমিং আৰু বেটিং এপৰ ​​অন্তৰ্গত ফেয়াৰপ্লে এপত আই পি এলৰ অবৈধ সম্প্ৰচাৰৰ সৈতে জড়িত

আন এক কঠোৰ সিদ্ধান্ত ৰিজাৰ্ভ বেংকৰ; কোটক মহিন্দ্ৰা বেংকৰ ক্ৰেডিট কাৰ্ডত নিষেধাজ্ঞা

ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংক (Paytm Payments Bank) নিষিদ্ধ কৰাৰ পিছত এইবাৰ কোটক মহিন্দ্ৰা বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কোটক মহিন্দ্ৰা বেংকক অনলাইন বা মোবাইল বেংকিং চেনেলৰ জৰিয়তে নতুন গ্ৰাহক যোগ কৰাত নিষেধাজ্ঞা

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু টিকট বঞ্চিত বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ হাথৰছ লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজবীৰ দিলেৰৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু ঘটিছে।। আলিগড়ৰ বৰুণ চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। সাংসদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাতে শোকস্তব্ধ

ভোট দিয়ক আৰু বিনামূলীয়াকৈ খাওঁক আইচক্ৰীম, জেলেপী অথবা চাওমিন। কোনে কোনে লাভ কৰিব এই সুবিধা

লোকসভা নিৰ্বাচনত ভোট দিয়া ভোটাৰসকললৈ আকৰ্ষণীয় পুৰস্কাৰ। পুৰস্কাৰৰ তালিকাত আছে আইচক্ৰীম, জেলেপী, চাওমিনৰ দৰে লোভনীয় খাদ্য। নিৰ্বাচনত ভোট দান কৰি বিনামূলীয়াকৈ এই খাদ্যসমূহৰ সোৱাদ লব পাৰিব ভোটাৰসকলে। কিন্তু কেনেকৈ? দেশত লোকসভা

নিৰ্বাচনী প্ৰচাৰৰ সময়তেই অচেতন হৈ পৰিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী

বুধবাৰে মহাৰাষ্ট্ৰৰ যৱতমালত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাতে অচেতন হৈ পৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী। জানিব পৰা অনুসৰি, যৱতমালৰ পুছাদত আয়োজিত প্ৰচাৰ সভাত ভাষণ দি

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অসমৰ এইসমূহ অঞ্চলত ড্ৰাই ডে’ ঘোষণা

২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ড্ৰাই ডে’ ঘোষণা কৰিছে। ২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ ৫ বজালৈকে এই পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চল